• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সৰিয়হৰ ডুলিতে ভূত : কাজিৰঙাৰ পাণবাৰীত বনকৰ্মীৰ শিৱিৰৰ পৰাই গুলী, টকা-পইচা লৈ চোৰ উধাও

নিজকে সুৰক্ষিত কৰিব নোৱাৰা বনকৰ্মীৰ হাতত বন্য প্ৰাণীৰ সুৰক্ষাৰ দায়িত্ব!

Uttam Saikia উত্তম শইকীয়া
বোকাখাত , December 5, 2018 12:52 pm

1 min read

Panbari Forest camp

ফটো : নৰ্থ-ইষ্ট নাও

320
VIEWS
Share on FacebookShare on Twitter

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পাণবাৰী সংৰক্ষিত বনাঞ্চলত থকা মদাৰজুৰি বন শিৱিৰত মঙলবাৰে নিশা সংঘটিত হয় এক অবাঞ্ছিত ঘটনা। চোৰাং চিকাৰীৰ পৰা বন্য প্ৰাণী সুৰক্ষিত কৰাৰ বাবে নিয়োজিত হৈ থকা খোদ বন কৰ্মীৰ শিৱিৰতে নিশা এটা চোৰৰ দলে চলায় চাফাই অভিযান। 

জানিব পৰা মতে মদাৰজুৰি বন শিৱিৰৰ কৰ্মীসকলে নিশা পহৰাৰ দায়িত্বত ব্যস্ত থকাৰ সময়তে কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে শিৱিৰটোত সোমাই বনকৰ্মী সকলৰ টকা-পইচা, এ টি এম কাৰ্ড, ইনভাৰ্টাৰ, কাপোৰৰ লগতে ৮ ৰাউণ্ড সক্ৰিয় গুলী লৈ উধাও হয়।

ইফালে পহৰা শেষ কৰি পুৱতি নিশা বনকৰ্মীসকলে শিৱিৰত প্ৰৱেশ কৰাৰ পাছতহে চুৰি কাৰ্যৰ ঘটনা পোহৰলৈ আহে। লগে লগে বনকৰ্মীসকলে ঘটনা সন্দৰ্ভত বোকাখাত থানাত এখন এজাহাৰ দাখিল কৰে। এজাহাৰ পোৱাৰ পাছতে আৰক্ষী আৰু বন বিভাগৰ দলে স্নিফাৰ ডগ ব্যৱহাৰ কৰি চোৰ ধৰাৰ অভিযান আৰম্ভ কৰিছে।     

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু পাণবাৰী আদৰ্শ গাঁৱৰ সমীপতে অৱস্থিত শিৱিৰটোত তলা লগাই থোৱা আছিল যদিও চোৰে অতি দক্ষতাৰে শিৱিৰত প্ৰৱেশ কৰি চুৰি কাণ্ড সংঘটিত কৰাৰ আঁৰত বন্দুক নিয়াৰ পৰিকল্পনা থাকিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে বনকৰ্মীয়ে।

Recent News

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd