• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিমা হাচাও সীমান্তৱৰ্তী বান্দৰখালত ট্ৰিপাৰ চালকৰ প্ৰতিবাদ; ধনৰ বাবে ৰখাই থয় বৈধ টি পি থকা ট্ৰাক

পংকজকুমাৰ দেব by পংকজকুমাৰ দেব
September 29, 2018 10:26 pm
parimal-678x381

বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিমা হাচাও জিলাৰ পৰা বৈধ নথিৰে শিলগুটি কঢ়িয়াই নিয়া ট্ৰিপাৰ বন বিভাগে অন্যায়ভাৱে ৰখাই থোৱা ঘটনাক কেন্দ্ৰ কৰি ডিমা হাচাও-কাছাৰ জিলা সীমান্তৱৰ্তী বান্দৰখালত যোৱা দুদিন ধৰি ট্ৰিপাৰ চালক আৰু মালিকসকলৰ মাজত মিশ্ৰ প্ৰতিক্ৰিয়া দেখা গৈছে।

অভিযোগমতে, শিলগুটি কঢ়িয়াই নিয়া ট্ৰিপাৰৰ বৈধ ট্ৰানজিট পাছ, পাৰ্মিট আদি থকাৰ পাছতো বিভিন্ন অজুহাতেৰে শিলগুটিভৰ্তি প্ৰায় অৰ্ধ শতাধিক ট্ৰিপাৰ বন বিভাগে ৰখাই থোৱা কাৰ্যৰ আঁৰত কাছাৰ বন বিভাগৰ ডি এফ অ’কে ধৰি উদাৰবন্দৰ আঞ্চলিক বন বিষয়া জড়িত থকাৰ সম্ভাৱনা আছে।

Apply Now

অভিযোগাকীৰ চালক-মালিকপক্ষৰ মতে, পৰোক্ষভাৱে এনে বৈধ ট্ৰিপাৰ ৰখাই নিজৰ পকেট গৰম কৰা অনৈতিক পন্থা অৱলম্বন কৰিছে বন বিভাগে। অকল বন বিষয়াই নহয়, মন্ত্ৰী পৰিমল শুক্লবৈদ্যই বনমন্ত্ৰীৰ দায়িত্ব লাভ কৰাৰ পাছতে এটাৰ পাছত আনটো সমস্যাৰ সৃষ্টি হৈছে বুলি আজি বান্দৰখালত অভিযোগ কৰে এগৰাকী ট্ৰিপাৰ চালকে।

ট্ৰিপাৰ চালকসকলে অভিযোগ কৰে যে হাৰাংগাজাও বা ডিমা হাচাওত কোনো ধৰণৰ সমস্যা নাই। কিন্তু কাছাৰ সীমান্তত সোমোৱাৰ লগে লগে বন বিষয়াৰ পৰা আৰক্ষী বিষয়া যাকে-তাকে পইচা দিব লগা হয়। কিন্তু চালকসকলৰ বৈধ টি পিৰ উপৰি বন বিভাগৰ ছীল স্বাক্ষৰ থকা পাৰ্মিট আছে। চালকসকলৰ অভিযোগ যে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই  বন মন্ত্ৰীৰ দায়িত্ব চমজি লোৱাৰ পাছত দুৰ্নীতিৰ মাত্ৰা বৃদ্ধি পাইছে। ফলত এনে দুৰ্নীতি যদি চলি থাকে তেতিয়া হ’লে শ্ৰমিকসকল জীয়াই থকাটো কঠিন হৈ পৰিব।

শিলগুটি যোগান ধৰা এগৰাকী হাৰাংগাজাওৰ স্থানীয় যুৱকে অভিযোগ কৰে যে হাৰাংগাজাও বা ডিটকচড়াৰ জাতিংগা নৈৰ পৰা শিলগুটি নি ত্ৰিপুৰা, মিজোৰাম আৰু বৰাক উপত্যকাত যোগান ধৰাৰ কাৰণে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ বন বিভাগৰ বৈধ অনুজ্ঞাপত্ৰ আছে। অথচ কাছাৰ বন বিভাগে ডিমা হাচাও অতিক্ৰম কৰাৰ লগে লগে বিশেষকৈ বান্দৰখাল ফৰেষ্ট চেক গেইটৰ পৰা বালাচৰা বীট অফিচ বিষয়াৰ শিলগুটিভৰ্তি ট্ৰিপাৰ ৰখাই বিভিন্ন উপায়েৰে হাৰাশাস্তি কৰি আহিছে। তেওঁলোক পৰোক্ষ দাবী হ’ল পইচা দিব লাগে। অন্যথা ট্ৰিপাৰ যাবলৈ নিদিয়ে।

ট্ৰিপাৰ চালকৰ মতে তেওঁলোকে সদায় ট্ৰিপাৰ এণ্ট্ৰি কৰাৰ নামত ফৰেষ্ট চেক গে’ট বা বীট অফিচত এশৰ পৰা দুশ টকা দি যায়। লগতে আৰক্ষীক দিয়া হয়। কিন্তু ইয়াৰ পাছতো এতিয়া টি পিৰ নম্বৰ আদি চেক কৰাৰ নামত দিনৰ পাছত দিন ট্ৰিপাৰ ৰখাই থয়। এনে হৰাশাস্তি মানি লোৱা নহ’ব।

পংকজকুমাৰ দেব

পংকজকুমাৰ দেব

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd