• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তিনিচুকীয়াৰ লক্ষীপথাৰত গোচনাৰ প্ৰাথমিক বিদ্যালয়ৰ সোণালী জয়ন্তী

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
January 6, 2019 11:01 pm
Tinsukia

সোণালী জয়ন্তী উদযাপনৰ প্ৰস্তুতি গোচনা প্ৰাথমিক বিদ্যালয়ত। ছবি- নৰ্থ ইষ্ট নাও।

650
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়া জিলাৰ লক্ষীপথাৰ অঞ্চলৰ গোচনাৰ প্ৰাথমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন কৰিবলৈ লোৱা হৈছে ৭, ৮ আৰু ৯ জানুৱাৰিত।

১৯৬৮ চনত স্থাপিত হোৱা বিদ্যালয়খনে এসময়ৰ সন্ত্ৰাসজৰ্জৰ অঞ্চলটোৰ শৈক্ষিক উত্তৰণৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰি আহিছে।

প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন খেল ধেমালি প্ৰতিযোগিতা, দ্বিতীয় দিনা ভেশচন, গীত-মাত প্ৰতিযোগিতা, তৃতীয়দিনা আকস্মিক বক্তৃতা আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব।

দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি “সামাজিক জীৱন যাপনত শিক্ষাৰ ভূমিকা” শীৰ্ষক এখনি আলোচনা চক্ৰ অনুষ্ঠিত কৰা হ’ব। অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য মোহন মৰাণে সঞ্চালনা কৰিবলগীয়া আলোচনা চক্ৰত তিনিচুকীয়া মহাবিদ্যালয়ৰ প্ৰবক্তা ৰাণা চাংমাই, মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ প্ৰবক্তা ডঃ ৰমেন হাজৰিকা আৰু ডঃ ৰুণজুন শইকীয়াই অংশগ্ৰহণ কৰিব।

তৃতীয় দিনাৰ কাৰ্যসূচী অনুসৰি অনুষ্ঠিত হ’বলগীয়া মুকলি সভাত মুখ্য অতিথি হিচাপে বিশিষ্ট সাংবাদিক-লেখক ভূষণজ্যোতি সন্দিকৈয়ে অংশগ্ৰহণ কৰাৰ উপৰিও নিৰ্দিষ্ট বক্তা হিচাপে বিশিষ্ট সাংবাদিক-লেখক কনৌজ শইকীয়া, সাংসদ ৰামেশ্বৰ তেলী, বিধায়ক সঞ্জয় কিষাণ, “আলোক অভিযান”ৰ সম্পাদক অপৰ্ণা বৰাকে প্ৰমুখ্য কৰি ৰাজ্যখনৰ কেইবাগৰাকীও বিশিষ্ট লোকে অংশগ্ৰহণ কৰিব।

উদযাপন সমিতিয়ে তিনিওদিনৰ কাৰ্যসূচীতে সকলোৰে উপস্থিতি কামনা কৰিছে।

Recent News

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd