• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পোলেণ্ডৰ একতা আন্দোলনক স্মৰণেৰে ৰঙা-বগা ৰঙেৰে সজাই তোলা হ’ল দিল্লীৰ ঐতিহাসিক কুটুবমিনাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 31, 2020 6:44 pm

1 min read

পোলেণ্ডৰ একতা আন্দোলনক স্মৰণেৰে ৰঙা-বগা ৰঙেৰে সজাই তোলা হ’ল দিল্লীৰ ঐতিহাসিক কুটুবমিনাৰ

কুটুবমিনাৰ

180
VIEWS
Share on FacebookShare on Twitter

দিল্লীৰ ঐতিহাসিক কুটুবমিনাৰক পোলেণ্ড দূতাৱাস আৰু পোলিচ ইষ্টিটিউট ইন দিল্লীয়ে দেওবাৰে পোলেণ্ডৰ ৰাষ্ট্ৰীয় পতাকাৰ ৰং বগা আৰু ৰঙা ৰঙেৰে সজাই তোলে।

পোলেণ্ডৰ একতা আন্দোলনৰ ৪০ সংখ্যক বৰ্ষপুৰ্তি উপলক্ষে এইদৰে কুটুবমিনাৰক সজাই তোলা হয়।

পোলেণ্ডৰ একতা আন্দোলন হৈছে গান্ধীবাদী নীতিৰে পৰিচালিত বাণিজ্যিক গোটে কৰা এক অহিংস আন্দোলন।

এই অহিংস আন্দোলনৰ মাধ্যমেৰে পোলেণ্ডৰ কমিউনিষ্ট শাসন কালত সামাজিক অধিকাৰৰ হকে যুঁজা হৈছিল।

দিল্লীৰ ঐতিহাসিক কুটুবমিনাৰত পোলেণ্ডৰ ৰাষ্ট্ৰীয় পাতাকাৰ আৰ্হিত সজাই তোলা কাৰ্য্যই ভাৰত আৰু পোলেণ্ডৰ মাজৰ সুদৃঢ় দ্বিপাক্ষিক সম্পৰ্কক পুনৰবাৰ প্ৰমাণ কৰিলে।

উল্লেখযোগ্য যে, ভাৰতৰ স্বাধীনতা দিৱস অথবা গণৰাজ্য দিৱসৰ সময়তো য়ু এ ইৰ বুৰ্জ খলিফা বা ফ্ৰাঞ্চৰ আইফেল টাৱাৰক ভাৰতীয় জাতীয় পতাকাৰ আৰ্হিত সজাই তোলা হৈছিল।

Recent News

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

IMG-20210116-WA0008

কেৱল গোৰ্খা ভোটেৰে জয়ী হৈ দেখুৱাওক বিধায়ক ভাস্কৰ শৰ্মাই; লেখাপানীত ১০ সংগঠনৰ হুংকাৰ

arrest-istock-1591718285

প্ৰেয়সীক হত্যা কৰি ফ্লেটৰ ৱালত লুকুৱাই ৰাখিছিল প্ৰেমিকে : প্ৰেমিকক গ্ৰেপ্তাৰ আৰক্ষীৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd