• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হিমা দাসক আদৰিবলৈ বিমান বন্দৰ কৰ্তৃপক্ষৰ ব্যাপক আয়োজন

এন ই নাও নিউজ by এন ই নাও নিউজ
September 7, 2018 11:06 am
5230df5f-17e0-4755-9047-1395c5200e36

বৰঝাৰ বিমান বন্দৰৰ দৃশ্য। ফটো : নৰ্থ-ইষ্ট নাও

138
VIEWS
Share on FacebookShare on Twitter

সদ্য সমাপ্ত জাকাৰ্টা এছিয়ান গেইমছত উজ্জ্বীৱিত প্ৰদৰ্শনেৰে দুটা ৰূপ আৰু এটা সোণৰ পদক লাভ কৰিবলৈ সক্ষম হোৱা অসম কন্যা হিমা দাস আজি বহু দিনৰ মূৰত উপস্থিত হ’ব অসমত।

এথলেটিকছ জগতৰ এইগৰাকী নৱতম চাঞ্চল্যই আজি দিনৰ ১ বজাত স্পাইচজেটৰ বিমানেৰে গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰত উপস্থিত হ’ব। খেলুৱৈগৰাকীক আদৰিবলৈ বিমান বন্দৰত উপস্থিত থাকিব খোদ অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

মন কৰিবলগীয়া যে ইতিমধ্যে বিশ্ববিজয়ী তথা জাকাৰ্টা এছিয়াডত তিনিটা পদক লাভ কৰা হিমাক আদৰিবলৈ ব্যতিক্ৰম ৰূপত সজাই পৰাই তোলা হৈছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰ।

জানিব পৰা মতে বিমান বন্দৰৰ ভিতৰৰ পৰা ওলাই অহা পথটোত বিমান বন্দৰ কৰ্তৃপক্ষই ট্ৰেকৰ আৰ্হিত কাৰ্পেট পাৰি এক অভিনৱ পন্থাৰে খেলুৱৈগৰাকীক আদৰিবলৈ তথা শুভেচ্ছা প্ৰদান কৰিবলৈ সাজু হৈ উঠিছে।

উল্লেখ্য যে আজি কলাক্ষেত্ৰত ৰাজ্যিক মৰ্যাদাৰে হিমাক শুভেচ্ছা আৰু আদৰণি জনাব ৰাজ্য চৰকাৰে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া সম্বৰ্ধনা অনুষ্ঠানতে এথলীটগৰাকীক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ১ কোটি ৬০ লাখ টকা পুৰষ্কাৰ প্ৰদান কৰিব।

হিমা দাসৰ বাবে ৰাজ্য চৰকাৰে আয়োজন কৰা আজিৰ এই সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকিব এছিয়াডত অসমক প্ৰথমটো পদকৰ সোৱাদ দিয়া অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ লগতে সকলো মন্ত্ৰী-বিধায়ক।

Recent News

বিদেশী বিতাড়ন সিদ্ধান্তত আদালতৰ হস্তক্ষেপ অনুচিত: আদালতৰ নিৰ্দেশ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া গৃহ মন্ত্ৰালয়ৰ

বিদেশী বিতাড়ন সিদ্ধান্তত আদালতৰ হস্তক্ষেপ অনুচিত: আদালতৰ নিৰ্দেশ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া গৃহ মন্ত্ৰালয়ৰ

কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ; পত্নী হাছিনক মাহে ৪ লাখ টকা ভৰণ-পোষণ দিব লাগিব শ্বামীয়ে

কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ; পত্নী হাছিনক মাহে ৪ লাখ টকা ভৰণ-পোষণ দিব লাগিব শ্বামীয়ে

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd