• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সমতলৰ হাবি এৰি কিয় নেপালৰ পৰ্বতত উঠিল শীত বেযা পোৱা ৰয়েল বেংগল টাইগাৰে ?কি কয় পৰিবেশবিদে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 12, 2020 7:25 pm

1 min read

a tiger
187
VIEWS
Share on FacebookShare on Twitter

বাঘে, বিশেষকৈ ৰয়েল বেংগল টাইগাৰে সাধাৰণতে উচ্চ পাৰ্বত্যভূমিৰ সলনি সমতলৰ হাবিতহে থাকি ভালপায় যদিও শেহতীয়াকৈ তাৰ ব্যতিক্ৰম দেখা গ’ল নেপালত।

নেপালৰ সুউচ্চ পৰ্বতৰ ওপৰত বিচৰণ কৰি থকা দেখিবলৈ পোৱা গ’ল ৰয়েল বেংগল টাইগাৰ।

নেপালৰ ৩০০০ মিটাৰ উচ্চতাত ৰয়েল বেংগল টাইগাৰে বিচৰণ কৰি থকাৰ দৃশ্যই প্ৰকৃতিপ্ৰেমীসকলক আনন্দিত কৰি তোলাৰ বিপৰীতে বিমৰ্ষ কৰি তুলিছে পৰিবেশবিদসকলক।

নেপাল চৰকাৰৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰা মতে দেশ খনৰ ইলাম জিলাৰ ৩১৬৫ মিটাৰ উচ্চতাত দেখা পোৱা গৈছে ৰয়েল বেংগল টাইগাৰ।

সেই অঞ্চলত পূৰ্বৰে পৰা লগাই থোৱা কেমেৰাত বন্দী হৈছে বাঘৰ ছবি।ইয়াৰ আগতে সেই অঞ্চলত কেতিয়াও বাঘ দেখা পোৱা যোৱা নাছিল বুলি মুখপাত্ৰগৰাকীয়ে প্ৰকাশ কৰিছে।

ইপিনে পৰ্বতৰ ইমান বেছি উচ্চতাত বাঘৰ উপস্থিতি ধৰা পৰাকলৈ চিন্তিত হৈ পৰিছে পৰিবেশবিদসকল।

কাৰণ সুউচ্চ শীতল ঠাইত কেতিয়াও ৰয়েল বেংগল টাইগাৰে বাস নকৰে।পৰিস্থিৰ সৈতে খাপ খাব নোৱাৰিয়েই এই বাঘে সমতলৰ হাবি এৰি পৰ্বতত উঠা বুলি বহু পৰিবেশবিদে মন্তব্য কৰিছে।

গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবেই বাঘে নিজৰ বাসস্থান সলাই শীতল ঠাই বিচাৰি পৰ্বতৰ সুউচ্চ স্থানলৈ ধাৱমান হোৱা বুলি পৰিবেশবিদসকলে কৈছে।

এয়া প্ৰকৃতিৰ বাবে অশনি সংকেত বুলিও তেওঁলোকে মন্তব্য কৰিছে।

Recent News

বিৰাট কোহলী, অভিনেত্ৰী তমন্না ভাটিয়ালৈ কেৰালা উচ্চ ন্যায়ালয়ৰ জাননী

বিৰাট কোহলী, অভিনেত্ৰী তমন্না ভাটিয়ালৈ কেৰালা উচ্চ ন্যায়ালয়ৰ জাননী

index

ত্ৰিপুৰাৰ শিক্ষক বিক্ষোভত নিৰাপত্তাৰক্ষীসহ শতাধিক বিক্ষোভকাৰী আহত : ২ শতাধিক বিক্ষোভকাৰী শিক্ষকক গ্ৰেপ্তাৰ

BTR

এনডিএফবিৰ নেতা ধীৰেণ বড়োক ওভতি ধৰিলে বিটিচি প্ৰধান প্ৰমোদ বড়োৱে

India Republic Day

কৃষকৰ ট্ৰেক্টৰ ৰেলীৰ হিংসা : ‘ভাৰতে লাল কিল্লাত ৰাষ্ট্রীয় পতাকাক কৰা অপমান সহ্য নকৰে’; কঠোৰ হ’ব কেন্দ্ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd