• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

কোভিড-১৯, বিশ্ব শিশু শ্ৰমিক প্ৰতিৰোধ দিৱস আৰু কিছু চিন্তা

ববিতা শইকীয়া by ববিতা শইকীয়া
June 19, 2020 8:54 pm
প্ৰতিনিধিত্বমূলক ছবি। ফটো ইণ্টাৰনেটৰ পৰা সংগৃহীত

প্ৰতিনিধিত্বমূলক ছবি। ফটো ইণ্টাৰনেটৰ পৰা সংগৃহীত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰতি বছৰৰ দৰেই সমগ্ৰ বিশ্বতে এইবাৰ ও ” বিশ্ব শিশু শ্ৰমিক প্ৰতিৰোধ দিৱস” 12 জুনত উদযাপন কৰা হয় I

কোভিড-১৯এ যি ভয়াৱহ পৰিস্থিতিৰ সূচনা কৰিলে, তাৰ পৰিণাম আমি সকলো স্তৰতে ভুগিব লগা হ’ব পাৰে। বিশেষকৈ এইসময়ত শিশুসকলক অত্যন্ত স্পৰ্শকাতৰ হিচাপে বিবেচনা কৰিব পাৰি।

Apply Now

কোভিড-১৯ আৰু লকডাউনৰ ফলত অৰ্থনীতিৰ বিস্তৰ ক্ষতি হোৱাতো খাতাং। ফলস্বৰূপে শিশু শ্ৰমিক, মানৱ সৰবৰাহ ইত্যাদিৰ দৰে অপৰাধৰ সংখ্যা বাঢ়িব। কোভিড-১৯এ এনে ধৰণৰ অপৰাধ জন্ম নিদিলেও ই এই অপৰাধসমূহক সন্মুখলৈ উলিয়াই পৰোক্ষভাৱে সহায় কৰিব।

লকডাউনে বহুলোকক নিৱনুৱা কৰিলে, বহু শ্ৰমিক নিজ নিজ গাঁৱলৈ ঘূৰি আহিব লগা হৈছে। ফলস্বৰূপে দৈনন্দিন জীৱনৰ খৰচৰ নামত ধাৰ-ঋণ কৰিব লগা হ’ব, কথা হ’ল পৰৱৰ্তী সময়ত কি কৰিব??

বহু উদাহৰণ আছে য’ত দেখা যায় যে নিজক বা নিজৰ সন্তানক বন্ধকত থৈ (কাম কৰিবৰ বাবে) ধাৰ পৰিশোধ কৰিব লগা হয় বা কৰে। এনে পৰিস্থিতিত শিশু শ্ৰমিক, মানৱ সৰবৰাহৰ দৰে অপৰাধ সংঘটিত হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

অসমৰ প্ৰেক্ষাপটত চাবলৈ গ’লে ইয়াৰ সম্ভাৱনা অধিক। কিয়নো অসমলৈ এতিয়া হাজাৰ হাজাৰ লোক বেলেগ ৰাজ্যৰ পৰা কাম এৰি গুচি আহিব লগা হৈছে। গতিকে কোভিদ-১৯ৰ পৰৱৰ্ত্তী সময়ছোৱাত আমি সতৰ্কতা অৱলম্বন কৰাতো খুব দৰকাৰ যাতে আমাৰ শিশুসকল মানৱ সৰৱৰাহকাৰীৰ কবলত নপৰে।

অসম পুলিচৰ এক মন্তব্য অনুসৰি কোভিডৰ পাছত অসমত মানৱ সৰবৰাহ বা শিশু সৰবৰাহৰ দৰে অপৰাধ ঘটাৰ সম্ভাৱনা অধিক।

আনহাতে বৰ্তমান বিশ্বৰ ৯০% বিদ্যালয় বন্ধ হৈ থকাৰ ফলত পৰৱৰ্তী সময়ত বহু শিশু পুনৰ বিদ্যালয়লৈ নোযোৱাৰ সম্ভাৱনাকো নুই কৰিব নোৱাৰি। আজিৰ তাৰিখত সমগ্ৰ বিশ্বত ৬৪ মিলিয়ন ছোৱালী আৰু 88 মিলিয়ন ল’ৰাক শিশু শ্ৰমিক হিচাপে চিহ্নিত কৰা হৈছে।

কোভিদ-১৯ৰ ফলত হোৱা আৰ্থিক দূৰৱস্থাই যাতে শিশুসকলক অপৰাধৰ ভুক্তভূগী কৰিব নোৱাৰে তাৰ বাবে বহুত সেস্বাসেৱী সংগঠনে কাম কৰি আছে। বচপন বচাও আন্দোলনে অসমকে ধৰি ভাৰতৰ কেইবাখনো ৰাজ্যত ৭২,০০০ শিশুকে ধৰি ২৫,০০০ পৰিয়ালক খাদ্য বস্তুৰ যোগান ধৰিছে। লগতে কোনো শিশুসকল যাতে এই সময়ছোৱাত মানৱ সৰবৰাহ বা শিশু শ্ৰমিকৰ দৰে অপৰাধৰ চিকাৰ নহয তাৰ বাবে ব্যৱস্থা ল’বলৈ আইনী প্ৰক্ৰিয়াৰ সহায় লৈছে।

ইয়াৰোপৰি শান্তিৰ ন’বেল বঁটা বিজয়ী কৈলাশ সত্যাৰ্থীয়ে বিশ্বৰ 88জন ন’বেল বিজয়ীৰ সৈতে লগ লাগি সকলো দেশৰ চৰকাৰক শিশুৰ সুৰক্ষাৰ বাবে ১ ত্ৰিলিয়ন পূঁজি আগবঢ়াবলৈ আহ্বান জনাইছে।

যি কি নহওক আমি এই সময়ত উপলব্ধি কৰিব লাগিব যে কোভিদ-১৯ৰ দৰেই ভয়াৱহ হ’ব পাৰে ইয়াৰ পৰৱৰ্তী সময়খিনি, য’ত শাৰিৰীক ৰোগৰ নিৰাময় হ’ব কিন্তু শিশুৰ বিৰুদ্ধে সমাজত অপৰাধে মূৰ দাঙি উঠিব। আমি সজাগ হ’ব লাগিব, শিশুসকলৰ ভৱিষ্যৎ ৰক্ষাৰ দায়িত্ব মূৰ পাতি ল’ব লাগিব।

 

লেখকৰ পৰিচয়

আইনী পৰামৰ্শদাতা আৰু ৰাজ্যিক সমন্ৱয়ক, অসম
বচপন বচাও আন্দোলন, নতুন দিল্লী

ববিতা শইকীয়া

ববিতা শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

June 6, 2026 1:27 pm
শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

June 6, 2026 12:39 pm
প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

June 6, 2026 12:32 pm
যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

June 6, 2026 1:27 pm
শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

June 6, 2026 12:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd