• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ওমান উপকূলত পুনৰ ভাৰতীয় জাহাজত আক্ৰমণ; চাৰিদিনৰ ভিতৰত তৃতীয়টো ডাঙৰ ঘটনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 11, 2026 2:37 pm
51
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পশ্চিম এছিয়াত ক্ৰমবৰ্ধমান অশান্তিৰ মাজতে ওমানৰ উপকূলত আন এখন জাহাজত আক্ৰমণ কৰা হৈছে। আক্ৰমণ কৰা জাহাজখন ভাৰতীয়। এইটো যোৱা চাৰিদিনত তৃতীয়টো বৃহৎ সামুদ্ৰিক আক্ৰমণ। আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক জাহাজ পথৰ নিৰাপত্তাক লৈ নতুন চিন্তাৰ সৃষ্টি কৰিছে।

বৃহস্পতিবাৰে ওমানৰ শ্বিনাছ বন্দৰৰ সমীপত এই ঘটনা সংঘটিত হোৱা বুলি প্ৰাথমিকভাৱে জানিব পৰা গৈছে। খবৰ অনুসৰি আক্ৰান্ত টেংকাৰখনৰ নাম এম টি জলবীৰ। জাহাজখনৰ ফানেল আৰু ইঞ্জিন ৰুমত জুই লাগিছে বুলি জানিব পৰা গৈছে। ঘটনাৰ পিছতে মাস্কাটত থকা ভাৰতীয় দূতাবাসে এক বিবৃতিত কয় যে তেওঁলোকে এই বিষয়ে অৱগত আৰু স্থানীয় প্ৰশাসনৰ সৈতে সমন্বয়ৰে পৰিস্থিতি নিৰীক্ষণ কৰি আছে।

Apply Now

উল্লেখযোগ্য যে কিছুদিন পূৰ্বে ওমানৰ উপকূলৰ এখন বাণিজ্যিক জাহাজত আক্ৰমণত তিনিজন ভাৰতীয় নাৱিক নিহত হৈছিল। সেই ঘটনাৰ তদন্ত এতিয়াও অব্যাহত আছে। ইফালে এই নতুন আক্ৰমণে আঞ্চলিক নিৰাপত্তা পৰিস্থিতি আৰু অধিক জটিল কৰি তুলিছে।

বিশেষজ্ঞসকলৰ মতে, শেহতীয়াকৈ ওমান উপসাগৰ আৰু হৰমুজ প্ৰণালী অঞ্চলত সংঘটিত আক্ৰমণ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য, শক্তি যোগান আৰু সামুদ্ৰিক নিৰাপত্তাৰ বাবে এক ডাঙৰ চিন্তাৰ বিষয় হৈ পৰিছে। এতিয়া ওমান কৰ্তৃপক্ষ আৰু সংশ্লিষ্ট দেশসমূহৰ পৰৱৰ্তী আনুষ্ঠানিক বিবৃতিৰ ওপৰত দৃষ্টি ৰখা হৈছে।

মন কৰিবলগীয়া যে বিশ্বৰ এটা প্ৰধান জাহাজ পথ হৰমুজ প্ৰণালীৰ মাজেৰে বৃহৎ পৰিমাণৰ তেল আৰু গেছ পৰিবহণ কৰা হয়। ফলত এই পথটো কাৰ্যতঃ অচল হৈ পৰিছে, যাৰ ফলত আন্তঃৰাষ্ট্ৰীয় শক্তি বজাৰত ডাঙৰ প্ৰভাৱ পৰিছে। ইৰাণৰ ভৌগোলিকভাৱে হৰমুজ প্ৰণালীৰ ওপৰত যথেষ্ট নিয়ন্ত্ৰণ আছে আৰু যুদ্ধ আৰম্ভ হোৱাৰ পিছত ইৰানে কেইবাখনো জাহাজক লক্ষ্য কৰি লৈছে। ফলত বহু বাণিজ্যিক জাহাজে সেই পথেৰে যাত্ৰা বন্ধ কৰি দিছে।

We have learnt of an incident involving a vessel off Shinas port of Oman, earlier today . We are closely monitoring the situation and coordinating with the local authorities for further details.

— India in Oman (Embassy of India, Muscat) (@Indemb_Muscat) June 11, 2026

অৱশ্যে ভাৰতৰ জাহাজ ইতিমধ্যে হৰমুজৰ মাজেৰে পাৰ হৈ গৈছে। ইয়াৰ মাজতে আমেৰিকাই পুনৰ হৰমুজ অৱৰোধ আৰম্ভ কৰিছে। ইয়াৰ ফলত অঞ্চলটোত কৰ্মৰত ভাৰতীয় নাৱিকসকলৰ সুৰক্ষাৰ প্ৰতি নতুন চিন্তাৰ উদ্ৰেক হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm
পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd