• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এইবাৰ চীন সীমান্তত নহয়, পাক সীমান্তৰ এল অ’ চিত পাক সেনাৰ গুলীবৰ্ষণ : দুই জোৱান নিহত

এন ই নাও নিউজ by এন ই নাও নিউজ
June 14, 2020 6:30 pm
maxresdefault

প্ৰতিনিধিত্বমূলক ফ'টো

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাক সেনাই অস্ত্ৰবিৰতি উলংঘা কৰি পাক-ভাৰত সীমান্তৰ নিয়ন্ত্ৰণ ৰেখাত পুনৰ গুলীবৰ্ষণ কৰিছে।

যোৱা তিনি দিন ধৰি সীমান্তৰ নিয়ন্ত্ৰণ ৰেখাত পাক সেনাই ছেগা চোৰোকাকৈ গুলী বৰ্ষণ অব্যাহত আছে।

Apply Now

শনিবাৰে নিশা পুঞ্চ জিলাৰ ফেৰভাৰীত পুনৰ গুলী বৰ্ষণ কৰিছিল পাক সেনাই। উক্ত গুলীবৰ্ষণত এজন ভাৰতীয় সেনা জোৱান নিহত হোৱাৰ লগতে তিনিজন সেনা জোৱান গুৰুতৰ ভাৱে আহত হয়।

নিশা পাক সেনাই ভাৰতীয় সেনাৰ ছাউনী আৰু গাঁৱলৈ লক্ষ্য কৰি গুলীচালনাৰ লগতে মৰ্টাৰো বৰ্ষণ কৰে বুলি ভাৰতীয় সেনা সূত্ৰই প্ৰকাশ কৰিছে।

উক্ত গুলীবৰ্ষণত গুৰুতৰভাৱে আহত  সেনা জোৱান এজন চিকিৎসালয়লৈ নিয়াৰ পথত জোৱানজনৰ মৃত্যু ঘটে। ইতিমধ্যে আহত সেনা জোৱানকেইজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

পাক সেনাৰ প্ৰত্যুত্তৰত ভাৰতীয় সেনায়ো পাক সেনাৰ একাধিক ছাউনীলৈ গুলীবৰ্ষণ কৰে বুলি ভাৰতীয় সেনাৰ সূত্ৰত প্ৰকাশ।

পাকসেনাৰ শিবিৰলৈ লক্ষ্য কৰি ভাৰতীয় সেনাই কৰা এই গুলীচালনাত একাধিক পাক সেনা হতাহত হোৱা বুলি প্ৰকাশ কৰিছে ভাৰতীয় সেনা সূত্ৰই।

অৱশ্যে ইছলামাবাদে এই সম্পৰ্কে একো কথা প্ৰকাশ কৰা নাই।

বিগত কিছুদিনৰ পৰা পাক সেনাই প্ৰৰোচিতভাৱে অস্ত্ৰবিৰতিৰ চুক্তি লংঘন কৰি গুলীচালনা কৰি আহিছে।

শুকুৰবাৰে ৰামপুৰা ছেক্টৰত পাক সেনাৰ গুলীত এগৰাকী ৪৮ বৰ্ষীয় মহিলা নিহত হৈছিল। উক্ত গুলীবৰ্ষণত চাৰিটা গৃহৰ লগতে এটা মছজিদ ক্ষতিগ্ৰস্ত হৈছিল।

বৃহস্পতিবাৰেও মেন্ধাৰ ছেক্টৰৰ একাধিক প’ষ্ট আৰু গাঁৱলৈ লক্ষ্য কৰি পাক সেনাই কৰা গুলীবৰ্ষণত এজন সেনা জোৱান নিহত হোৱাৰ উপৰিও স্থানীয় লোক এগৰাকী আহত হৈছিল।

বিগত কিছু দিনৰ পৰা পাক সীমান্তত গুলীবৰ্ষণৰ ঘটনা বৃদ্ধি পোৱাৰ বাবে উপত্যকাটোৰ নিয়ন্ত্ৰণ ৰেখাত উত্তেজনা বৃদ্ধি পাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

September 6, 2026 9:47 pm
সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

September 6, 2026 8:05 pm
এয়া কেনে ন্যায়? ৯ বছৰ পাছতো লেহেমীয়া গৌৰী লংকেশ হত্যাৰ বিচাৰ, মুকলি আকাশৰ তলত হত্যাকাৰী

এয়া কেনে ন্যায়? ৯ বছৰ পাছতো লেহেমীয়া গৌৰী লংকেশ হত্যাৰ বিচাৰ, মুকলি আকাশৰ তলত হত্যাকাৰী

September 6, 2026 7:14 pm
মানচিত্ৰত ভাৰতক কিয় সৰু দেখা যায়? প্ৰকৃত আকাৰ দেখুৱাব ‘ইকুৱেল আৰ্থে’

মানচিত্ৰত ভাৰতক কিয় সৰু দেখা যায়? প্ৰকৃত আকাৰ দেখুৱাব ‘ইকুৱেল আৰ্থে’

September 6, 2026 6:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

ইন্দোৰত জঘন্য হত্যাকাণ্ড! সামান্য কথা কটা-কটি, ননদৰ আক্ৰোশত শেষ হ’ল নৱবিবাহিতা যুৱতীৰ জীৱন

September 6, 2026 9:47 pm
সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানত কিয় জ্বলিছে প্ৰতিবাদৰ জুই? এয়া দেশজুৰি বৃহৎ ছাত্ৰ আন্দোলনৰ ইংগিত নেকি?

September 6, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd