• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অগৰাতলিৰ গঁড় হত্যাত জড়িত চোৰাং চিকাৰী তিনিজনক গ্ৰেপ্তাৰ; এ কে ৮১ ৰাইফল উদ্ধাৰ

যোৱা ৯ মে'ত সংঘটিত গঁড় হত্যাত জড়িত সাতজন চোৰাং চিকাৰীৰ পলাতক তিনিজনক যোৱা নিশা কৰায়ত্ব কৰে

উত্তম শইকীয়া by উত্তম শইকীয়া
June 21, 2020 9:33 pm
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলিৰ ডোৰামাৰী বিলৰ পাৰত যোৱা ৯ মে’ত সংঘটিত হোৱা গঁড় হত্যাত জড়িত সাতজন চোৰাং চিকাৰীৰ পলাতক তিনিজন চোৰাং চিকাৰীক যোৱা নিশা কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে কাৰ্বি আংলং জিলাৰ আৰক্ষীয়ে৷ 

৯ মে’ৰ ঘটনাৰ পাছত যোৱা ১ জুনত কাৰ্বি আংলং আৰক্ষীৰ অভিযানকাৰী দলে চোৰাংচিকাৰীৰ দলৰ তিনিজনক আটক কৰাৰ পাছত যোৱা নিশা দলৰ বাকী তিনি সদস্যক কাৰ্বি আংলং জিলাৰ সিংহাসন পাহাৰৰ গভীৰ অৰণ্যৰ পৰা আটক কৰিছে।

Apply Now

আটক কৰা চোৰাং চিকাৰী কেইজন হ’ল জনথাং থাবগ’ই, মোৱামোৱান আৰু নিংমিয়ালুন লুলুন। চিকাৰী কেইজন মণিপুৰৰ চূড়াচান্দপুৰৰ বুলি আৰক্ষী সূত্ৰত প্ৰকাশ।

কাজিৰঙাৰ অগৰাতলি বনাঞ্চলৰ শেষতীয়া গঁড় হত্যাত জড়িত থকাৰ কথা স্বীকাৰ কৰিছে ধৃত চোৰাংচিকাৰী কেইজনে।

আৰক্ষীৰ তদন্তত চোৰাং চিকাৰী কেইজনে কাজিৰঙাৰ সীমাতে থকা কাৰ্বি পাহাৰত লুকুৱাই থোৱা এটা একে চিৰিজৰ ৰাইফল উলিয়াই দিয়ে।

উল্লেখ্য যে অগৰাতলিৰ গঁড় হত্যাৰ ঘটনাৰ পাছত কাৰ্বি আংলং জিলাৰ ডলামৰা আৰক্ষী থানাত ৪/ ২০২০, ডিফু থানাত ১১০/ 2020 আৰু বোকাখাত থানাত ১৩১/ ২০২০ নম্বৰৰ একোটাকৈ গোচৰ পঞ্জীয়ন হৈছিল।

এই সমূহ গোচৰৰ আধাৰতে আৰক্ষীয়ে যোৱা ১ জুনত মণিপুৰৰ চুড়াচান্দ পুৰৰ ডেভিড চিয়ামা, জখলাবন্ধাৰ শাকমুঠি চাহ বাগিচাৰ বিকি থাপা, নগাঁও চালনাৰ চাইমন লাৰকা নামৰ তিনিটা চিকাৰীক কৰায়ত্ব কৰিছিল।

ঘটনাৰ সময়ত এই দলৰে মাংবই পাইটে নামৰ চিকাৰীজন নাগালেণ্ড অসম সীমান্তত আৰক্ষীৰে হোৱা গুলীয়া গুলীত ঘটনাস্থলীতে নিহত হৈছিল যদিও দলৰ বাকী তিনিজন সদস্য পলাই যাবলৈ সক্ষম হৈছিল।

এই ঘটনাত কৰায়ত্ব কৰা চোৰাংচিকাৰীৰ পৰা আৰক্ষীৰ দলে ১ টা এ কে ৪৭, ২ টা এ কে ৫৬ ৰাইফল, ১ টা ডাবল বেৰেল ৰাইফল, ৪ শ সক্ৰিয় গুলী, ১ টা গ্ৰেণেড আৰু কেতবোৰ সামগ্ৰী উদ্ধাৰ কৰিছিল।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd