• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

লক্ষ্য অমৰত্ব লাভ! দুই শিষ্যসহ চিপলৈ আত্মহত্যা কৰিলে ধৰ্মগুৰুৱে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 22, 2020 4:54 pm

2 min read

a WhatsApp-Image-2020-06-22-at-10.00.33-AM
351
VIEWS
Share on FacebookShare on Twitter

ঈশ্বৰৰ ঘৰলৈ সোঁশৰীৰে যাব নোৱাৰি। নিৰাকাৰ ৰূপতহে ঈশ্বৰৰ ঘৰত উপস্থিত হ’ব পাৰি। এনে ধাৰণাই মনত পোষণ কৰি আহিছিল মহাৰাষ্ট্ৰ থানে জিলাৰ সাহাপুৰ গাঁওৰ তান্ত্ৰিক এজনে।

ঈশ্বৰৰ ঘৰলৈ যোৱাৰ বাবে সেয়ে তেওঁ নিতৌ পৰিকল্পনা কৰিছিল।

তেওঁৰ কাষলৈ যিসকল শিষ্য আহিছিল তেওঁলোককো তান্ত্ৰিক জনে ঈশ্বৰৰ সাক্ষাৎ কিদৰে পাব পাৰি সেই বিষয়ে বুজাইছিল।

সাহাপুৰৰ ৩৫ বছৰীয়া বাসিন্দা নীতিন বেহেৰাই তান্ত্ৰিক হিচাবে অঞ্চলটোত সুনামো অৰ্জন কৰিছিল।

আজি পুৱা তান্ত্ৰিক বেহেৰা আৰু তেওঁৰ দুই শিষ্য ক্ৰমে নীতিন চান্দে আৰু মহেন্দ্ৰ ধুভালৰ মৃতদেহ গাওঁৰ কাষৰে হাবিৰ মাজত ওলমি থকা অৱস্থাত উদ্ধাৰ হয়।

একেজোপা গছতে তিনিটাকৈ মৃতদেহ ওলমি থকাৰ দৃশ্য প্ৰত্যক্ষ কৰি গাওঁবাসী আতংকিত হৈ পৰে।

তান্ত্ৰিক বেহেৰাৰ লগতে আন দুজন লোকে কিয় আত্মহত্যা কৰিলে তাকেলৈ ৰহস্যৰ সৃষ্টি হৈ থকাৰ সময়তে ৰহস্য ভেদ কৰিলে গাওঁৰে এজন কিশোৰে।

কিশোৰজনে দিয়া ভাষ্য অনুসৰি ১৪ নৱেম্বৰৰ দিনাই তান্ত্ৰিক জনে কিশোৰ জনৰ লগতে আন দুজন শিষ্যকলৈ হাবি খনলৈ গৈছিল।

তান্ত্ৰিক বেহেৰাই লগত চাৰি খন শাড়ী লৈ গৈছিল। হাবিৰ ভিতৰত গছৰ তলত বহি কিশোৰ জনক বাদ দি বাকী তিনিজনে মদ্যপান কৰিছিল।

ইয়াৰ পিছতে তান্ত্ৰিক বেহেৰাই যদি ঈশ্বৰক চাব বিচাৰে আৰু অমৰত্ব লাভ কৰিব খোজে তেন্তে চিপলৈ আত্মহত্যা কৰিবলৈ কৈছিল।

তান্ত্ৰিকৰ কথা শুনি কিশোৰ জনে ভয় খাই সেই ঠাইৰ পৰা পলাই আহিছিল।কিশোৰ জন পলাই অহাৰ পিছত তেওঁলোক আৰু কিছুদিন হাবিৰ মাজতে আছিল আৰু অৱশেষত চিপলৈ আত্মহত্যা কৰিছিল।

Recent News

IMG_20210223_19101207

অসমবাসীৰ মূৰত ৪৪ হাজাৰ কোটি টকাৰ ধাৰৰ বোজা,অসম খনক ভিক্ষাৰী কৰিলে বিজেপিয়ে : লুৰীণজ্যোতিৰ বিস্ফোৰণ

Orunodoi-Scheme-2020

মৰিগাঁৱত বিজেপি চৰকাৰে ঘোষণা কৰা ‘স্বয়ম’ অৰুণোদয়’ আঁচনি ৰূপায়ণত কমিচনৰাজ, স্বজন প্ৰীতিৰ অভিযোগ

bhaba

প্ৰকৃতিপ্ৰেমীৰ প্ৰচেষ্টাত টীয়কৰ জাঁজীমুখত দল হৰিণাৰ পোৱালি উদ্ধাৰ

index.jpgb

বোকাখাত মহকুমাত নির্বাচনী আচৰণ বিধি সম্পর্কত বিভিন্ন ৰাজনৈতিক দলৰ প্রতিনিধিৰে মহকুমাধিপতিৰ বৈঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd