DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

অসমত পুনৰ ৩জন কোভিড-১৯ পজিটিভ চিনাক্ত; ৫৬লৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 8, 2020 4:21 pm
প্ৰতিনিধিত্বমূলক ছবি

প্ৰতিনিধিত্বমূলক ছবি

3.6k
VIEWS
Share on FacebookShare on Twitter

অসমত আজিৰ দিনটোত নতুনকৈ তিনিজনকৈ লোকৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰে।

কাছাৰৰ তিনিজন লোকৰ দেহত ধৰা পৰিছে এই মাৰাত্মক ভাইৰাছ।

বৃহস্পতিবাৰে ৰাজস্থানৰ আজমেৰৰ পৰা অহা বাছত আক্ৰান্ত চাৰিজনৰ লগত আহিছিল এইকেইগৰাকী লোক। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনায়।

Alert ~ 3 more persons, who travelled in the bus from Rajasthan in which the Cachar dist #COVID19 + person travelled, have tested positive.

↗️Total #COVID19 patients in Assam 56
↗️Active cases 21
↗️Discharged 34
↗️Death 1

Update at 3.45 pm / May 8#AssamCovidCount

— Himanta Biswa Sarma (@himantabiswa) May 8, 2020

অসমত বৰ্তমানলৈকে আক্ৰান্ত লোকৰ সংখ্যা ৫৬ গৰাকীলৈ বৃদ্ধি পাইছে। ইয়াৰে এজন লোকে মৃত্যুক সাৱটি লোৱাৰ লগতে ৩৪জনে হস্পিতালৰ পৰা মুক্তি পাইছে।

বৰ্তমান ২১গৰাকী ৰোগী চিকিৎসাধীন হৈ আছে। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে জনাইছে এই কথা।

উল্লেখযোগ্য যে, ইতিমধ্যে বাছখনৰ মুঠ ৪২ গৰাকী যাত্ৰী আৰু তেওঁলোকৰ পৰিয়ালৰ ডেৰ শতাধিক লোকক কুৱাৰেণ্টাইন কৰিছে কাছাৰ জিলা প্ৰশাসনে।

লগতে কাছাৰ জিলা প্ৰশাসনে ১১ খনকৈ গাঁও কনটেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে। এই ৪২ গৰাকী যাত্ৰী ৰাজস্থানৰ আজমেৰ শ্বৰীফ দৰ্শনৰ বাবে গৈছিল ।

আজি কোভিড-১৯ ধৰা পৰা লোককেইজনৰ বৰ্তমানলৈকে নাম ঠিকনা প্ৰকাশ কৰা নাই স্বাস্থ্য বিভাগে।

Tags: COVID19

Recent News

Assam Career : আইআইটি গুৱাহাটীত একাধিক পদ খালী, জানক নিযুক্তিৰ প্ৰক্ৰিয়া

Assam Career : আইআইটি গুৱাহাটীত একাধিক পদ খালী, জানক নিযুক্তিৰ প্ৰক্ৰিয়া

Assam Bio Refinery Private Limited

Assam Career : অসম বায়ো ৰিফাইনেৰী প্ৰাইভেট লিমিটেডত পদ খালী, কিদৰে কৰিব আবেদন?

নুপূৰ শৰ্মাই হজৰত মহম্মদৰ বিৰুদ্ধে কৰা মন্তব্যৰ ভিডিঅ’ প্ৰথমে চিনাক্ত কৰা অল্টনিউজৰ সাংবাদিক মহম্মদ জুবেইৰক গ্ৰেপ্তাৰ

নুপূৰ শৰ্মাই হজৰত মহম্মদৰ বিৰুদ্ধে কৰা মন্তব্যৰ ভিডিঅ’ প্ৰথমে চিনাক্ত কৰা অল্টনিউজৰ সাংবাদিক মহম্মদ জুবেইৰক গ্ৰেপ্তাৰ

দিহিং নৈৰ ওপৰত দলং নিৰ্মাণৰ দাবীত জাগুনত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ

দিহিং নৈৰ ওপৰত দলং নিৰ্মাণৰ দাবীত জাগুনত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd