• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, March 4, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

“ষড়যন্ত্ৰ অথবা হিংসাৰ উদগণি নহয়, সজাগতাৰহে প্ৰচেষ্টা লোৱা হৈছিল” : গ্ৰেটাৰ টুকইট গোচৰত গ্ৰেপ্তাৰ হোৱা অধিবক্তা নিকিতা জেকব

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 16, 2021 7:55 am

1 min read

দিশা ৰবীৰ গ্ৰেপ্তাৰৰ পাছতে গ্ৰেটাৰ ‘টুকইট’ সন্দর্ভত দুজন পৰিৱেশকৰ্মীলৈ দিল্লী আৰক্ষীৰ চমন জাৰি
122
VIEWS
Share on FacebookShare on Twitter

চুইডিছ পৰিৱেশ সুৰক্ষাকৰ্মী গ্ৰেটা থানবাৰ্গে ভাৰতৰ কৃষক আন্দোলনৰ সমৰ্থনত দিয়া টুইটসংক্ৰান্তীয় গোচৰত গ্ৰেপ্তাৰ হোৱা অধিবক্তা নিকিতা জেকবে (৩০) দিল্লী পুলিচৰ অভিযোগসমূহ নস্যাৎ কৰিছে।

জেকবে জনায় যে গ্ৰেটা থানবাৰ্গৰ স’তে ভাৰত চৰকাৰৰ বিৰুদ্ধে কোনো ষড়যন্ত্ৰ অথবা হিংসাৰ উদগণি জগোৱা নাই।

দিল্লী আৰক্ষীক দিয়া ভাস্য অনুসৰি কৃষক আন্দোলনৰ সম্পৰ্কত সামাজিক মাধ্যমত সজাগতাৰ সৃষ্টিত অৰিহণা জোগোৱাটো সঁচা কিন্তু ইয়াৰ দ্বাৰা তেওঁ কোনোধৰণৰ বেআইনী কাম কৰা নাই।

উল্লেখযোগ্য যে, বম্বে’ উচ্চ ন্যায়ালয়ৰ এগৰাকী অধিবক্তা নিকিতা জেকবে ‘এক্টিংচন ৰিবেলিয়ন’ নামৰ পৰিৱেশসুৰক্ষাবাদী সংস্থাটোৰ হৈ সেৱা কৰি আহিছে।

 

Recent News

24_12_2018-loot1_18782468

গোলাঘাট চহৰৰ মাজমজিয়াত দিন দুপৰতে চিলনী চোৰে লুটিলে ডেৰ লাখ টকা

মানৱ অধিকাৰ : মোদীৰ নেতৃত্বকালত ভাৰতক একনায়ত্ববাদী দেশ আখ্যা ‘ফ্ৰীডম হাউচ’ৰ

মানৱ অধিকাৰ : মোদীৰ নেতৃত্বকালত ভাৰতক একনায়ত্ববাদী দেশ আখ্যা ‘ফ্ৰীডম হাউচ’ৰ

raijor Dol

ৰাইজৰ দলৰ কোনে ক’ৰ পৰা লাভ কৰিব টিকট? নৰ্থ ইষ্ট নাওৰ হাতত প্ৰায় চূড়ান্ত তালিকা

ছটা বলত ছটা চিক্সাৰ! যুৱৰাজ সিঙৰ অভিলেখ ভংগ কৰিলে কিয়েৰণ পোলাৰ্ডে

ছটা বলত ছটা চিক্সাৰ! যুৱৰাজ সিঙৰ অভিলেখ ভংগ কৰিলে কিয়েৰণ পোলাৰ্ডে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd