• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শাৰীৰিক অক্ষমতা জয় কৰা টীয়কৰ বিশেষভাৱে সক্ষম এজন যুৱকৰ জীৱন সংগ্ৰাম

Nenow নিৰ্মলেন্দু পাঠক
টীয়ক , August 27, 2020 6:10 pm

1 min read

This differently abled man from Teok seeks Govt help
142
VIEWS
Share on FacebookShare on Twitter

অদম্য মনোবলৰ গৰাকী এগৰাকী ৩০ বছৰীয়া যুৱক। নাম টোফান মালা।

ঘৰ যোৰহাট জিলাৰ বানেধোৱা টীয়কৰ জাঁজীমুখৰ মালা গাঁৱত। বিশেষভাৱে সক্ষম যুৱকজন।

জীৱনৰ দুটা বসন্ত অতিক্ৰম কৰোতেই এক জটিল ৰোগত আক্ৰান্ত হোৱাত অকামিলা হৈ পৰে টোফানৰ ভৰি দুখন।

অতি দুখীয়া পৰিয়ালৰ সন্তান টোফান উন্নত চিকিৎসাৰ অভাৱত চিৰদিন ঘূণীয়া হৈ ৰ’ল।

এইগৰাকী টোফান এতিয়া বহুতৰ বাবে আদৰ্শ।

শাৰীৰিক অক্ষমতাক নেওচি টোফানে বাঁহ-বেতৰ বিভিন্ন সামগ্ৰী বিচনী, ডলা, খৰাহী, ঢাৰি আদি নিৰ্মাণ কৰাৰ লগতে মাছ ধৰিবৰ বাবে ব্যৱহৃত জাল আদি প্ৰস্তুত কৰি আহিছে।

সেইসমূহ বিক্ৰী কৰি পোৱা উপাৰ্জনেৰে পৰিয়াল পোহপাল দিবলৈ সক্ষম হৈছে টোফান।

টোফানে চৰকাৰী সাহায্যৰ নামত বছৰি লাভ কৰে কেৱল আঠ হাজাৰ টকা। এখন বিশেষভাৱে নিৰ্মিত চাইকেল লাভ কৰিছিল যদিও বাট-পথৰ জৰাজীৰ্ণতাৰ বাবে সেই চাইকেল এতিয়া অব্যৱহৃত হৈ ৰৈছে।

সেয়ে চৰকাৰলৈ কিছু সহায় বিচাৰি আহ্বান জনাইছে টোফানে।

Recent News

dc-Cover-fosgj

নিষ্ঠুৰ পিতৃ: দোকানৰ পৰা বিড়ি আনি দিয়াত পলম হোৱাৰ বাবেই জ্বলাই দিলে ১০ বছৰীয়া পুত্ৰক

FB_IMG_1611046341596(2)

অসমৰ জাতি মাটি ভেটি ৰক্ষাৰ নামত এচামে আমাৰ জাতিটোক নিঃশেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে: দিপাংক নাথ

WhatsApp Image 2021-01-19 at 1.48.31 PM

ব্ৰীছবেনত অষ্ট্ৰেলিয়াৰ ৩৩বছৰৰ আধিপত্য উফৰিল; ইতিহাস ৰচি বিজয় সাৱ্যস্ত টীম ইণ্ডিয়াৰ

WhatsApp Image 2021-01-19 at 12.33.02 PM

ধোনীৰ অভিলেখ ভংগ; দ্ৰুততম ভাৰতীয় উইকেটকীপাৰ হিচাপে মাইলষ্ট’ন স্পৰ্শ ঋষভ পন্টৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd