DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

৮০ খন নতুন ৰে’লৰ বাবে টিকটৰ সংৰক্ষণ আৰম্ভ, যাত্ৰীয়ে কিদৰে কৰিব পাৰিব টিকট সংৰক্ষণ?

এন ই নাও নিউজ by এন ই নাও নিউজ
September 10, 2020 8:25 pm
SS-India-train
3.5k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’ণাতংকৰ বাবে স্থৱিৰ হৈ পৰা দেশৰ ৰে’ল সেৱা পুনৰ গতিশীল কৰাৰ বাবে ব্যৱস্থা হাতত লৈছে ৰে’ল বিভাগে।

সেইমৰ্মে দেশৰ বিভিন্ন প্ৰান্তত ৰে’ল বিভাগে ২৩০ খন বিশেষ ৰে’ল চলাইছে।

একেদৰে দেশৰ বিভিন্ন ৰাজ্যত ৰে’ল বিভাগে নতুনকৈ আশীখন ৰে’ল চলোৱাৰ দিহা কৰিছে।

ৰে’ল বোৰ্ডৰ অধ্যক্ষ ভি কে যাদৱে প্ৰকাশ কৰা মতে আজিৰে পৰা সমগ্ৰ দেশতে আৰম্ভ কৰা হৈছে নতুনকৈ চলাবলগীয়া ৮০ খন ৰে’লৰ বাবে টিকট সংৰক্ষণৰ কাম।

১২ ছেপ্তেম্বৰৰ পৰা নতুন ৰে’ল কেইখন চলোৱা হ’ব বুলি তেওঁ কয়। যাদৱে লগতে কয় যে নতুন ৰে’ল কেইখনৰ ষ্টপেজ বহু কম হ’ব আৰু কোন খন ৰাজ্যত ক’ত ষ্টপেজ দিব লাগে সেয়া সংশ্লিষ্ট ৰাজ্য সমূহৰ চৰকাৰৰ সৈতে আলোচনা কৰি ঠিক কৰা হ’ব।

নতুন ৮০ খন ৰে’লৰ ভিতৰত অসমৰ ডিব্ৰুগড়ৰ পৰা চলিবলগীয়া ৰে’লো আছে।

৮০ খন ৰে’লৰ টিকট সংৰক্ষণৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে দেশৰ বিভিন্ন প্ৰান্তৰ যাত্ৰীয়ে টিকট সংৰক্ষণৰ বাবে তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে।

এই ৰে’লত টিকট সংৰক্ষণ কৰিবলৈ যাত্ৰীয়ে কেইটামান বিশেষ প্ৰক্ৰিয়া সম্পন্ন কৰিব লাগিব। সেইবোৰ এনে ধৰণৰ—

যাত্ৰীয়ে প্ৰথমে IRCTC ৰ ৱেবছাইট irctc.co.in লৈ যাব লাগিব।

অথবা IRCTC ৰ এপো ডাউনলোড কৰিব পাৰে। ৱেবছাইটলৈ যোৱাৰ পিছত ‘Register’ বুটামটো ক্লিক কৰি নিজৰ এটা একাউণ্ট খুলি ল’ব লাগিব।

ইয়াৰ পিছত ৱেবছাইটত প্ৰৱেশ কৰি আসন আছে নে সেয়া জানি লওক।

যদি আপুনি বিচৰা আসন আছে তেন্তে “Book Now” বুটামটোত ক্লিক কৰিলে যাত্ৰীৰ নাম ,মোবাইল ফোনৰ নম্বৰ,কাৰ বাবে টিকট বুক কৰিব বিচাৰিছে আদি কলম সমূহ পূৰণ কৰাৰ সুবিধা পাব।

ইয়াৰ পিছত booking বুলি লিখা স্থানক ক্লিক কৰক।

আপুনি টিকটৰ মূল্য ডেবিট কাৰ্ড,ক্ৰেডিট কাৰ্ড বা নেট বেংকিঙৰ জৰিয়তে পৰিশোধ কৰাৰ পিচত টিকট ডাউনলোড কৰিব পাৰিব।

Recent News

Siddique Kappan

ন্যায়ালয়ৰ আদেশকো অমান্য! জামিন লাভৰ এমাহ পাছতো কাৰাৰুদ্ধ ছিদ্দিক কাপ্পান

Cancer

কেন্সাৰৰ বিষয়ে জানো আহক

Shanti Bhushan Died

প্ৰাক্তন কেন্দ্ৰীয় আইন মন্ত্ৰী, বিশিষ্ট আইনবিদ শান্তি ভূষণৰ মৃত্যু

pmo on pm cares fund

পিএম কেয়াৰ্ছ ফাণ্ডৰ গৰাকী কোন! উত্তৰ দিছে প্ৰধানমন্ত্ৰী কাৰ্যালয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd