• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ আজি মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন, উদুলি-মুদুলি মৰিগাঁও চহৰ

চানু গগৈ by চানু গগৈ
November 28, 2020 1:49 pm
a nomi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক ১৭ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ বাবে আজি শাসক বিৰোধীৰ প্ৰক্ষেপিত প্ৰাৰ্থীসকলে নিজ নিজ মনোনয়ন পত্ৰ দাখিল কৰে।

উল্লেখ্য যে তিৱা স্বায়ত্ত পৰিষদৰ,৩৬টা সংসদীয় সমষ্টিৰ ভিতৰত আজি ১০নং তেতেলীয়া সমষ্টিৰ জাতীয় কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী মতিৰাম দেউৰীয়ে সহশ্ৰাধিক দলীয় নেতা-কৰ্মীক লগত লৈ নিজৰ মনোনয়ণ পত্ৰ দাখিল কৰাৰ লগতে অন্যান্য দলৰ প্ৰাৰ্থীসকলেও অন্তিম দিনৰ মনোনয়ণ পত্ৰ দাখিল কৰে ।

Apply Now

মন কৰিবলগীয়া যে,সমষ্টিটোৰ পৰা এইবাৰ বিৰোধী দলৰ মতিৰাম দেউৰী, শাসকীয় দলৰ পৰা খগেন চন্দ্ৰ বৰদলৈ,তিৱা জাতীয় ঐক্য মঞ্চৰ পৰা ধৰ্ম সিং বৰদলৈয়ে প্ৰতিদ্বন্দ্বীতা আগবঢ়াইছে।

এই ক্ষেত্ৰত পৰিষদখনৰ পূৰ্বৰ সদস্যগৰাকীৰ সীমাহীন দুৰ্নীতি আৰু কেলেংকাৰীয়ে সামগ্ৰীকভাৱে পৰিষদখনকে অচল কৰি তুলাত অৰিহনা যোগোৱা দুৰ্নীতিগ্ৰষ্ট লোকজনকে পুনৰ শাসকীয় গেৰুৱা বাহিনীয়ে পৰিষদীয় নিৰ্বাচনত প্ৰাৰ্থী হিছাপে প্ৰক্ষেপ কৰাত খোদ নিজ দলৰে নিষ্ঠাৱান নেতা-কৰ্মীসকলৰ মাজতে সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া।

আনহাতে,সমষ্টিৰ সাধাৰণ শ্ৰেণীৰ ভোটাৰ ৰাইজেও এইবাৰ এগৰাকী দুৰ্নীতিমুক্ত নিকা ভাৱমূৰ্তি,নতুন মুখৰ প্ৰাৰ্থীক মনে প্ৰাণে বিছাৰিছে।

তেনে ক্ষেত্ৰত গেৰুৱা বাহিনীৰ প্ৰক্ষেপিত প্ৰাৰ্থী খগেন চন্দ্ৰ বৰদলৈয়ে যে  কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী  লগতে সমষ্টিৰ গৰিষ্ঠসংখ্যক ৰাইজৰ সমৰ্থিত  কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী মতিৰাম দেউৰীৰ হাতত তীব্ৰ প্ৰত্যব্বানৰ যে  সন্মুখীন হ’ব সেয়া নিশ্চিত বুলি ৰাইজৰ মাজত সৰৱ চৰ্চা লাভ কৰিছে।

ইপিনে,১০নং তেতেলীয়া সমষ্টিটোত গেৰুৱা দলৰ সদস্য খগেন চন্দ্ৰ বৰদলৈক হৰুৱাবলৈ কুট-কৌশল ৰচনা কৰি পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য পৱন মান্তাই তিৱা জাতীয় ঐক্য মঞ্চৰ পৰা ধৰ্ম সিং বৰদলৈক প্ৰাৰ্থী প্ৰক্ষেপ কৰা কাৰ্যক সচেতন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

একে দলৰে সদস্য হোৱাৰ স্বত্তেও তেতেলীয়া সমষ্টিৰ ভোটাৰ ৰাইজে খগেন চন্দ্ৰ বৰদলৈৰ পক্ষত থাকিব নে দমাল সমষ্টি বিজেপি প্ৰাৰ্থী তথা প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য  পৱন মান্তাৰ পক্ষত থাকিব ।

দেখ দেখ কৈ বিজেপি দলৰ মাজত ঢিপৰাং মৰা ৰণ কৌশল প্ৰয়োগ কৰা বুলিও এতিয়া ১০ নং তেতেলীয়া সমষ্টিৰ  সচেতন মহলে আশ্চৰ্য প্ৰকাশ কৰিছে।

৭৭৩৯ জন ভোটাৰ থকা সমষ্টিটোত এই ৰাজনৈতিক অভিসন্ধিত কোনগৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভৱিষ্যত উজ্বল হয় সেয়া নিৰ্বাচনী ফলাফলেহে নিৰ্ণয় কৰিব।

চানু গগৈ

চানু গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd