• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হাইলাকান্দিৰ কাটাখাল নৈত নাও দুৰ্ঘটনা; ৩জন সন্ধানহীন

NE NOW NEWS ৰাহুল চক্ৰৱৰ্তী
হাইলাকান্দি , October 29, 2018 4:34 pm

1 min read

হাইলাকান্দিৰ কাটাখাল নৈত নাও দুৰ্ঘটনা; ৩জন সন্ধানহীন

প্ৰতিনিধিত্বমূলক ছবি

354
VIEWS
Share on FacebookShare on Twitter

দেওবাৰে নিশা হাইলাকান্দিৰ কাটাখাল নৈত এক নাও দুৰ্ঘটনা সংঘটিত হৈ তিনিগৰাকীকৈ লোক সন্ধানহীন হৈ আছে। সন্ধানহীন লোককেইজনক বিচাৰি এছ আৰ ডি এফ বাহিনীৰ লোকে অভিযান অব্যাহত ৰাখিছে।

প্ৰাপ্ত তথ্য মতে প্ৰচণ্ড বতাহ বৰষুণ দি থকাৰ সময়তে হাইলাকান্দিৰ লালামুখ ফেৰীঘাটত ৩০ গৰাকীকৈ যাত্ৰী কঢ়িয়াই নিয়া উক্ত নাওখন দুৰ্ঘটনাত পতিত হয়।

ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বাহিনী চমুকৈ এছ আৰ এফ ডিয়ে স্থানীয় লোকসকলৰ সৈতে মিলি ইয়াৰ ২৭ জন লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও ৩ গৰাকী লোক এতিয়াও সন্ধানহীন হৈ আছে।

সন্ধানহীন লোককেইজনক সুমিত পাশি, অজয় পাশি আৰু ৰমেশ পাশি বুলি চিনাক্ত কৰা হৈছে। আটাইকেইগৰাকীয়ে লালমুখ চাহ বাগিচাৰ বাসিন্দা।

আনহাতে এক সূত্ৰৰ পৰা জানিব পৰা মতে ঘটনা সন্দৰ্ভত সোধ পোচৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱা উক্ত ফেৰীঘাটতটোৰ লেছী গৰাকীক আৰক্ষীয়ে নিজৰ জিম্মাত লৈছিল।

Recent News

WhatsApp Image 2021-01-21 at 2.23.50 PM

আশ্চৰ্যকৰ! অস্ত্ৰোপচাৰ কৰি নিজৰ উচ্চতা ২ ইঞ্চি বৃদ্ধি কৰি ল’লে যুৱকে; কিমান পৰিল খৰচ?

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

তামুলপুৰত বিজেপিৰ দলীয় প্ৰাৰ্থিত্বৰ দৌৰত প্ৰাক্তন মন্ত্ৰী পদম বাহাদুৰ চৌহানৰ পুত্ৰ ৰাজেন চৌহান

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

জুভেণ্টাছৰ ষ্টাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে গঢ়িলে আন এক অভিলেখ

Modi-2

দ্বিতীয় পৰ্যায়ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ল’ব ক’ৰ’না ভেকচিন!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd