DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দুই লক্ষধিক ভক্তৰ আখৰী দোৱাৰে শিৱসাগৰ ইজতেমাৰ সফল সমাপ্তি

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
January 9, 2019 7:36 am
Ijtema Sivasagar

শিৱসাগৰ জিলাৰ সিংহদুৱাৰ বৰপথাৰত আয়োজিত ইজতেমাৰ এটা দৃশ্য।

308
VIEWS
Share on FacebookShare on Twitter
৬ জানুৱাৰিৰ পৰা তিনিদিনিয়াকৈ অনুষ্ঠিত হোৱা শিৱসাগৰ ইজতেমাৰ ৮জানুৱাৰিত সামৰণি পৰে। বিশ্ব শান্তি কামনা আৰু মানৱ জাতিৰ উন্নতিৰ উদ্দেশ্যে ৬ জানুৱাৰিৰ পৰা শিৱসাগৰ জিলাৰ সিংহদুৱাৰ বৰপথাৰত আয়োজিত এই বিশাল ইজতেমাত আজি দুপৰীয়া ১১.৩০ বজাত অনুষ্ঠিত হোৱা আখৰী দোৱাত শিৱসাগৰৰ লগতে যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়াকে ধৰি ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা অহা লক্ষাধিক ভক্তই  অংশ গ্ৰহণ কৰে।
আখৰী দোৱাত অংশ লবলৈ সিংহদুৱাৰ ইজতেমাস্থলীত  পুৱতি নিশাৰ পৰাই হাজাৰ হাজৰ ভক্তৰ সোঁত ববলৈ ধৰে। প্ৰায় দুই লক্ষাধিক ভক্তৰ সমাগম ঘটা এই আখৰী দোৱাত ভাৰতৰ লগতে সমগ্ৰ বিশ্বত শান্তি কামনা কৰাৰ লগতে অসমৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৰে উন্নতি, সু স্বাস্থ্য কামনা কৰি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰে। হাইদৰাবাদৰ উলেমা মুফটি আব্দুল বাহাৰ চাহাবে সিংহদুৱাৰ ইজতেমাৰ আখৰী দোৱা কৰাৰ পাছতেই অন্ত পৰে তিনিদিনীয়া ইজতেমাৰ।
উল্লেখ্য যে ইচলামধৰ্মীসকলৰ ধৰ্মীয় সমাৱেশ ইজতেমাৰ বাবে তিনিদিন ধৰি শিৱসাগৰৰ বগীদ’ল, সিংহদুৱাৰ, মেটেকা, পানীচকী, মেছাগড় অঞ্চলত এক উৎসৱমুখৰ পৰিৱেশ হৈ পৰিছিল। সম্প্ৰীতিৰ মিলনভূমিত পৰিণত হৈ পৰিছিল এই বিস্তৃত অঞ্চল। ইজতেমাৰ লাইখুঁটা পোতাৰ দিনৰে পৰা বহু হিন্দু লোকে বিনা পাৰিশ্ৰমিকত শ্ৰমদান কৰিছিল। আখৰী দোৱাত অংশ লবলৈ অহা প্ৰতিজন ভক্তক  নিজৰ ঘৰত যানবাহন ৰখাৰ সুবিধা কৰি দিয়াৰ লগতে বিশুদ্ধ খোৱা পানী, চাহ মিঠায়েৰে আপ্যায়ন কৰিছিল অঞ্চলটোৰ লোকসকলে। এই ইজতেমা শিৱসাগৰ, যোৰহাট আৰু ডিমাপুৰ জিলাৰ যৌথ উদ্যোগত অনুষ্ঠিত হৈছিল।

Recent News

অঘটন! স্বাধীনতা দিৱসৰ দিনাই ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন এগৰাকী কিশোৰ

অঘটন! স্বাধীনতা দিৱসৰ দিনাই ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন এগৰাকী কিশোৰ

ITBP Bus Accident: কাশ্মীৰত খাৱৈত পৰিল ৩৯ জন জোৱান কঢ়িয়াই নিয়া আইটিবিপিৰ বাছ; নিহত কমেও ৭ জোৱান

ITBP Bus Accident: কাশ্মীৰত খাৱৈত পৰিল ৩৯ জন জোৱান কঢ়িয়াই নিয়া আইটিবিপিৰ বাছ; নিহত কমেও ৭ জোৱান

হাজোত যৌতুকৰ বাবে গৰ্ভৱতী পত্নীক হত্যা স্বামীৰ

হাজোত যৌতুকৰ বাবে গৰ্ভৱতী পত্নীক হত্যা স্বামীৰ

UN special envoy in Myanmar: গৃহযুদ্ধত জৰ্জৰিত ম্যানমাৰত ৰাষ্ট্ৰসংঘৰ বিশেষ প্ৰতিনিধি; চাপত ক্ষমতাশালী সামৰিক শাসক!

UN special envoy in Myanmar: গৃহযুদ্ধত জৰ্জৰিত ম্যানমাৰত ৰাষ্ট্ৰসংঘৰ বিশেষ প্ৰতিনিধি; চাপত ক্ষমতাশালী সামৰিক শাসক!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd