• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

তিৱা নিৰ্বাচন : চাৰিপুনীয়া-চাবুকধৰা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থীয়ে নিদ্ৰাহৰণ কৰিছে বিজেপি প্ৰাৰ্থীৰ

NE NOW NEWS মুৰুলী বৰুৱা
নগাঁও , December 10, 2020 6:49 am

1 min read

a VoterList
370
VIEWS
Share on FacebookShare on Twitter

তিৱা স্বায়ত্ত শাসিত পৰিষদৰ দিন চমু চাপি অহাৰ লগে লগে চাবুকধৰা-চাৰিপুনীয়া সমষ্টিত প্ৰচাৰ তুংগত উঠিছে।

উল্লেখযোগ্য যে চাবুকধৰা, ভকতগাঁও, বৰচিলা আৰু মিকিৰভেটা এই চাৰিটা পঞ্চায়তৰে গঠিত ১৮ নং চাৰিপুনীয়া-চাবুকধৰা সমষ্টিত বিজেপিৰ পৰা মদন দেউৰী, কংগ্ৰেছৰ পৰা দুলাল দেউৰী আৰু নিৰ্দলীয় প্ৰাৰ্থী হিচাপে পণ্ডিত কুমাৰ বৰদলৈ মনোনয়ন দাখিল কৰাৰ পিচতেই নিৰ্বাচনী প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে।

চাবুকধৰা, চাৰিপুনীয়া, ফলিয়ামাৰী, দেওৰা, নদলবৰি, চোৰাতবৰি, কহুৱাআটি, ভকতগাঁও, টাঙোনমৰা, ওৱাবৰিকে ধৰি বিভিন্ন অঞ্চলকে ধৰি ৮২৬০ জন ভোটাৰ থকা চাৰিপুনীয়া-চাবুকধৰা সমষ্টিটোত বিধায়ক ৰমাকান্ত দেউৰীৰ পুত্ৰ তথা বিজেপি প্ৰাৰ্থী মদন দেউৰীয়ে প্ৰতিদ্বন্দিতা কৰিছে।

কিন্তু বিগত সময়ছোৱাত তিৱা স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যহৈ থকা সময়ত বিভিন্ন বিতৰ্কৰ মাজত সোমাই পৰা ৰমাকান্ত দেউৰীৰ কেতবোৰ কামকাজৰ বাবে ৰাইজৰ ওচৰত আস্থা হেৰুৱাইছে।

ৰমাকান্ত দেউৰীৰ পুত্ৰ তথা বিজেপি প্ৰাৰ্থী মদন দেউৰীৰ নিদ্ৰাহৰণ কৰিছে নিৰ্দলীয় প্ৰাৰ্থী পণ্ডিত কুমাৰ বৰদলৈয়ে।

Recent News

Arnab-Goswami-1-750x375

যিমানেই নামিছে সিমানেই তিতিছে অৰ্ণৱ: কিয় ৪০ লাখ টকা দিছিল পাৰ্থ দাসসগুপ্তক?

lockdown-1594475731-750x375-1

২৭ জানুৱাৰি, আৰু তাৰপাছত কেতিয়া চকাবন্ধৰ কথা ঘোষণা কৰিলে মটৰ শ্ৰমিক সন্থাই?

IMG_20210124_113011~2

কাজিৰঙাৰ গঁড়কলৈ ৰচনা কৰা শিশু উপন্যাস অৰণ্য ৰোদন উন্মোচন

WhatsApp Image 2021-01-25 at 8.53.24 AM

নাৰী সুৰক্ষা নিশ্চিত কৰিবলৈ DGPক নিৰ্দেশ দিলে ১দিনৰ মুখ্যমন্ত্ৰী সৃষ্টিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd