• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুৱতি নিশাই জম্মু-কাশ্মীৰত এনকাউণ্টাৰ, সেনাৰ গুলীত নিহত ৩ সন্ত্ৰাসবাদী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 29, 2024 11:12 am
প্ৰতিনিধিত্বমূলক ফাইল ফটো। সংগ্ৰহীত।

প্ৰতিনিধিত্বমূলক ফাইল ফটো। সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃহস্পতিবাৰে পুৱতি নিশা ভাৰতীয় সেনাই লাভ কৰিলে এক ডাঙৰ সফলতা। সন্ত্ৰাসবিৰোধী অভিযানত লাভ কৰিছে এই সফলতা। এনকাউণ্টাৰত দুজন সন্ত্ৰাসবাদী নিহত হোৱা বুলি জানিব পৰা গৈছে।

ভাৰতীয় সেনাৰ চিনাৰ কৰ্পছে কয় যে, ‘‘এটা সম্ভাৱ্য অনুপ্ৰৱেশৰ চেষ্টা সন্দৰ্ভত চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত অভিযান চলাই ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে ২৮-২৯ আগষ্টৰ মাজনিশা কুপওৱাৰাৰ জেনেৰেল এৰিয়া মাচালত যৌথ অভিযান আৰম্ভ কৰে।‘’

ইয়াৰ পিছত সন্দেহজনক গতিবিধি লক্ষ্য কৰা বুলিও সেনাই কয়। তালাচী অভিযানৰ সময়ত সন্ত্ৰাসবাদীৰ সন্ধান পোৱাৰ লগে লগে সন্ত্ৰাসবাদী আৰু সেনাৰ জোৱানৰ মাজত গুলীয়াগুলি আৰম্ভ হয়। দুজন সন্ত্ৰাসবাদী নিহত হোৱাৰ সন্দেহ কৰা হৈছে। অৱশ্যে এতিয়াও এই অভিযান অব্যাহত আছে বুলি চিনাৰ কৰ্পছৰ সূত্ৰই প্ৰকাশ কৰিছে।

Apply Now

লগতে পঢ়কঃ ভ্ৰাম্যমাণৰ মঞ্চত বাইকসহ বাগৰি পৰি আঘাতপ্ৰাপ্ত অভিনেতা যতীন বৰা, আহত আন ৭জন

কেৱল সেয়াই নহয়, জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাত সন্ত্ৰাসবাদীয়ে নিৰাপত্তাৰক্ষীৰ সৈতে গুলীয়াগুলি আৰম্ভ কৰাৰ খবৰ পোৱা গৈছে। কুপওৱাৰা জিলাত নিয়ন্ত্ৰণ ৰেখাৰ কাষত দুটা পৃথক অভিযানত ৩ জন সন্ত্ৰাসবাদী নিহত হোৱাৰ খবৰ পোৱা গৈছে।

এমাহৰ ভিতৰতে জম্মু-কাশ্মীৰত বিধানসভা নিৰ্বাচন আছে। এনে পৰিস্থিতিত সন্ত্ৰাসবাদীয়ে পুনৰ কাশ্মীৰত অশান্তিৰ চেষ্টা চলাইছে। ইফালে নিৰাপত্তাৰক্ষীবাহিনীও মনে মনে বহি থকা নাই। নিৰ্বাচনৰ পৰিৱেশত অব্যাহত আছে এই তালাচী অভিযান।

OP SHAMSHU, MACHHAL #Kupwara

Based on intelligence inputs with respect to likely infiltration bids, a Joint Operation was launched by #IndianArmy & @JmuKmrPolice on the intervening night of 28-29 Aug 24 in general area Machhal, Kupwara.

Suspicious movement was observed in bad… pic.twitter.com/ZcSdgaQczL

— Chinar Corps🍁 – Indian Army (@ChinarcorpsIA) August 29, 2024

উল্লেখ্য যে ৯ জুনত ৰিয়াছি আক্ৰমণৰ পিছৰে পৰা জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী ঘটনা বৃদ্ধি পাইছে। সেই সময়ত সন্ত্ৰাসবাদীয়ে শিৱখোৰিৰ পৰা আহি থকা এখন বাছ কলক্ষ্য কৰিছিল। এই সন্ত্ৰাসবাদী আক্ৰমণত ৯ জন তীৰ্থযাত্ৰী নিহত হোৱাৰ লগতে ৪১ জন লোক আহত হয়। ১১ জুনত জম্মু সংমণ্ডলৰ কঠুৱাৰ অন্তৰ্গত এখন গাঁৱত সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলাইছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd