DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জখলাবন্ধাৰ হস্পিতাল চাৰিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত তিনিজনকৈ তেজাল যুৱক

ৰিদীপ শৰ্মা by ৰিদীপ শৰ্মা
March 14, 2021 9:13 am
Kaliabor accident

দুৰ্ঘটনাটোত নিহত যুৱক তিনিজন ক্ৰমে (বাওফালৰ পৰা) লালন প্ৰসাদ ৰবিদাস, ৰিকু শইকীয়া আৰু ধ্ৰুৱজ্যোতি ভূঞা। ফটো: নৰ্থইষ্ট নাও।

980
VIEWS
Share on FacebookShare on Twitter

কলিয়াবৰৰ জখলাবন্ধাৰ হস্পিতাল চাৰিআলিত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। দুৰ্ঘটনাটোত থিতাতে নিহত হৈছে তিনি মটৰচাইকেল আৰোহী।

জখলাবন্ধা আৰক্ষী থানাৰ অন্তৰ্গত হস্পিতাল চাৰিআলিত শনিবাৰে নিশা প্ৰায় ৯.৩০বজাত সংঘটিত হোৱা ভয়ংকৰ দুৰ্ঘটনাটোত থিতাতে মৃত্যু হয় তিনিজনকৈ তেজাল যুৱকৰ।

জানিব পৰা মতে, যোৰহাট অভিমুখী AS 05 C 2186 নম্বৰৰ এখন ট্ৰাকত এনফিল্ড বুলেটৰ মুখামুখী সংঘৰ্ষৰ ফলত যুৱক তিনিজন থিতাতে নিহত হয়।

দুৰ্ঘটনাটোত একেখন মটৰচাইকেলত উঠি যোৱা প্ৰায় ২১ বছৰীয়া তিনিজন যুৱক ক্ৰমে কলিয়াবৰৰ দুলাল মাধৱ গাঁৱৰ ৰিকু শইকীয়া, কুঁৱৰীটোলৰ ধ্ৰুৱজ্যোতি ভূঞা আৰু লালন প্ৰসাদ ৰৱিদাসে মৃত্যুক আঁকোৱালি লয়।

আনহাতে, দুৰ্ঘটনা সংঘটিত হোৱা খবৰ লাভ কৰাৰ লগে লগেই জখলাবন্ধা আৰক্ষী থানাৰ এটা দলে ঘটনাস্থলীত উপস্থিত হৈ তিনিওজন যুৱকক স্থানীয় ৰাইজৰ সহযোগত জখলাবন্ধা চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে তিনিওকে মৃত ঘোষণা কৰে।

আজি তিনিওজন যুৱকৰ মৰণোত্তৰ পৰীক্ষাৰ অন্তত অন্তেষ্টিক্রিয়া সম্পন্ন কৰা হব।

দুৰ্ঘটনা সংঘটিত হোৱা বুলেট মটৰ চাইকেলখনৰ নম্বৰ এছ ০২  টি ৯৩০৫ আৰু ট্ৰাকখনৰ নম্বৰ  হৈছে এছ ০৫ চি ২১৮৬।

মৰ্মান্তিক এই পথ দুৰ্ঘটনাত তিনিজনকৈ তেজাল যুৱক নিহত হোৱাৰ ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে।

Recent News

building collapses in Mumbai

মুম্বাইত খহি পৰিল চাৰিমহলীয়া অট্টালিকা: নিহত ১৯ জন, ১৫ গৰাকী আহত

Maharashtra Crisis

শক্তিপীঠ কামাখ্যাত মহাৰাষ্ট্ৰৰ বিসম্বাদী নেতা একনাথ সিন্দে: আজিয়ে মহাৰাষ্ট্ৰলৈ উভতাৰ সম্ভাৱনা

lightning strikes in Bihar

বিহাৰত প্ৰকৃতিৰ তাণ্ডৱ লীলা: ধুমুহা-বজ্ৰপাতে প্ৰাণ ল’লে ১৬ জনৰ

Udaipur murder

উদয়পুৰৰ নৃশংস হত্যাই জোকাৰিছে দেশ: ৰাজস্থানত এমাহৰ বাবে জাৰি ১৪৪ ধাৰা, কৰ্তন ইণ্টাৰনেট সেৱা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd