• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, March 4, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

যিকোনো কোভিড পৰিস্থিতিত অলিম্পিক অনুষ্ঠিত কৰিব বিচাৰে টকিঅ’ অলিম্পিক সভাপতি য়শ্বিৰো মৰিয়ে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 3, 2021 12:04 pm

1 min read

যিকোনো কোভিড পৰিস্থিতিত অলিম্পিক অনুষ্ঠিত কৰিব বিচাৰে টকিঅ’ অলিম্পিক সভাপতি য়শ্বিৰো মৰিয়ে
148
VIEWS
Share on FacebookShare on Twitter

যিকোনো পৰিস্থিতিতে আগন্তুক গ্ৰীষ্মত টকিঅ’ অলিম্পিক অনুষ্ঠিত হ’ব বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে টকিঅ’ অলিম্পিকৰ সভাপতি য়শ্বিৰো মৰিয়ে।

কোভিড ভাইৰাছক কেন্দ্ৰ কৰি যিকোনো পৰিস্থিতি সৃষ্টি হ’লেও টকিঅ’ অলিম্পিক সমিতিয়ে অলিম্পিক প্ৰতিযোগিতাখন আয়োজন কৰিবলৈ বদ্ধপৰিকৰ হিচাপে উল্লেখ কৰে।

উল্লেখযোগ্য যে, সমগ্ৰ বিশ্বজুৰি আৰম্ভ হোৱা কোভিডৰ সংক্ৰমণৰ বাবে ২০২০ চনৰ টকিঅ’ অলিম্পিক ২০২১ চনলৈ পিছুৱাই দিয়া হৈছিল।

টকিঅ’ অলিম্পিকৰ সভাপতি মৰিয়ে এতিয়া অলিম্পিক আয়োজন কৰিম নে নকৰিব তাৰ উৰ্দ্ধত চিন্তা কৰাৰ সময় আহি পৰিছে বুলি সদৰী কৰে।

জাপানৰ প্ৰধান মন্ত্ৰীয়ো জাপানে অলিম্পিক সফলভাৱে অনুষ্ঠিত কৰাটো বিচাৰিছে।

জাপানৰ প্ৰধান মন্ত্ৰী গৰাকীয়ে সফলভাৱে টকিঅ’ অলিম্পিক আয়োজন কৰিব পৰাটো কোভিড মহামাৰীৰ বিৰুদ্ধে মানৱ সভ্যতাৰ এক প্ৰতীকি বিজয় হ’ব বুলিও লগতে কয়।

কোভিড মহামাৰীৰ সংক্ৰমণৰ বাবে এতিয়াও জাপানৰ বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণৰ নিষেধাজ্ঞা অব্যাহত আছে তেনে অৱস্থাত জাপানে সফলভাৱে অলিম্পিক আয়োজন কৰিবলৈ সক্ষম হ’ব নে নহ’ব সেয়া সময়েহে ক’ব।

Recent News

Jiten Gogoi nomination.(1)

বোকাখাতত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰাক্তন বিধায়ক জিতেন গগৈৰ মনোনয়ন দাখিল

24_12_2018-loot1_18782468

গোলাঘাট চহৰৰ মাজমজিয়াত দিন দুপৰতে চিলনী চোৰে লুটিলে ডেৰ লাখ টকা

মানৱ অধিকাৰ : মোদীৰ নেতৃত্বকালত ভাৰতক একনায়ত্ববাদী দেশ আখ্যা ‘ফ্ৰীডম হাউচ’ৰ

মানৱ অধিকাৰ : মোদীৰ নেতৃত্বকালত ভাৰতক একনায়ত্ববাদী দেশ আখ্যা ‘ফ্ৰীডম হাউচ’ৰ

raijor Dol

ৰাইজৰ দলৰ কোনে ক’ৰ পৰা লাভ কৰিব টিকট? নৰ্থ ইষ্ট নাওৰ হাতত প্ৰায় চূড়ান্ত তালিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd