• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, April 14, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৌদ্ধ ভীক্ষু সকলক সুৰক্ষা দিয়াৰ দাবী টিৰাপ স্বায়ত্ত শাসিত জিলা দাবী সমিতিৰ

NE NOW NEWS মানস প্রতীম গগৈ
মাৰ্ঘৰিটা , August 1, 2020 7:06 am

1 min read

IMG-20200731-WA0022

বৌদ্ধ ভিক্ষুসকলৰ সুৰক্ষাৰ দাবীৰে শুকুৰবাৰে মাৰ্ঘেৰিটাত অনুষ্ঠিত সংবাদমেল। ফটো: নৰ্থইষ্ট নাও

416
VIEWS
Share on FacebookShare on Twitter

বৌদ্ধ ভীক্ষু সকলক সুৰক্ষা দিয়াৰ দাবীৰে শুকুৰবাৰে মাৰ্ঘেৰিটা বৌদ্ধ বিহাৰ প্ৰাঙ্গণত এখনি সংবাদমেল আয়োজন কৰা হয়।

টিৰাপ স্বায়ত্ত শাসিত জিলা দাবী সমিতি,মাৰ্ঘেৰিটা আঞ্চলিক ছাত্ৰ সন্থা আৰু মাৰ্ঘেৰিটা বৌদ্ধ বিহাৰ সমিতিয়ে এই সংবাদেমলৰ আয়োজন কৰে।

চলিত মাহৰ ২৪ জুলাই তাৰিখে মাৰ্ঘেৰিটা বৌদ্ধ বিহাৰৰ ভাণ্টে ভীক্ষু ইন্দ্ৰাচাৰাক জনৈক বিকি বৰুৱা নামৰ এজন স্থানীয় যুৱকে মটৰ চাইকেলেৰে মাৰ্ঘেৰিটা বৌদ্ধ বিহাৰৰ সমীপতে খুন্দিয়াই  হত্যা কৰাৰ চেষ্টা কৰিছিল।

সংবাদমেলত ভাৰতবৰ্ষৰ খিলঞ্জীয়া তথা জনজাতি সকলক সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে প্ৰণয়ণ কৰা Scheduled Caste and Scheduled Tribes Prevention Atrocity Act 1989 খন উচ্চতম ন্যায়ালয়ে কঠোৰ ভাবে বলৱৎ কৰাৰ পাছতো চৰকাৰে বহু ক্ষেত্ৰত অৱহেলা কৰাৰ অভিযোগ উত্থাপন কৰা হয়।

তেওঁলোকে উক্ত আইন থকাৰ পাছতো বিশেষকৈ অসমৰ জনজাতি সকলৰ ওপৰত অত্যাচাৰ অব্যাহত থকাৰ সময়ত কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই বুলি অভিযোগ উত্থাপন কৰে।

টিৰাপ স্বায়ত্ত শাসিত জিলা পৰিষদ দাবী সমিতিৰ তৰফৰ পৰা তিনিচুকীয়া আৰক্ষী অধীক্ষকক উক্ত যুৱক জনক আটক কৰি কঠোৰ শাস্তি বিহাৰ দাবী জনাইছে।

Recent News

কভিড হটস্পট হৈ পৰিল কুম্ভমেলা, ৯জন পুৰোহিতসহ দুদিনতে আক্ৰান্ত হ’ল এহেজাৰৰো অধিক

কভিড হটস্পট হৈ পৰিল কুম্ভমেলা, ৯জন পুৰোহিতসহ দুদিনতে আক্ৰান্ত হ’ল এহেজাৰৰো অধিক

samujjal

অসমতো হ’ব নেকি পৰীক্ষা বাতিল! কি পৰামৰ্শ আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ?

পাকিস্তানৰ তাৰকা বাবৰ আজমৰ হাতত পৰাস্ত হ’ল ভাৰতৰ বিৰাট কোহলী! ক’ত?

পাকিস্তানৰ তাৰকা বাবৰ আজমৰ হাতত পৰাস্ত হ’ল ভাৰতৰ বিৰাট কোহলী! ক’ত?

cow

গৰু বিহু উপলক্ষ্যে অনুষ্ঠিত হ’ল গৰুৰ সৌন্দৰ্য প্ৰতিযোগিতা! অসমৰ ক’ত?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd