• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পি এছ জিৰ আৰু তিনিগৰাকী ফুটবলাৰ কোভিড প’জিটিভ; মুঠ আক্ৰান্তৰ সংখ্যা ৬ গৰাকীলৈ বৃদ্ধি

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 4, 2020 7:03 pm

1 min read

পি এছ জিৰ আৰু তিনিগৰাকী ফুটবলাৰ কোভিড প’জিটিভ; মুঠ আক্ৰান্তৰ সংখ্যা ৬ গৰাকীলৈ বৃদ্ধি
156
VIEWS
Share on FacebookShare on Twitter

ফুটবল বিশ্বত ক’ৰ’না ভাইৰাছৰ সন্ত্ৰাস অব্যাহত আছে।

বিশ্ব বিখ্যাত ফুটবল ক্লাৱ ফ্ৰান্সৰ পেৰিছ চেইণ্ট জাৰ্মাইনৰ আৰু তিনিগৰাকী ফুটবলাৰৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে বুলি নিশ্চিত হৈছে।

বৰ্তমানলৈ তাৰকা খচিত ফুটবল ক্লাৱটোৰ ছয় গৰাকী ফুটবলাৰৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰা বুলি ক্লাৱটোৰ পৰা প্ৰকাশ কৰা হৈছে।

নতুনকৈ ক’ৰ’না প’জিটিভ হোৱা পেৰিছ চেইণ্ট জাৰ্মানৰ ফুটবলাৰ তিনিগৰাকী হৈছে ক্ৰমে- মাৰ্কুনহোছ, গ’লৰক্ষক কেইল’ৰ নাভাছ আৰু ষ্ট্ৰাইকাৰ মাইৰো ইকাৰ্ড।

ইয়াৰ পূৰ্বে দলটোৰ অন্যতম তাৰকা ষ্ট্ৰাইকাৰ ব্ৰাজিলৰ নেইমাৰ, আৰ্জেনটিনাৰ এঞ্জেল ডি মাৰিয়া আরু  লেনড্ৰ’ পাৰেডেছৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল।

ক’ৰ’না প’জিটিভ হোৱা ক্লাৱটোৰ খেলুৱৈ সকলক বৰ্তমান সময়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে।

চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত পৰাজয় বৰণ কৰাৰ পিছতে সতীৰ্থ খেলুৱৈৰ সৈতে স্পেনিছ দ্বীপ ইবিজাত পাৰ্টি কৰিবলৈ গৈছিল জনপ্ৰিয় ফুটবলাৰ নেইমাৰে।

উক্ত পাৰ্টিৰ পৰাই বিশ্বৰ অন্যতম জনপ্ৰিয় ফুটবলাৰ গৰাকী ক’ৰ’ণাত আক্ৰান্ত হোৱা বুলি দাবী কৰিছে ফৰাচী সংবাদ মাধ্যমে।

Recent News

a som

বাক্সাত ভূমিহীনৰ মুখত বিৰিঙিল হাঁহি: ৮২২ গৰাকী ভূমিহীনক পট্টা প্ৰদান

a tez

আছু কৰ্মীক CRPF ৰ প্ৰহাৰ: ছাত্ৰ সন্থাই ঘোষণা কৰা ১২ ঘণ্টীয়া শোণিতপুৰ জিলা বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

a amit

প্ৰতিবাদলৈ ভয়! কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অনুষ্ঠানত সীমিত কৰা হ’ল সাংবাদিকৰ প্ৰৱেশ

a som

এইমছৰ নিৰাপত্তা কৰ্মীক আক্ৰমণ, দিল্লীৰ আদালতে দোষী সাৱস্ত্য কৰিলে আপৰ বিধায়ক সোমনাথ ভাৰতীক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd