• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গৌৰৱ গগৈ, সুস্মিতা দেবৰ টিকট নিশ্চিত কৰিলে নেতৃত্বই; ১২ মাৰ্চত ওলাব সম্পূৰ্ণ তালিকা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 8, 2019 8:45 am

1 min read

Gaurav Gogoi_Susmita
463
VIEWS
Share on FacebookShare on Twitter

কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই সমাগত লোকসভা নিৰ্বাচনৰ বাবে বৰ্তমানৰ সাংসদ গৌৰৱ গগৈ আৰু সুস্মিতা দেবৰ টিকট নিশ্চিত কৰিছে। দুয়ো তেওঁলোকৰ বৰ্তমানৰ সমষ্টিকেইটাৰ পৰাই প্ৰতিদ্বন্দ্বিতা কৰিব। গৌৰৱ গগৈয়ে কলিয়াবৰ আৰু সুস্মিতা দেবে শিলচৰ সমষ্টিক প্ৰতিনিধিত্ব কৰি আছে।

দলটোৰ অসমৰ তত্ত্বাৱধায়ক হৰিশ ৰাৱত নেতৃত্বধীন স্ক্ৰীনিং কমিটীয়ে ৭ মাৰ্চত এই সিদ্ধান্ত লৈছে। এই উদ্দেশ্যে অনুষ্ঠিত স্ক্ৰীনিং কমিটীৰ বৈঠকত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াও উপস্থিত আছিল।

ইপিনে দলটোৰ আনজন সাংসদ বীৰেন সিং ইংতিৰ প্ৰাৰ্থিত্ব এতিয়াও নিশ্চিত কৰা হোৱা নাই। এই কথা জনালে হৰিশ ৰাৱতে।

বাকী প্ৰায় সকলো সমষ্টিৰ বাবে প্ৰদেশ স্ক্ৰীনিং কমিটীখনে দুজনকৈ প্ৰাৰ্থী বাছি উলিয়াইছে আৰু তাৰ মাজৰ পৰাই চূড়ান্ত প্ৰাৰ্থীজন নিৰ্বাচন কৰা হ’ব বুলি জানিবলৈ দিয়ে ৰাৱতে।

এই সম্পৰ্কত অধিক আলোচনা-বিলোচনা কৰিবৰ বাবে স্ক্ৰীনিং কমিটীয়ে আকৌ এবাৰ বৈঠকত বহাৰ কথা ক’লে তত্ত্বাৱধায়কজনে। তাৰ পিছতেই অহা ১২ মাৰ্চত প্ৰায়বোৰ সমষ্টিৰ বাবেই প্ৰাৰ্থীৰ চূড়ান্ত তালিকা প্ৰকাশ কৰা হ’ব।

উল্লেখযোগ্য যে অসমৰ যুৱ সাংসদদ্বয় গৌৰৱ গগৈ আৰু সুস্মিতা দেবৰ গুৰুত্বপূৰ্ণ স্থান আছে সৰ্বভাৰতীয় পৰ্য্যায়তো। সুস্মিতা দেব অখিল ভাৰতীয় মহিলা কংগ্ৰেছৰো সভানেত্ৰী।

Recent News

a black t

চাপৰত উপস্থিত হৈ মন্ত্ৰী পীযুষ হাজৰিকাই বিলালে ১৫ হাজাৰকৈ টকা, কাক দিলে এই ধন?

boat capsize

নাৱৰ পৰা পৰি তিনি শিশু, এগৰাকী মহিলাসহ পাঁচগৰাকী পৰ্যটকৰ হ্ৰদত সলিল সমাধি : ১৫ জন আহত

a black t

বিটিচিৰ স্বাস্থ্য বিভাগৰ বহু কৰ্মচাৰীয়ে আজি ফোনতে শুনিবলগীয়া হ’ল ধমক, কোনে দিলে কৰ্মচাৰীক ধমক?

Manipur Two

দেশদ্ৰোহিতাৰ গোচৰত দুই মণিপুৰী সাংবাদিকক গ্ৰেপ্তাৰ : সন্ত্ৰাসবাদী সংগঠনক সমৰ্থনৰ অভিযোগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd