• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এনকাউণ্টাৰত নিহত ৩ খালিস্তানী উগ্ৰপন্থী! উত্তৰ প্ৰদেশৰ পিলিভটত চলিছিল অভিযান

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
December 23, 2024 11:12 am
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ প্ৰদেশৰ পিলিভিটত এনকাউণ্টাৰত নিহত হৈছে ৩ খালিস্তানী উগ্ৰপন্থী। জানিব পৰা মতে, পঞ্জাৱৰ গুৰদাসপুৰত তেওঁলোকৰ বিৰুদ্ধে আৰক্ষীক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছিল। ইয়াৰ পিছতে উত্তৰ প্ৰদেশ আৰক্ষী আৰু পঞ্জাৱ আৰক্ষীয়ে যৌথ অভিযান আৰম্ভ কৰে।

সোমবাৰে পুৱা পিলিভিটত ৩জন উগ্ৰপন্থীৰ সৈতে আৰক্ষীৰ সংঘৰ্ষ হয়। ইয়াৰ পিছতে আৰক্ষীৰ এনকাউণ্টাৰত উগ্ৰপন্থী ৩জন নিহত হয়।

Apply Now

জানিব পৰা মতে, মৃত উগ্ৰপন্থীকেইজনৰ নাম গুৰৱিন্দৰ সিং, জছনপ্ৰীত সিং আৰু  বীৰেন্দ্ৰ সিং। আটাইকেইজনেই খালিস্তান সমৰ্থক নিষিদ্ধ সংগঠন খালিস্তান কমাণ্ডো ফৰ্চৰ সদস্য বুলি জনা গৈছে।

মৃত উগ্ৰপন্থীকেইজনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে AK 47 ৰাইফল, দুটা পিষ্টল, কেই ৰাউণ্ডমান গুলী। উত্তৰ প্ৰদেশ আৰু পঞ্জাৱ আৰক্ষীৰ যৌথ অভিযানত এই তিনি উগ্ৰপন্থীৰ নিহত হোৱাৰ পিছত অঞ্চলটোত কটকটীয়া নিৰাপত্তা বেহু গঢ়ু তোলা হৈছে।

বাতৰি অনুসৰি, পঞ্জাৱ আৰক্ষীয়ে গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰিছিল যে ৩ খালিস্তানী উগ্ৰপন্থীয়ে উত্তৰ প্ৰদেশৰ পিলিভিটত আশ্ৰয় লৈছে। সেই তথ্য পাই তেওঁলোকে উত্তৰ প্ৰদেশ আৰক্ষীক খবৰ দিয়ে। উত্তৰ প্ৰদেশৰ পুৰানপুৰ আৰক্ষী থানাই এই উগ্ৰপন্থীৰ উপস্থিতিৰ তথ্য লাভ কৰে। এই থানাৰ অঞ্চলত উগ্ৰপন্থীয়ে বিচৰণ কৰি থকা বুলি খবৰ পোৱা গৈছিল।

পুৰাণপুৰত সেই ৩ জন লোকে কিছু সন্দেহজনক বস্তু লৈ ঘূৰি ফুৰাৰ তথ্যও আৰক্ষীয়ে লাভ কৰে। ইফালে এই খবৰ পোৱাৰ লগে লগে আৰক্ষীয়ে ৩ অভিযুক্তক পৃথক কৰি পেলায়। সোমবাৰে পুৱা দুয়োপক্ষৰ মাজত গুলীয়াগুলি হয়। তেতিয়াই ৩ জন উগ্ৰপন্থী আৰক্ষীৰ গুলীত নিহত হয়।

পিলিভিট আৰক্ষীয়ে জনোৱা মতে, অভিযুক্তই আৰক্ষীৰ দলটোক প্ৰত্যাহ্বান জনাই গুলীচালনা কৰে আৰু প্ৰত্যুত্তৰত গুলীচালনাত তেওঁলোক নিহত হয়। পঞ্জাৱ আৰক্ষী আৰু উত্তৰ প্ৰদেশ আৰক্ষীৰ এটা দলে যৌথ অভিযান চলাইছিল। পঞ্জাৱ আৰক্ষীৰ দলটোৱে তেওঁলোকৰ (অভিযুক্তৰ) বিদেশী সংযোগৰ কথাও উল্লেখ কৰে। সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ হৈছে।

ইয়াৰ পূৰ্বে শুকুৰবাৰে পঞ্জাৱৰ গুৰদাসপুৰ জিলাৰ কালানৌৰ মহকুমাৰ এটা পৰিত্যক্ত আৰক্ষী চকীত বিস্ফোৰণ সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। আৰক্ষীৰ সতৰ্কতা বৃদ্ধিৰ মাজতে সংঘটিত এই আক্ৰমণৰ ফলত কোনো লোকৰ প্ৰাণ বা সা-সম্পত্তিৰ ক্ষতি হোৱা নাই। তাৰপিছতে এই ৩ খালিস্তানী উগ্ৰপন্থীৰ এনকাউণ্টাৰৰ খবৰ আহিল।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

October 3, 2026 11:20 am
বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

October 3, 2026 10:10 am
একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

October 3, 2026 9:14 am
বলপূৰ্বক সম্পত্তি দখল নহয়! বিচাৰিলেই সন্তানক উচ্ছেদ কৰিব পাৰে পিতৃ-মাতৃয়ে; কি ৰায় আদালতৰ?

বলপূৰ্বক সম্পত্তি দখল নহয়! বিচাৰিলেই সন্তানক উচ্ছেদ কৰিব পাৰে পিতৃ-মাতৃয়ে; কি ৰায় আদালতৰ?

October 3, 2026 8:08 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

October 3, 2026 11:20 am
বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

October 3, 2026 10:10 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd