• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এইবাৰ কৰ্ণাটক ! মাজনিশা চিকিৎসালয় চৌহদত বৃদ্ধ ৰোগীক ধৰ্ষণ, গ্ৰেপ্তাৰ অভিযুক্ত

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
August 23, 2024 10:15 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আৰ জি কৰ মেডিকেল কলেজ কৰ্মস্থলীত মাজনিশা ধৰ্ষণ কৰি নৃশংসভাৱে হত্যা কৰা চিকিৎসা বিজ্ঞানৰ ছাত্ৰীগৰাকীক লৈ দেশত অস্থিৰ হৈ পৰিছে। কলকাতাকে ধৰি সমগ্ৰ দেশতে প্ৰতিবাদী আন্দোলনৰ আয়োজন কৰা হৈছে। এই সন্দৰ্ভত বৃহস্পতিবাৰে দেশৰ শীৰ্ষ ন্যায়ালয়ে জাৰি কৰে এক নিৰ্দেশিকা। ছ’চিয়েল মিডিয়াতো মহিলাৰ সুৰক্ষা কেনেদৰে সুনিশ্চিত কৰিব পাৰি সেই বিষয়েও আলোচনা কৰা হৈছে।

এনে পৰিস্থিতিত দেশত পুনৰ সংঘটিত হ’ল ধৰ্ষণ। এইবাৰ দৃশ্য কৰ্ণাটকৰ। কৰ্ণাটকৰ চিক্কাবল্লাপুৰ জিলাৰ চৰকাৰী চিকিৎসালয় চৌহদত এগৰাকী ৬৫ বছৰীয়া অসহায় ৰোগীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে এজন ২৫ বছৰীয়া যুৱকৰ বিৰুদ্ধে। অভিযোগৰ ভিত্তিত ইতিমধ্যে আৰক্ষীয়ে ধৰ্ষণকাৰী যুৱকজনক গ্ৰেপ্তাৰ কৰিছে। কিন্তু আৰ জি কৰ কাণ্ডৰ মাজতে চিকিৎসালয় চৌহদত সংঘটিত ধৰ্ষণৰ ঘটনাই পুনৰ জনসাধাৰণৰ মাজত হুলস্থুলৰ সৃষ্টি কৰিছে। একে সময়তে বিশেষকৈ নিশা চিকিৎসালয় চৌহদৰ নিৰাপত্তাক লৈও প্ৰশ্ন উত্থাপন হৈছে।

ঘটনাৰ সত্যতা স্বীকাৰ কৰি চিক্কাবল্লাপুৰৰ আৰক্ষী অধীক্ষক কুশল চোকচিয়ে সংবাদ মাধ্যমৰ আগত কয় যে, “মাজনিশা চিকিৎসালয় চৌহদত সংঘটিত হৈছে ধৰ্ষণ কাণ্ড। অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। ভুক্তভোগী মহিলাগৰাকী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।”

Apply Now

আৰক্ষী আৰু স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, চিক্কাবল্লাপুৰ জিলাৰ এখন গাঁৱৰ পৰা চিকিৎসাৰ বাবে চিকিৎসালয়লৈ আহিছিল বৃদ্ধাগৰাকী। ডাক্তৰক চাবলৈ দেৰি হোৱাৰ বাবে বাটত বিপদৰ আশংকাত তেওঁ চিকিৎসালয়ৰ চৌহদত ৰাতিটো থাকিবলৈ সিদ্ধান্ত ল’লে। অভিযোগ অনুসৰি, ৰাতিপুৱা প্ৰায় ২ বজাত তাত এজন যুৱকে বলপূৰ্বকভাৱে ধৰ্ষণ কৰে।

পাছত বৃদ্ধাৰ চিঞৰ শুনি হস্পিতালৰ আন কেইজনমান ৰোগী আৰু কৰ্মচাৰী দৌৰি আহিল। উদ্ধাৰ কৰাৰ লগতে অভিযুক্তক আটক কৰে। আৰক্ষীক অৱগত কৰা হয়। প্ৰাথমিক তদন্তৰ অন্তত আৰক্ষীয়ে ধৰ্ষণৰ গোচৰ ৰুজু কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm
মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, ইথানল নীতিক লৈ গভীৰ ষড়যন্ত্ৰ চলিছে: নিতিন গাডকাৰী

মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, ইথানল নীতিক লৈ গভীৰ ষড়যন্ত্ৰ চলিছে: নিতিন গাডকাৰী

July 8, 2026 8:05 pm
কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm
 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

 ইৰানৰ সৈতে শান্তি চুক্তি বাতিল কৰিলে ট্ৰাম্পে, ইৰানৰ নেতাসকলক তীব্ৰ কটাক্ষ

July 8, 2026 3:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm
মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, ইথানল নীতিক লৈ গভীৰ ষড়যন্ত্ৰ চলিছে: নিতিন গাডকাৰী

মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, ইথানল নীতিক লৈ গভীৰ ষড়যন্ত্ৰ চলিছে: নিতিন গাডকাৰী

July 8, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd