• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমৰ শিক্ষানুষ্ঠানত ঠিকাভিত্তিক শিক্ষকৰ নিযুক্তি দিব নোৱাৰিব : ৰাজ্যপাল জগদীশ মুখী

নগাঁৱত স্বচ্ছ নগাঁও সেউজ নগাঁও অভিযান মুকলি ৰাজ্যপাল জগদীশ মুখীৰ

NE NOW NEWS মিণ্টু দাস
নগাঁও , September 20, 2018 5:25 pm

2 min read

26779a51-bfc3-40cf-a17f-ed84032c79b1
343
VIEWS
Share on FacebookShare on Twitter

‘স্বচ্ছতাক সকলোৱে সেৱা হিচাপে গ্ৰহণ কৰা উচিত তেতিয়াহে দেশ আৰু সমাজক পৰিস্কাৰ পৰিচন্ন কৰি ৰাখিব পাৰিম। জাতিৰ পিতা মহাত্মা গান্ধীয়ে স্বচ্ছতা আৰম্ভ কৰিছিল আৰু বৰ্তমান প্ৰধান মন্ত্রী নৰেন্দ্ৰ মোদীয়ে ইয়াক অধিক গতিশিল কৰি তুলিছে। পূৰ্বৰ তুলনাত এতিয়া মানুহৰ স্বচ্ছতাৰ প্ৰতি চিন্তা ধাৰা পৰিৱৰ্তন হৈছে’। এই মন্তব্য ৰাজ্যপাল জগদীশ মুখীৰ।

আজি নগাঁৱৰ খগেন মহন্ত প্ৰেক্ষাগৃহত অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে ‘স্বচ্ছ নগাঁও আৰু সেউজ নগাঁও’ শীৰ্ষক অভিযান মুকলি কৰি এইদৰে মন্তব্য কৰাৰ লগতে মুকলিত মল ত্যাগৰ কাৰ্য পৰিত্যাগ কৰাৰ ব্যৱস্থা কৰা হৈছে বুলি মতপোষণ কৰে। অহা ২ অক্টোবৰৰ ভিতৰত এই কাৰ্য সম্পূৰ্ণ কৰা হ’ব বুলিও তেওঁ উল্লেখ কৰে।

তেওঁ ভাষণ প্ৰসংগত নগাঁৱক স্বচ্ছতাৰ ক্ষেত্রত অসমৰ ভিতৰত প্ৰথম শ্ৰেণীৰ চহৰ হিচাপে গঢ়ি তুলিবলৈ সকলোকে আহ্বান জনায়। আনহাতে নিজকে শিক্ষাবিদ বুলি অভিহিত কৰি ৰাজ্যপাল মুখীয়ে কয়, অসমত উচ্চ শিক্ষাৰ ব্যৱস্থাৰ আমূল পৰিৱৰ্তন হ’ব আৰু তেওঁ শেহতীয়াকৈ শিক্ষানুষ্ঠানসমূহে ঠিকাভিত্তিক শিক্ষক নিযুক্তিৰে শিক্ষানুষ্ঠানসমূহ চলাই থকা বিষয়টোৰ গুৰুত্বতা উপলব্ধি কৰি কয় যে অসমৰ শিক্ষা অনুষ্ঠান বিলাকত ঠিকাভিত্তিক শিক্ষকৰ নিযুক্তি দিব নোৱাৰিব।

‘স্বচ্ছ নগাঁও আৰু সেউজ নগাঁও’  অনুষ্ঠানত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, নগাঁও পৌৰসভাৰ পৌৰপতি দিগন্ত দাস, জিলা উপায়ুক্ত বিশ্বজিৎ পেগু,  জিলা অতিৰিক্ত উপায়ুক্ত জয়ন্ত কুমাৰ বৰা প্ৰমুখ্যে বহু কেইগৰাকী জিলা প্ৰশাসনৰ বিষয়-ববীয়া উপস্থিত থাকে। অনুষ্ঠানৰ পিছতে ৰাজ্যপালগৰাকীয়ে গাড়ীৰে নগাঁও চহৰ পৰিদৰ্শন কৰা দেখা যায়।

Recent News

Ulfa

অৰুণাচল প্ৰদেশৰ ভাৰত-ম্যানমাৰ সীমান্তত ভাৰতীয় সেনাৰ জালত পৰিল আলফা (স্বা)ৰ ৩ কেডাৰ

Sivasagar

শিৱসাগৰত মন্ত্ৰী হিমন্ত বিশ্বৰ নিৰ্বাচনী টোপ! : বিবেকানন্দ যুৱ সৱলীকৰণ যোজনাৰ স্বয়ম আঁচনিৰ অনুমোদন পত্ৰ বিতৰণ

a mori

এইবাৰ অসমৰ ল’ৰাই পাব বুলেট! শিৱসাগৰত এই মন্তব্য কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক’লে, ‘Who is সত্যৰঞ্জন? বিজেপিত কোনো সত্যৰঞ্জন নাই!’

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক’লে, ‘Who is সত্যৰঞ্জন? বিজেপিত কোনো সত্যৰঞ্জন নাই!’

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd