• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তিৱা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন : ক্ৰমশঃ বৃদ্ধি ভোটদানৰ হাৰ, বিয়লিলৈ ৫৮ শতাংশ ভোটদান

চানু গগৈ by চানু গগৈ
December 17, 2020 2:19 pm
WhatsApp Image 2020-12-10 at 4.03.59 PM

প্ৰতিনিধিত্বমূলক ফটো।

503
VIEWS
Share on FacebookShare on Twitter

আজি পুৱাৰে পৰা ভোটদান প্ৰক্ৰিায় আৰম্ভ হৈছে তিৱা স্বায়্ত্ত পৰিষদৰ নিৰ্বাচনৰ।

পুৱা ৭.৩০ বজাৰ আৰম্ভ হোৱা এই ভোটদান প্ৰক্ৰিয়াত দুপৰীয়াতকৈ বিয়লিলৈ ভোটদান হাৰ বৃদ্ধি পাইছে।

জিলা নিৰ্বাচনী বিষয়াই প্ৰকাশ কৰা তথ্য অনুসৰি দুপৰীয়া ১১.৩০ বজালৈকে তিৱা স্বায়ত্ত শাসিত পৰিষদত ভোট গড় হাৰ  আছিল ৩৪ শতাংশ। আনহাতে ১.৩০ বজাত ভোটদানৰ হাৰ ৫৮ লৈ বৃদ্ধি হৈছে।

জমাদাৰী সমষ্টিত সৰ্বাধিক ৬৪ শতাংশ ভোটদান হোৱাৰ পৰিৱৰ্তে নখোলা সমষ্টি সৰ্বনিম্ন ৪৯ শতাংশ ভোটদান হৈছে।

উল্লেখ্য যে মুঠ ৩৬ টা পৰিষদীয় সমষ্টি ক্ৰমে মৰিগাঁও, নগাঁও, হোজাই আৰু কামৰূপ(মহানগৰ)ৰ চাৰিখন জিলাৰ সৰ্বমূঠ ৪০৪ টা ভোটগ্ৰহণ কেন্দ্ৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব ভোটাৰ ৰাইজে।

৪,৩৩,১৮৩ জন ভোটাৰ আছে। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ২১,৮২৪০ জন আৰু মহিলা ভোটাৰৰ হ’ল ২১,৪৯৪২গৰাকী। তাৰে এগৰাকী তৃতীয় লিঙ্গৰ ভোটাৰ আছে।

আনহাতে মৰিগাঁও জিলাত ১৯ টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হোৱা কথা আছিল যদিও ১৪ নং গোভা সমষ্টিটোৰ বিজেপি প্ৰাৰ্থীগৰাকী বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী হৈছে।সেয়ে সম্প্ৰতি ১৮ টা সমষ্টিত পৰিষদীয় নিৰ্বাচনৰ ভোটদান সম্পন্ন হৈছে।

ইফালে নিৰ্বাচনটো সুচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ মৰিগাঁও নিৰ্বাচনী বিভাগ আৰু জিলা প্ৰশাসনৰ লগতে আৰক্ষী প্ৰশাসনে কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰি তুলা হৈছে বুলি জিলাখনৰ আৰক্ষী অধীক্ষক ড° নন্দসিং বৰকলাই সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

Recent News

ওজন কমোৱাৰ বাবে স্বাস্থ্যকৰ পদ্ধতি

ওজন কমোৱাৰ বাবে স্বাস্থ্যকৰ পদ্ধতি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd