DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, February 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চোৰ ‘চমজদাৰ’! দামী স্মাৰ্টফোন চলাব নোৱাৰি চোৰে নিজেই ঘুৰাই দিলে মালিকক

এন ই নাও নিউজ by এন ই নাও নিউজ
September 9, 2020 1:57 pm
WhatsApp Image 2020-09-08 at 10.40.57 AM

প্ৰতিনিধিত্বমূলক ফটো

396
VIEWS
Share on FacebookShare on Twitter

বান্দৰে নাৰিকলৰ মোল নুবুজাৰ দৰে কথাটো। পশ্চিমবংগৰ বৰ্দ্ধমানত সংঘটিত হৈছে এনে এক আজৱ ঘটনা।

এজন চোৰে চুৰ কৰি নিয়া স্মাৰ্টফোনটো নিজে ব্যৱহাৰ কৰিব নজনাৰ বাবে কেইদিনমান পাছত মালিকক ঘুৰাই দিয়ে।

সোমবাৰে আৰক্ষীয়ে জানিবলৈ দিয়ে যে যোৱা ৪ ছেপ্টেম্বৰত পূৱ বৰ্দ্ধমান জিলাৰ জমালপুৰৰ এখন মিঠাইৰ দোকানত এগৰাকী ব্যক্তিয়ে তেওঁৰ ৪৫ হাজাৰ টকীয়া মূল্যৰ মোবাইল ফোনটো পাহৰি এৰি আহিছিল।

দোকানৰ কাউন্টাৰত পৰি থকা সেই মোবাইলটো এজন ২২বছৰীয়া ব্যক্তিয়ে চুৰ কৰি লৈ যায়।

বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে যে মিঠাইৰ দোকানখনত ফোনটো বিচাৰি নোপোৱাৰ পাছত ফোনটোৰ গৰাকীয়ে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে।

ফোনৰ গৰাকীয়ে আন ফোনৰ পৰা ফোন কৰে যদিও চুৰি হোৱা ফোনটো বন্ধ পায়।

কিন্তু দেওবাৰে ব্যক্তিগৰাকীয়ে পুনৰ ফোন কৰাত চুৰি হোৱা ফোনটো বাজি উঠে আৰু সিপিনৰ পৰা ব্যক্তিগৰাকীয়ে ফোনটো তুলি কয় যে তেওঁ সেইটো ঘুৰাই দিব বিচাৰে কিয়নো এই মোবাইল ফোনটো কেনেকৈ চলাব লাগে তেওঁ নাজানে।

ফোনটোৰ গৰাকীয়ে কয় যে তেওঁ ব্যক্তিগৰাকীয়ে ফোনটো ঘুৰাই দিম বুলি কোৱাত আচৰিত হৈ পৰে আৰু সেই দিনাই আৰক্ষীৰ সহায়ত তেওঁৰ ঘৰলৈ গৈ ফোনটো লৈ আনে।

আৰক্ষীয়ে জানিবলৈ দিয়ে যে অভিযোগকাৰীৰ অনুৰোধ মৰ্মে ফোন চুৰ কৰা ব্যক্তিজনৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে।

Recent News

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

এটা জৰুৰী বিবৃতি

এটা জৰুৰী বিবৃতি

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd