• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অমিত শ্বাহৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ; তৃণমূল সাংসদ ডেৰেক, মহুৱা, শতাব্দীক দাঙি উঠাই লৈ গ’ল আৰক্ষীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 9, 2026 12:00 pm
23
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আই-পেকৰ (I-PAC) কার্যালয় আৰু সংস্থাৰ মুৰব্বী প্রতীক জৈনৰ ঘৰত ইডিৰ অভিযানক লৈ পশ্চিমবংগ উত্তাল হৈ পৰিছে৷ তাৰেই প্ৰতিফলন এইবাৰ দিল্লীতো। শুকুৰবাৰে পুৱাৰে পৰা অমিত শ্বাহৰ কাৰ্যালয়ৰ বাহিৰত প্ৰতিবাদ আৰম্ভ কৰে তৃণমূলৰ সাংসদসকলে।

সাংসদ মহুৱা মৈত্ৰ আৰু ডেৰেক অ’ব্ৰাইনে অভিযোগ কৰে যে নিৰ্বাচনৰ তথ্য লাভৰ বাবে আইপেক নেতা প্ৰতীক জৈনৰ ঘৰ আৰু কাৰ্যালয়ত এই তালাচী অভিযান চলোৱা হৈছিল। শতাব্দী ৰায়, কীৰ্তি আজাদ আদিয়ে গৃহ মন্ত্ৰালয়ৰ সন্মুখত ধৰ্ণাত বহি আছিল। কিছু সময়ৰ ভিতৰতে দিল্লী আৰক্ষী তাত উপস্থিত হয়। মন্ত্ৰালয়ৰ সন্মুখৰ পৰা ডাংকোলা কৰি আঁতৰাই লৈ যায় তৃণমূলৰ সাংসদসকলক।

Apply Now

এই প্ৰতিবাদত আছিল তৃণমূলৰ সাংসদ ডেৰেক অ’ব্ৰাইন, শতাব্দী ৰয়, মহুৱা মৈত্ৰ, বাপি হালদাৰ, ছাকেট গোখলে, প্ৰতিমা মণ্ডল, কীৰ্তি আজাদ আৰু শৰ্মিলা সৰকাৰ।

কেন্দ্রীয় গৃহমন্ত্রীৰ নির্দেশত পশ্চিম বংগত বিধানসভা নির্বাচনৰ পূর্বে কেন্দ্রীয় সংস্থাটোৱে নির্বাচনী কৌশল ‘চুৰি’ কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে সাংসদসকলে৷

ডেৰেক অ’ব্ৰাইন আৰু মহুৱা মৈত্ৰক ডাংকোলা কৰি তাৰ পৰা আৰক্ষীয়ে লৈ যায় । ধৰ্নাৰ সময়ত শতাব্দী আৰু প্ৰতিমাকো টানি-আজুৰি লৈ যোৱা হয়। আৰক্ষীয়ে জোৰ কৰি বাপিক টানি লৈ যায়। ছাকেটকো এখন আৰক্ষীয়ে টানি ভ্যানত উঠাই লৈ যায়। তেওঁলোকক পাৰ্লিয়ামেণ্ট ষ্ট্ৰীট আৰক্ষী থানালৈ লৈ যোৱা হয়।

মহুৱা মৈত্ৰই কয়, ‘আমি এই বিজেপিক পৰাস্ত কৰিম। দিল্লী আৰক্ষীয়ে এজন সাংসদক কেনেকৈ টানি লৈ গৈছে ৰাইজে চাওক।’ ডেৰেক অ’ব্ৰাইনে বাৰে বাৰে ৰখাবলৈ চেষ্টা কৰাৰ পিছতো আৰক্ষীয়ে টানি লৈ গৈছিল বুলি অভিযোগ উঠিছে। কীৰ্তি আজাদে কয়, ‘বিজেপি জয়ী হ’ব নোৱাৰে। তেওঁলোকৰ সাহস নাই। ইডিক অগণতান্ত্ৰিকভাৱে ব্যৱহাৰ কৰি নিৰ্বাচনত জয়ী হ’বলৈ চেষ্টা কৰিছে।’ শতাব্দী ৰায়ে কয়, ‘নিৰ্বাচনৰ সময়ত অমিত শ্বাহৰ সকলো কথা মনত পৰে। ১০ বছৰ ধৰি একো মনত পৰা নাছিল।’

ইপিনে, তৃণমূলৰ সাংসদ অভিষেক বেনাৰ্জী এক্স-পোষ্টত এই ঘটনাৰ প্ৰতিবাদ কৰি কয়, ‘গণতন্ত্ৰক শাস্তি দিয়া হৈছে। অপৰাধীসকলক পুৰস্কৃত কৰা হৈছে। এজেন্সীক আহিলা হিচাপে ব্যৱহাৰ কৰি ভোট বিকৃত কৰাৰ প্ৰয়াস কৰা হৈছে।’

তেওঁ কটাক্ষ কৰি কয়, ‘প্ৰতিবাদকাৰীক জেললৈ পঠিওৱা হৈছে আৰু ধৰ্ষণকাৰীক জামিন দিয়া হৈছে। এয়া বিজেপিৰ নিউ ইণ্ডিয়া। অৱশ্যে গোটেই দেশে তেওঁলোকৰ ওচৰত নতিস্বীকাৰ কৰিলেও বংগই প্ৰতিহত কৰিব। আমি শেষ বিন্দুলৈকে যুঁজিম আৰু হৰুৱাম। যিমানেই বল প্ৰয়োগ নকৰক কিয়।’

Democracy is punished.
Criminals are rewarded.
Agencies are weaponised.
Elections are manipulated.

JAIL the PROTESTERS.
BAIL the RAPISTS.

This is BJP’s version of New India.

Even if the rest of the country is forced to surrender,
Bengal will resist.

We will fight you tooth… https://t.co/YH8oAxuUnn

— Abhishek Banerjee (@abhishekaitc) January 9, 2026

এই সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক সভাপতি শমিক ভট্টাচাৰ্যই কয়, ‘তৃণমূলে পশ্চিম বংগৰ জনসাধাৰণৰ সন্মুখত ধৰ্ণা দিব নোৱাৰিব, ইয়াৰ ৰাইজে তেওঁলোকক চিনি পাইছে। তৃণমূল আৰু দুৰ্নীতি এতিয়া সমান। ইয়াৰ ওপৰত মুখ্যমন্ত্ৰীয়ে নিজেই ছীলমোহৰ মাৰিছে। ভাৰতৰ ইতিহাসত কোনো মুখ্যমন্ত্ৰীয়ে এনে দৃষ্টান্ত দাঙি ধৰিব পৰা নাই।’

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা; 

ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা; 

July 16, 2026 7:53 am
দিনটোত ২-৩ লিটাৰ পানী খাইছে নেকি? পানী খোৱাৰ সঠিক সময় আৰু নিয়ম নাজানিলে হ’ব পাৰে বিপদ!

দিনটোত ২-৩ লিটাৰ পানী খাইছে নেকি? পানী খোৱাৰ সঠিক সময় আৰু নিয়ম নাজানিলে হ’ব পাৰে বিপদ!

July 16, 2026 6:50 am
‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

‘মনত ভক্তি নাই বাবেই দান চুৰি হোৱা বুলি কৈছে’- ৰাম মন্দিৰৰ ধন লুণ্ঠন সন্দৰ্ভত উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষৰ বিস্ফোৰক মন্তব্য

July 15, 2026 9:16 pm
ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

ভক্তই শুদ্ধ চিত্তে দান নকৰা বাবেই চুৰি হ’ল প্ৰণামীৰ ধন : ৰাম মন্দিৰ কাণ্ডত উত্তৰ প্ৰদেশৰ অধ্যক্ষৰ বিতৰ্কিত মন্তব্য

July 15, 2026 8:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা; 

ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা; 

July 16, 2026 7:53 am
দিনটোত ২-৩ লিটাৰ পানী খাইছে নেকি? পানী খোৱাৰ সঠিক সময় আৰু নিয়ম নাজানিলে হ’ব পাৰে বিপদ!

দিনটোত ২-৩ লিটাৰ পানী খাইছে নেকি? পানী খোৱাৰ সঠিক সময় আৰু নিয়ম নাজানিলে হ’ব পাৰে বিপদ!

July 16, 2026 6:50 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd