• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

৭০ কিলোমিটাৰ পথ পদব্ৰজে অতিক্ৰম কৰি ৰাজপথতে সন্তান প্ৰসৱ কৰিলে প্ৰব্ৰজিত এগৰাকী শ্ৰমিকে

পদব্ৰজে নিজ গৃহলৈ যাত্ৰা প্ৰব্ৰজিত শ্ৰমিকৰ মাজত কৰা ৰাজপথতে সন্তান দিয়াৰ হাৰ ক্ৰমশ বৃদ্ধি পাইছে দেশত

এন ই নাও নিউজ by এন ই নাও নিউজ
May 11, 2020 5:06 pm
index.jpgুুু

নৱজাতকৰ সৈতে শকুন্তলা, ফ'টোৰ উৎস- TOI

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক’ৰ’না প্ৰতিৰোধৰ বাবে দেশত অব্যাহত থকা ল’কডাউনৰ পৰিপ্ৰক্ষিতত বৰ্হিৰাজ্যত কৰ্মৰত শ্ৰমিকৰ পদব্ৰজে নিজ গৃহলৈ কৰা উভতি যাত্ৰা এতিয়াও অব্যাহত আছে।

এই ক্ষেত্ৰত কেন্দ্ৰীয় তথা সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহে প্ৰৱাসী শ্ৰমিকসকলৰ বাবে ফলপ্ৰসূ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।

Apply Now

ইতিমধ্যে ৪০ গৰাকীৰো অধিক প্ৰৱাসী শ্ৰমিকৰ ঘৰলৈ উভতাৰ পথত মৃত্যু ঘটিছে।

এটাৰ পিছত এটাকৈ প্ৰব্ৰজিত মহিলা শ্ৰমিকে ৰাজপথ সন্তান প্ৰসৱ কৰিলগীয়া পৰিস্থিতৰো সৃষ্টি হৈছে।

৭০ কিলোমিটাৰ পথ খোজেৰ অতিক্ৰম কৰাৰ পিছত এইবাৰ এগৰাকী প্ৰব্ৰজিত শ্ৰমিক প্ৰসূতিয়ে ৰাজপথতে জন্ম দিছে এটি সন্তান।

নাছিকৰ পৰা সাতনালৈ পদব্ৰজেৰে আহি থকা শকুল্তলা নামৰ শ্ৰমিক প্ৰসূতিগৰাকীয়ে সন্তান প্ৰসৱ কৰাৰ পিছত ১৬০ কিলোমিটাৰ পথ খোজেৰে অতিক্ৰম কৰিছে।

উল্লেখ্য যে ৰাকেশ কৌল আৰু তেওঁৰ পত্নীয়ে মহাৰাষ্ট্ৰ নাছিক প্ৰৱাসী শ্ৰমিকৰূপে এটা প্ৰতিষ্ঠানত কৰ্মৰত আছিল।

দেশজুৰি অব্যাহত থকা ল’কডাউনৰ সময় তেওঁলোকে কাম কৰা প্ৰতিষ্ঠানটো বন্ধ হৈ যোৱাৰ ফলত মধ্যপ্ৰদেশৰ নিজ গৃহলৈ পদব্ৰজে উভতি আহিছে।

আনহাতে যোৱা মঙলবাৰেও হায়দৰাবাদৰ পৰা এগৰাকী প্ৰসূতি শ্ৰমিক অনিতাবায়ে তেওঁৰ স্বামীৰ সৈতে ছত্তিশগড়ৰ নিজ গৃহলৈ আহি থাকোতে নাৰ্ছিঙ্গীৰ নামৰ ঠাইত ৰাজপথে সন্তান প্ৰসৱ কৰে।

প্ৰসূতি শ্ৰমিকগাৰীকয়ে ৰাজপথতে বিষ অনুভৱ কৰাত স্বামী লোকেশে ওচৰৰ হাস্পতাল বিচাৰ খোচাৰ কৰাত লাগে।

ওচৰৰ জাপথিশীভানুৰ চিকিৎসালয়লৈ খোজেৰ গৈ থকা অৱস্থাতে অনিতাবায়ে বাটত এটি কন্যা সন্তান জন্ম দিয়ে।

ইয়াৰ পিছতে প্ৰসূতি অনিতাবাইক চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

ইফালে বাংগালুৰুৰ ড’ড্ডাবম্মাছান্দ্ৰত যোৱা মঙলবাৰে এগৰাকী ২০ বৰ্ষীয় প্ৰব্ৰজিত শ্ৰমিক প্ৰসূতিয়ে স্থানীয় চিকিৎসালয়লৈ সাত কিলোমিটাৰ খোজকঢ়াৰ পাছত পথতে এটি কন্যসন্তান প্ৰসৱ কৰিছিল।

উল্লেখ্য যে ল’কডাউনকালীন সময়ত প্ৰৱাসী শ্ৰমিকসকলে পদব্ৰজে নিজ ঘৰলৈ উভতি অহাৰ পথত সন্তান জন্ম দিয়াৰ হাৰ ক্ৰমশঃ বৃদ্ধি পাই আহিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd