• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ক’ৰ’ণাত আক্ৰান্ত তিনিটাকৈ তুষাৰ চিতা বাঘ : আতংকিত জীৱ বিজ্ঞানী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 14, 2020 8:13 am

1 min read

index.jpgb
171
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ বিশ্বৰ মানৱ সম্প্ৰদায়ৰ মাজত আতংক সৃষ্টিকাৰী মহামাৰী ক’ৰ’ণা কেৱল মানৱ কুলৰ মাজতে সীমাৱদ্ধ হৈ থকা নাই।

এই মহামাৰী ভাইৰাছ বিধৰ প্ৰৱেশ ঘটিছে বিশ্বৰ অন্যান্য জীৱৰ দেহটো। ইয়াৰ পিছতে আতংকিত হৈ উঠা দেখা বিশ্বৰ জীৱবিজ্ঞানীসকলক।

শেহতীয়াকৈ অহা খবৰৰ মতে তুষাৰ চিতা বাঘ( snow leopard)ৰ দেহটো পোৱা গৈছে মহামাৰী ক’ৰ’ণাৰ উপস্থিতি।

আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি আমেৰিকাৰ কেন্টাকিৰ চিৰিয়াখানাৰ এজনী মাইকী তুষাৰ চিতা আৰু লুইভিলেৰ চিৰিয়াখানাৰ দুটা তুষাৰ চিতাৰ শৰীৰত পোৱা গৈছে ক’ৰ’ণা ভাইৰাছৰ উপস্থিতি।

বাতৰি অনুসৰি শ্বাস-প্ৰশ্বাসৰ সমস্যাত ভোগা তুষাৰ চিতা তিনিটাক চিৰিয়াখানাৰ কৰ্তৃপক্ষই নমুনা পৰীক্ষা কৰায়।

এই নমুনা পৰীক্ষাৰ ফলাফলত স্পষ্ট হয় যে চিৰিয়াখানা দুখনৰ তিনিটা তুষাৰ চিতা বাঘ ক’ৰ’ণাত আক্ৰান্ত হৈছে।

ইয়াৰ পিছতে তুষাৰ চিতাকেইটাক পৃথকে পৃথকে চিকিৎসকৰ তত্বাৱধানত ৰখা হৈছে আৰু কেনেকৈ তুষাৰ চিতা কেইটাৰ শৰীৰত ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ হ’ল সেয়া অনুসন্ধান কৰি থকা হৈছে।

Recent News

Sualkusi

প্ৰস্তাৱিত ভূমি পৰিদৰ্শন উপায়ুক্তৰ : অতি শীঘ্ৰেই শুভাৰম্ভ হ’ব শুৱালকুছিত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কাম

প্ৰথমবাৰৰ বাবে ভাৰত বনাম ভাৰত এ-ৰ মাজত অনুষ্ঠিত হ’ব এখন আকৰ্ষণীয় ক্ৰিকেট মেচ

প্ৰথমবাৰৰ বাবে ভাৰত বনাম ভাৰত এ-ৰ মাজত অনুষ্ঠিত হ’ব এখন আকৰ্ষণীয় ক্ৰিকেট মেচ

Bajali

বৰপেটা পৰিবহণ বিভাগৰ চৰম ব্যৰ্থতা : পথ সুৰক্ষা সপ্তাহতে ৬ লোকৰ দুৰ্ঘটনাত মৃত্যু

index.jpgs

লাল কিল্লা কাণ্ডৰ পিছত চাপত কৃষক সংগঠন! : ১ ফেব্ৰুৱাৰীৰ সংসদ অভিযান বাতিল; কি হ’ব পৰৱৰ্তী কাৰ্যসূচী?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd