DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, March 25, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মহানগৰীত সক্ৰিয় হানী ট্ৰেপিং চক্ৰ: পুৰোহিতক ব্লেকমেইলিং কৰি আৰক্ষীৰ জালত পৰিল মহিলাসহ তিনিগৰাকী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 18, 2023 6:19 pm
honey-trapping in Guwahati
109
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী মহানগৰীত হানী ট্ৰেপিঙৰ জাল পেলাই লুণ্ঠনত নামিছে এক চক্ৰ। মন্দিৰৰ এগৰাকী পুৰোহিতক ফান্দত পেলাই হোৱাটছএপৰ জৰিয়তে প্ৰেৰণ কৰা অশ্লীল ভিডিঅ’ৰে ব্লেকমেইলিং কৰাৰ অভিযোগত এগৰাকী মহিলাসহ তিনিগৰাকীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

মহানগৰীৰ ফটাশিল আমবাৰীৰ অঞ্চলত সংঘটিত হৈছে এই ঘটনা। ধৃত তিনি অভিযুক্তৰ নাম ক্ৰমে প্ৰমোদ তিৱাৰী, ৰজনী কোথাৰী আৰু ভৱজিৎ সেন বুলি সদৰী কৰিছে আৰক্ষীয়ে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ৰজনী নামৰ মহিলাগৰাকীয়ে পুৰোহিত ভগীৰথি শাস্ত্ৰীৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তুলিছিল। হোৱাটছএপত পুৰোহিতগৰাকীক ভিডিঅ’ কলো কৰিছিল ৰজনী নামৰ মহিলাগৰাকীয়ে।

মহিলাগৰাকীয়ে এই ভিডিঅ’ কল ৰেকৰ্ডিং কৰি পুৰোহিতগৰাকীয়ে বিপুল পৰিমাণৰ ধন নিদিলে ভিডিঅ’ আৰু ফটোসমূহ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ৰাজহুৱা কৰাৰ ভাবুকি দি ধন দাবী কৰিছিল বুলি অভিযোগ উঠিছে।

ইয়াৰ পিছতে উপায়ন্তৰ হৈ আৰক্ষীৰ কাষ চাপে পুৰোহিতগৰাকী আৰু গুৱাহাটীৰ ফটাশিল থানাত অভিযোগ দাখিল কৰে। এই অভিযোগৰ ভিত্তিত বৃহস্পতিবাৰে ফেন্সি বজাৰৰ পৰা প্ৰমোদ তিৱাৰী আৰু ৰজনী কোথাৰীক গ্ৰেপ্তাৰ কৰি শুকুৰবাৰে আদালতত হাজিৰ কৰোৱা হয়।

আৰক্ষীয়ে ইয়াৰ পিছতে অভিযান তীব্ৰতৰ কৰি তোলে আৰু আনগৰাকী অভিযুক্ত ভৱজিৎ সেনকো গ্ৰেপ্তাৰ কৰে। ধৃত তিনিও অভিযুক্তকে পাঁচ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

Recent News

সংসদত মোৰ পৰৱৰ্তী ভাষণক লৈ শংকিত প্ৰধানমন্ত্ৰী; সেয়ে মোৰ সাংসদ পদ খাৰিজ কৰা হ’ল: ৰাহুল গান্ধী

সংসদত মোৰ পৰৱৰ্তী ভাষণক লৈ শংকিত প্ৰধানমন্ত্ৰী; সেয়ে মোৰ সাংসদ পদ খাৰিজ কৰা হ’ল: ৰাহুল গান্ধী

‘মোডী মানে দুৰ্নীতি’: ৰাহুল গান্ধী দোষী সাব্যস্ত হোৱাৰ পিছতে ভাইৰেল বিজেপি নেত্ৰীৰ পুৰণি টুইট

‘মোডী মানে দুৰ্নীতি’: ৰাহুল গান্ধী দোষী সাব্যস্ত হোৱাৰ পিছতে ভাইৰেল বিজেপি নেত্ৰীৰ পুৰণি টুইট

ৰাহুল গান্ধীৰ সাংসদ পদ বাতিলৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ; গুৱাহাটীত আটক কেইবাজনো কংগ্ৰেছী বিধায়ক

ৰাহুল গান্ধীৰ সাংসদ পদ বাতিলৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ; গুৱাহাটীত আটক কেইবাজনো কংগ্ৰেছী বিধায়ক

ৰাহুলৰ দৰে আইতাক ইন্দিৰা গান্ধীয়েও হেৰুৱাইছিল সাংসদ পদ! কি আছিল আদালতৰ ৰায়?

ৰাহুলৰ দৰে আইতাক ইন্দিৰা গান্ধীয়েও হেৰুৱাইছিল সাংসদ পদ! কি আছিল আদালতৰ ৰায়?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd