• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজি উপ-নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিন, ভোটাৰক মুহিবলৈ প্ৰাৰ্থীৰ জোৰদাৰ প্ৰচাৰ

পাৰ্শ্বজ্যোতি গগৈ,দীপক কুমাৰ পাঠক,শিৱসাগৰ-বাক্সা by পাৰ্শ্বজ্যোতি গগৈ,দীপক কুমাৰ পাঠক,শিৱসাগৰ-বাক্সা
October 27, 2021 2:31 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৩০ অক্টোবৰত অনুষ্ঠিত হবলগীয়া উপ- নিৰ্বাচনৰ প্ৰচাৰৰ আজি অন্তিম দিন।

অন্তিম দিনটোত উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া পাঁচোটা সমষ্টিতে বিভিন্ন দলৰ প্ৰাৰ্থীসকলে প্ৰচাৰ অভিযান অধিক জোৰদাৰ কৰি তোলা পৰিলক্ষিত হয়।

Apply Now

এইবাৰৰ উপ–নিৰ্বাচনত ৫ টা সমষ্টিত সৰ্বমুঠ ৭,৯৬,৪৫৬ গৰাকী ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব ৩১জন প্ৰাৰ্থীৰ৷

এইসকল ভোটাৰৰ ভিতৰত ৪,০৩,৩৭৪জন পুৰুষ, ৩,১৩,০৭৮ গৰাকী মহিলা । লগতে চাৰিগৰাকী তৃতীয় লিংগৰ ভোটাৰো আছে৷ সমষ্টি কেইটাত ছাৰ্ভিচ ভোটাৰ আছে ৩,১৬৫ গৰাকী৷

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি সৰ্বাধিক ভোটাৰ থকা সমষ্টিটো হ’ল তামুলপুৰ৷ তামুলপুৰ সমষ্টিৰ ভোটাৰৰ সংখ্যা হ’ল ২,১৭,৫৩২গৰাকী৷ সৰ্বনিম্ন ভোটাৰ থকা সমষ্টিটো হ’ল থাওৰা সমষ্টি৷ থাওৰা সমষ্টিত ভোটাৰৰ সংখ্যা ১,১৫,৯৭১ গৰাকী৷

উল্লেখ্য বিগত বৰ্ষৰ ১৮ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনীত ৮ অক্টোবৰলৈ ভোটাৰ তালিকাত উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া পাঁচ সমষ্টিত নতুনকৈ যোগ হোৱা ভোটাৰৰ সংখ্যা হৈছে ৪৩,২২৯ গৰাকী৷ পাঁচ সমষ্টিৰ উপ–নিৰ্বাচনত ৮০ বছৰৰ ঊৰ্ধ্বৰ ভোটাৰৰ সংখ্যা হ’ল ৮,৮৬৪ গৰাকী আৰু বিশেষভাৱে সক্ষম ভোটাৰৰ সংখ্যা হৈছে ৪,৯৯৮ গৰাকী৷

প্ৰচাৰৰ এই অন্তিম দিনটোত সকলো ৰাজনৈতিক দল ব্যস্ত নিৰ্বাচনী প্ৰচাৰত। ব্যস্ততা দেখা গল ১০৭ নং থাওৰা বিধান সভা সমষ্টিতো।

চিপিআই দলৰ প্ৰাৰ্থী কৃষ্ণ গগৈয়ে বৃহৎ ৰেলীৰে ডিমৌত আজি অন্তিম দিনৰ প্ৰচাৰ চলায় ।

১০ বছৰ একেলগে আছিল থাওৰা উপ নিৰ্বাচনৰ দুই প্ৰাৰ্থী। একালৰ দুই সহপাঠী এতিয়া নিৰ্বাচনৰ প্ৰতিদ্বন্দ্বী।
চিপিআইর প্ৰাৰ্থী কৃষ্ণ গগৈ আৰু ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য্য কোঁৱৰ।

পঞ্চায়তে পঞ্চায়তে আজি ৰাইজৰ দলৰ কৰ্মীৰ প্ৰচাৰ আভিযানেৰে সামৰণি পৰে দলটোৰ নিৰ্বাচনী প্ৰচাৰ।
তামুলপুৰৰ কটাহবাৰীতো আৱতৰীয়া দীপাৱলীৰ পৰিবেশে বিৰাজ কৰিলে ।

বুধবাৰে মিত্ৰ জোঁটৰ প্ৰাৰ্থী জলেন দৈমাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ তামুলপুৰৰ কটাহবাৰী গাঁওলৈ যায় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।

সেয়ে তামুলপুৰৰ কটাহবাৰীত স্হানীয় ৰাইজে মুখ্যমন্ত্ৰী গৰাকীৰ সুস্বাস্থ্য কামনা কৰি সহস্ৰাধিক বন্তি প্ৰজ্বলন কৰে।

বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে কমলপুৰৰ বিধায়ক দিগন্ত কলিতাই । তেখেতক সংগ দিয়ে বিধায়ক জিতু গোস্বামী আৰু বিজয় মালাকৰে। উপস্থিত থাকে বিটিআৰৰ কেইবাগৰাকীও কাৰ্যবাহী সদস্য তথা এমচিএলএ ।

পাৰ্শ্বজ্যোতি গগৈ,দীপক কুমাৰ পাঠক,শিৱসাগৰ-বাক্সা

পাৰ্শ্বজ্যোতি গগৈ,দীপক কুমাৰ পাঠক,শিৱসাগৰ-বাক্সা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এছিয়ান গেমছত ভাৰতৰ চমক! টেবুল টেনিছৰ মিক্সডত পদক নিশ্চিত মানুষ-দিয়াৰ যুটিৰ

এছিয়ান গেমছত ভাৰতৰ চমক! টেবুল টেনিছৰ মিক্সডত পদক নিশ্চিত মানুষ-দিয়াৰ যুটিৰ

September 25, 2026 10:29 am
২০২৪ চনৰ পৰা স্থবিৰ জেন জিৰ ভোটাধিকাৰ! নতুন প্ৰতিবেদনত পুনৰ কাঠগৰাত জ্ঞানেশ কুমাৰ

২০২৪ চনৰ পৰা স্থবিৰ জেন জিৰ ভোটাধিকাৰ! নতুন প্ৰতিবেদনত পুনৰ কাঠগৰাত জ্ঞানেশ কুমাৰ

September 25, 2026 9:35 am
অ’বিচি প্ৰাৰ্থীৰ নিযুক্তিত পৰিব নেকি প্ৰভাৱ? ১১ মাৰ্চৰ ৰায়দান কাৰ্যকৰী কৰিবলৈ চৰকাৰক লাগে দুবছৰ সময়

অ’বিচি প্ৰাৰ্থীৰ নিযুক্তিত পৰিব নেকি প্ৰভাৱ? ১১ মাৰ্চৰ ৰায়দান কাৰ্যকৰী কৰিবলৈ চৰকাৰক লাগে দুবছৰ সময়

September 25, 2026 9:08 am
৫৬ বছৰ বয়সতে হঠাতে মৃত্যু বলীউডৰ জনপ্ৰিয় অভিনেতা মুস্তাক খানৰ; কি হৈছিল তেওঁৰ?

৫৬ বছৰ বয়সতে হঠাতে মৃত্যু বলীউডৰ জনপ্ৰিয় অভিনেতা মুস্তাক খানৰ; কি হৈছিল তেওঁৰ?

September 25, 2026 8:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এছিয়ান গেমছত ভাৰতৰ চমক! টেবুল টেনিছৰ মিক্সডত পদক নিশ্চিত মানুষ-দিয়াৰ যুটিৰ

এছিয়ান গেমছত ভাৰতৰ চমক! টেবুল টেনিছৰ মিক্সডত পদক নিশ্চিত মানুষ-দিয়াৰ যুটিৰ

September 25, 2026 10:29 am
২০২৪ চনৰ পৰা স্থবিৰ জেন জিৰ ভোটাধিকাৰ! নতুন প্ৰতিবেদনত পুনৰ কাঠগৰাত জ্ঞানেশ কুমাৰ

২০২৪ চনৰ পৰা স্থবিৰ জেন জিৰ ভোটাধিকাৰ! নতুন প্ৰতিবেদনত পুনৰ কাঠগৰাত জ্ঞানেশ কুমাৰ

September 25, 2026 9:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd