• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাতিপুৱা-সন্ধিয়া খোজ কাঢ়িও ক্ষীণাব পৰা নাই? তেন্তে ৬-৬-৬ পদ্ধতিৰে খোজকঢ়া আৰম্ভ কৰক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 12, 2024 8:11 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰতিদিনে পুৱা আৰু সন্ধিয়া কিলোমিটাৰৰ পিছত কিলোমিটাৰ খোজ কাঢ়িছে। কিন্তু চৰ্বি কমি যোৱা নাই। মানি চলক খোজকঢ়াৰ ৬-৬-৬ নিয়ম।

খোজ কাঢ়ক

শৰীৰটো ফিট কৰি ৰাখিবলৈ বহুতে ৰাতিপুৱা-সন্ধিয়া বা যিকোনো সময়তে খোজ কাঢ়ে। কিন্তু এই নিয়ম মানি চলিলে সোনকালে চৰ্বি কমি যাব।

বিজ্ঞানসন্মত নিয়ম

বিজ্ঞানে কয় যে যদি আপোনাৰ ওজন বেছি হয় তেন্তে প্ৰতিদিনে ১ কিলোমিটাৰ খোজ কাঢ়িলে কেলৰি অধিক গলিব আৰু ওজন কমি যাব। স্বাভাৱিক বা কম ওজন হ’লে তুলনামূলকভাৱে কম কেলৰি গলিব।

Apply Now

ৰাতিপুৱা খোজ কঢ়াৰ উপকাৰিতা

গৱেষণাৰ মতে, প্ৰতিদিনে পুৱা মাত্ৰ ৩০ মিনিট খোজ কাঢ়িলেই হৃদৰোগৰ সম্ভাৱনা ৩৫ শতাংশ হ্ৰাস পায়। মৰ্নিং ৱাকে শৰীৰ আৰু মন সতেজ কৰি ৰখাত সহায় কৰে।

সন্ধিয়া খোজ কঢ়াৰ উপকাৰিতা

সন্ধিয়া ৩০ মিনিট খোজ কাঢ়িলে মানসিক চাপৰ পৰা উপশম পোৱা যায়। বিয়লি বা সন্ধিয়া খোজ কাঢ়িলে দিনটোৰ ভাগৰ দূৰ হয়।

এঘণ্টা খোজ কাঢ়িলে

নিয়মিতভাৱে এঘণ্টা খোজ কাঢ়িলে শৰীৰৰ চৰ্বি সোনকালে হ্ৰাস পাব। চৰ্বি গলি যাব। হাওঁফাওঁ সুস্থ থাকে।

কেনেকৈ খোজ কাঢ়িব লাগে

সেইটোৱেই আচল প্ৰশ্ন। গৱেষণাৰ মতে খোজ কঢ়াৰ বাবেও এটা নিয়ম আছে।  এইটো হৈছে ৬-৬-৬।  অৰ্থাৎ ৬ মিনিটৰ ৱাৰ্ম আপ, ৬ মিনিটৰ কুল ডাউন। আৰু ৰাতিপুৱা আৰু সন্ধিয়া ৬ বজাত মাত্ৰ ৬০ মিনিট খোজ কঢ়াৰ পেকেজ এটা।

খোজ কঢ়াৰ ৬-৬-৬ পদ্ধতিৰ উপকাৰ

চৰ্বি সোনকালে কমাবলৈ ৬-৬-৬ ৰুটিন মানি চলক। মানসিক চাপ কমি যাব আৰু স্বাস্থ্যৰ উন্নতি হ’ব। একাধিক শাৰীৰিক সমস্যা কমি যাব।

নূন্যতম খোজ

হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ প্ৰতিবেদন অনুসৰি প্ৰতিদিনে কমেও ১০ হাজাৰ খোজ খোজ কাঢ়ি যোৱাটো গুৰুত্বপূৰ্ণ। দিনটোত ১৫০ মিনিট খোজ কঢ়াটো যুৱক-যুৱতীসকলৰ বাবে ভাল। কিন্তু খোজ কঢ়াৰ শাৰীৰিক সুফল পাবলৈ হ’লে প্ৰতি ঘণ্টাত ৩ কিলোমিটাৰ বেগেৰে খোজ কাঢ়িব লাগিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বকাপত পৰাজয়ৰ দুখ পাতলাই গাত মাহ হালধী সানিলে ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ‎

বিশ্বকাপত পৰাজয়ৰ দুখ পাতলাই গাত মাহ হালধী সানিলে ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ‎

August 12, 2026 8:12 pm
আদিত চন্দ্ৰ ৰাভাক জামিন প্ৰদানত ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ সন্তুষ্টি

আদিত চন্দ্ৰ ৰাভাক জামিন প্ৰদানত ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ সন্তুষ্টি

August 12, 2026 7:43 pm
নিষিদ্ধ হ’ল পুনৰ ব্যৱহাৰৰ অযোগ্য প্লাষ্টিক : ইটানগৰ পৌৰ সভাৰ ডাঙৰ সিদ্ধান্ত

নিষিদ্ধ হ’ল পুনৰ ব্যৱহাৰৰ অযোগ্য প্লাষ্টিক : ইটানগৰ পৌৰ সভাৰ ডাঙৰ সিদ্ধান্ত

August 12, 2026 7:17 pm
বান মুক্ত অসমৰ বাবে ১৮,০০০ কোটি টকাৰ প্ৰতিশ্ৰুতি অসম চৰকাৰৰ

বান মুক্ত অসমৰ বাবে ১৮,০০০ কোটি টকাৰ প্ৰতিশ্ৰুতি অসম চৰকাৰৰ

August 12, 2026 6:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বকাপত পৰাজয়ৰ দুখ পাতলাই গাত মাহ হালধী সানিলে ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ‎

বিশ্বকাপত পৰাজয়ৰ দুখ পাতলাই গাত মাহ হালধী সানিলে ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ‎

August 12, 2026 8:12 pm
আদিত চন্দ্ৰ ৰাভাক জামিন প্ৰদানত ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ সন্তুষ্টি

আদিত চন্দ্ৰ ৰাভাক জামিন প্ৰদানত ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ সন্তুষ্টি

August 12, 2026 7:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd