• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সাৱধান হওক ইণ্টাৰনে’ট ব্যৱহাৰকাৰী, আৰম্ভ অসমৰ আৰক্ষীৰ বিশেষ অভিযান!

২০ ছেপ্তেম্বৰৰ পৰা ইউনিচেফ (UNICEF)ৰ সৈতে অসম আৰক্ষীয়ে আৰম্ভ কৰিছে ‘Think Before You Click’ শীৰ্ষক বিশেষ অভিযান

এন ই নাও নিউজ by এন ই নাও নিউজ
September 20, 2018 4:52 pm
assam police

ছবি ইণ্টাৰনেটৰ সৌজন্যত।

918
VIEWS
Share on FacebookShare on Twitter

আপুনি এই বাতৰিটো ইণ্টাৰনে’টৰ সহায়তে পঢ়ি আছে। বজাৰৰ পৰা মনৰ ভাব বিনিময়লৈকে ইণ্টাৰনে’ট-নিৰ্ভৰ লোকসকলক সাৱধান, সজাগ কৰাৰ বাবেই অহা ২০ ছেপ্তেম্বৰৰ পৰা অসম আৰক্ষীয়ে আৰম্ভ কৰিছে ‘Think Before You Click’ শীৰ্ষক এক বিশেষ অভিযান।

ইউনিচেফ (UNICEF)ৰ সৈতে অসম আৰক্ষীয়ে আৰম্ভ কৰা এই সজাগতা অভিযান দুসপ্তাহ ধৰি চলিব।

চাইবাৰ সুৰক্ষা, ইণ্টাৰনে’টযোগে পৰিচয় চুৰি, ভুৱা বাতৰি, ই মে’ইল ঠগবাজি, অনলাইন বেংকিং ঠগবাজি আদি সম্পৰ্কে জনসাধাৰণক সজাগ কৰিবলৈ এই অভিযানৰ বাবে আৰক্ষীয়ে প্ৰস্তুত কৰিছে বিশেষ চ’চিয়েল মিডিয়া প্ৰচাৰ সমল।

ক্ৰিয়েতিভ ভিজুয়েল আৰু মাল্টিমিডিয়া গ্ৰাফিক্সৰ সহায়ত টুইটাৰ, ফে’ছবুক, ইন্সটাগ্ৰাম, ইউ টিউব আৰু অন্যান্য চ’চিয়েল মিডিয়াত ২০ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব লগা এই অভিযান অফলাইনটো চলিব।

অসম আৰক্ষীৰ লগতে চ’চিয়েল মিডিয়া আৰু ডিজিটেল মিডিয়া বিশেষজ্ঞই বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক সজাগ কৰিবৰ বাবে কৰ্মশালা আৰু প্ৰশিক্ষণ কাৰ্য্যসূচীৰো পৰিকল্পনা কৰিছে।

বৰ্তমান সমাজত বিশেষকৈ যুৱচামৰ মাজত চ’চিয়েল মিডিয়াৰ বৰ্ধিত প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি এই বিশেষ অভিযান আৰম্ভ কৰিছে অসম আৰক্ষীয়ে।

Recent News

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd