• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বন্দাপাৰাত ট্ৰেভেলাৰ আৰু মটৰ চাইকেলৰ মুখামুখি সংঘৰ্ষ; থিতাতে নিহত ৩জন, আন ৯জন আহত

এন ই নাও নিউজ by এন ই নাও নিউজ
October 20, 2020 7:40 am
9-6-1140x570

প্ৰতিনিধিত্বমূলক ফটো।

500
VIEWS
Share on FacebookShare on Twitter

কামৰূপ(গ্ৰাম্য) জিলাৰ বকোৰ বন্দাপাৰত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত জনকৈ লোক থিতাতে নিহত হয়। এই দুৰ্ঘটনাত আন ৯জন লোক আহত হৈছে।

ঘটনা অনুসৰি, সোমবাৰে সন্ধিয়া ৰাষ্ট্ৰীয় ঘাইপথেৰে গুৱাহাটীৰ পৰা নগৰবেৰা অভিমুখে গৈ থকা এখন যাত্ৰীবাহী ট্ৰেভেলাৰ বকোৰ সমীপৰ বন্দাপাৰাত বিপৰীত দিশৰ পৰা আহি থকা এখন মটৰ চাইকেলত তীব্ৰ বেগে খুন্দা মাৰে।

ভয়ংকৰ মুখামুখি সংঘৰ্ষটোৰ ফলত মটৰ চাইকেল আৰোহী দুজনৰ লগতে ট্ৰেভেলাৰখনৰ এজন যাত্ৰী থিতাতে নিহত হয়।

দুৰ্ঘটনাত পতিত হোৱা যাত্ৰীবাহী ট্ৰেভেলাৰখনৰ নম্বৰ হৈছে এএছ-০১/ই চি -০৭০৫। অৱশ্যে, মটৰ চাইকেলখনৰ নম্বৰ জানিব পৰা হোৱা নাই।

ঘটনাস্থলীতে নিহত হোৱা মটৰ চাইকেলখনৰ এজন আৰোহীক বকোৰ ২নং ছেখাদাৰি মাজপাৰা গাঁৱৰ অজয় ৰাভা বুলি চিনাক্ত কৰা হৈছে যদিও আনজন আৰোহীৰ পৰিচয় জানিব পৰা হোৱা নাই।

ইপিনে, ট্ৰেভেলাৰখনৰ থিতাতে নিহত হোৱা যাত্ৰীজনক নগৰবেৰাৰ উদ্ধৱ চৌধুৰী বুলি চিনাক্ত কৰা হৈছে।

আনহাতে, দুৰ্ঘটনাটোত আহত হোৱা ট্ৰেভেলাৰখনৰ ৯জন যাত্ৰীক স্থানীয় লোকে উদ্ধাৰ কৰি চিকিৎসাৰ বাবে বকো প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰাৰ ব্যৱস্থা কৰে।

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd