• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আজি আপোচবিহীন সাংবাদিক মানৱ অধিকাৰ কৰ্মী প্ৰয়াত পৰাগ কুমাৰ দাসৰ জন্মদিন

প্ৰাঞ্জল দেউৰী by প্ৰাঞ্জল দেউৰী
February 24, 2020 10:42 pm
Parag Kumar Das
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এসময়ৰ আপোচবিহীন সাংবাদিক, মানৱ অধিকাৰ সংগ্ৰামৰ এগৰাকী কৰ্মী, মানৱ অধিকাৰ সমিতিৰ প্ৰতিষ্ঠাপক, বুধবাৰৰ প্ৰতিষ্ঠাপক সম্পাদক, অসমীয়া প্ৰতিদিন কাকত আৰু আগান আলোচনীৰ সম্পাদক তথা তীক্ষ্ণধী লেখক পৰামগ কুমাৰ দাসৰ আজি জন্ম দিন।

১৯৬১ চনৰ আজিৰ দিনটোতে পৰাগ কুমাৰ দাসৰ জন্ম হৈছিল।

Apply Now

দিল্লী স্কুল অৱ ইক’নমিকছৰ এসময়ৰ মেধাৱী ছাত্ৰ পৰাগ কুমাৰ দাসে প্ৰথমে ‘গুৱাহাটী ষ্টক এক্সচেঞ্জত কাম কৰিছিল যদিও সেই চাকৰি বাদ দি স্বতন্ত্ৰ সাংবাদিকতা আৰু মানৱ সংগ্ৰামৰ কৰ্মীৰূপে কাম কৰিছিল। মানৱ অধিকাৰ সংগ্ৰাম সমিতি, উত্তৰ পূৱ মানৱ অধিকাৰ সমন্বয়ৰক্ষী সমিতি, বাক স্বাধীনতা সংগ্ৰাম সমিতি আৰু গণতান্ত্ৰিক সংগ্ৰাম সমিতিৰ নেতাৰ লগতে প্ৰথম দুটাৰ সচিব প্ৰধানৰূপেও তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।

মানৱ অধিকাৰ কৰ্মীৰূপে তেওঁ ৰাষ্ট্ৰৰ আৰু সেনাৰ নিগৃহীত লোকৰ অধিকাৰ হকে যুঁজিছিল। উল্লেখ্য যে, সেই সময়ত আলফাৰ ওপৰত ৰাষ্ট্ৰই নমাই অনা দমনমূলক কাৰ্যক তেওঁ তীব্ৰ বিৰোধিতা কৰিছিল। নিৰ্দোষী মানুহৰ অধিকাৰ হকে যুঁজাৰ লগতে আৰু সেনাৰ দ্বাৰা লাঞ্চিত ধৰ্ষিতাসকলৰ ন্যায় প্ৰাপ্তিৰ বাবেও সংগ্ৰাম কৰি জনসচেতনতা বৃদ্ধিৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল।

দিল্লীৰ কেন্দ্ৰীয় চৰকাৰৰ কেন্দ্ৰীভূত ক্ষমতা বিন্যাসৰ প্ৰবল বিৰোধী পৰাগ কুমাৰ দাসে ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ বাবে সোচ্চাৰ হোৱা দেখা গৈছিল।

অসমৰ স্বাধীনতাৰ প্ৰশ্নত বহু সময়ত তেওঁ আলফাৰ সংগ্ৰামখনক তীক্ষ্ণ নজৰ দিয়াৰ পৰিলক্ষিত হৈছিল। য’ত আলফাৰ আদৰ্শক সমৰ্থন নকৰিলেও তেওঁ কিছু নীতিক নিজস্ব দৰ্শনেৰে পৰ্যালোনা কৰি অসমৰ হিতৰ বাবে মাত মতা দেখা গৈছিল।

পৰাগ কুমাৰ দাসে আলফাৰ সাৰ্বভৌম স্বাধীন অসম সমৰ্থন নকিৰেলও কেন্দ্ৰৰ পৰা অসমৰ অৰ্থনৈতিক স্বাধীনতাৰ দাবী কৰিছিল। বিশেষতঃ অসমৰ সম্পদৰ ওপৰত অসমৰ অধিকাৰ আৰু ৰয়েলিটি দাবী কৰিছিল।

তেওঁ বহুবাৰ ৰাষ্ট্ৰ ৰোষত পৰিবলগীয়া হৈছিল। ১৯৯২ আৰু ১৯৯৩ চনত পৰাগ কুমাৰ দাসক ৰাষ্ট্ৰীয় নিৰাপত্তা আইন আৰু টাডাৰ অধীনত গ্ৰেপ্টাৰ কৰি চৰকাৰে কাৰাগাৰলৈ নিক্ষেপ কৰিছিল।

পৰাগ কুমাৰ দাসে বিভিন্ন কাকত আলোচনীত চৰকাৰী নীতি আৰু ৰাজনৈতিক ব্যৱস্থাটোক কঠোৰ সমালোচনা কৰাৰ লগতে অন্তৰ্ভেদী যোৱাকৈ অস্ত্ৰোপচাৰৰ কৰিছিল।

তেওঁৰ স্বাধীনতাৰ প্ৰস্তাৱ শীৰ্ষক গ্ৰন্থখন চৰকাৰে বাজেয়াপ্ত কৰাৰ ঘোষণা কৰিছিল।

তেওঁৰ তীক্ষ্মধী কলমেৰে বিভিন্ন নিৱদ্ধ-প্ৰৱন্ধৰ লগতে নিৰ্গত হৈছিল ক্ৰমে ছাংলট ফেন্লা, স্বাধীনতাৰ প্ৰস্তাৱ, নিষিদ্ধ কলম  আৰু অন্যান্য, আমি যি কথা কৈছিলো(সাংবাদিক অজিত কুমাৰ ভূঞাৰ সৈতে যুটীয়াভাৱে), ৰাষ্ট্ৰদ্ৰোহীৰ দিনলিপি, মোক স্বাধীনতা লাগে, স্বাধীন অসমৰ অৰ্থনীতি আদি গ্ৰন্থ।

তেওঁৰ প্ৰায়বোৰ লেখাতেই প্ৰচলিত ৰাষ্ট্ৰ ব্যৱস্থাৰ প্ৰতি তীব্ৰ বিদ্ৰোহ আৰু অগ্নি বৰ্ষিত হৈছিল। তেওঁৰ তীক্ষ্ণী লেখাবোৰত ৰাষ্ট্ৰই ৰাষ্ট্ৰদ্ৰোহৰ গোন্ধ পাইছিল আৰু সেয়ে তেওঁক দুবাৰকৈ কাৰাগাৰলৈ নিক্ষেপ কৰিছিল।

এই তীক্ষ্মধী সাংবাদিক আপোচকামী সংগ্ৰামী তথা লেখকজনক ১৯৯৬ চনৰ ১৭ মে’ত গুৱাহাটীৰ ৰাজগড়ত আততায়ীয়ে নিচেই ওচৰৰ পৰা গুলীয়াই হত্যা কৰে।

প্ৰণিধানযোগ্য যে পৰাগ কুমাৰ দাসৰ প্ৰাসঙ্গিকতা সদায়ে আছে, আৰু সাম্প্ৰতিক সময়ত তেওঁৰ ৰচনাৰাজীয়ে নৱপ্ৰজন্মক আকৰ্ষণ কৰা দেখা গৈছে।

 

প্ৰাঞ্জল দেউৰী

প্ৰাঞ্জল দেউৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন ন্যায়াধিকৰণৰ নিৰ্বাচন-সম্পৰ্কীয় অভিযোগ সন্দৰ্ভত সিদ্ধান্ত

স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন ন্যায়াধিকৰণৰ নিৰ্বাচন-সম্পৰ্কীয় অভিযোগ সন্দৰ্ভত সিদ্ধান্ত

September 27, 2026 12:06 pm
গুৱাহাটী স্বেচ্ছাসেৱক বৈঠকৰ পূৰ্বে কেন্দ্ৰীয় মুখপাত্ৰ আশুতোষ ৰাংকাসহ কেইবাজনো চিজেপি কৰ্মীক আটক অসম আৰক্ষীৰ

গুৱাহাটী স্বেচ্ছাসেৱক বৈঠকৰ পূৰ্বে কেন্দ্ৰীয় মুখপাত্ৰ আশুতোষ ৰাংকাসহ কেইবাজনো চিজেপি কৰ্মীক আটক অসম আৰক্ষীৰ

September 27, 2026 11:44 am
ঘূৰ্ণীবতাহ অৰ্ণবৰ তাণ্ডৱ! ক্ষতিগ্ৰস্ত ১৪ খন ৰাজ্য, উত্তৰ প্ৰদেশত ১৩জনৰ মৃত্যু; শস্যৰ বিপুল ক্ষতি

ঘূৰ্ণীবতাহ অৰ্ণবৰ তাণ্ডৱ! ক্ষতিগ্ৰস্ত ১৪ খন ৰাজ্য, উত্তৰ প্ৰদেশত ১৩জনৰ মৃত্যু; শস্যৰ বিপুল ক্ষতি

September 27, 2026 10:20 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 27, 2026 9:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন ন্যায়াধিকৰণৰ নিৰ্বাচন-সম্পৰ্কীয় অভিযোগ সন্দৰ্ভত সিদ্ধান্ত

স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন ন্যায়াধিকৰণৰ নিৰ্বাচন-সম্পৰ্কীয় অভিযোগ সন্দৰ্ভত সিদ্ধান্ত

September 27, 2026 12:06 pm
গুৱাহাটী স্বেচ্ছাসেৱক বৈঠকৰ পূৰ্বে কেন্দ্ৰীয় মুখপাত্ৰ আশুতোষ ৰাংকাসহ কেইবাজনো চিজেপি কৰ্মীক আটক অসম আৰক্ষীৰ

গুৱাহাটী স্বেচ্ছাসেৱক বৈঠকৰ পূৰ্বে কেন্দ্ৰীয় মুখপাত্ৰ আশুতোষ ৰাংকাসহ কেইবাজনো চিজেপি কৰ্মীক আটক অসম আৰক্ষীৰ

September 27, 2026 11:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd