• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজনৈতিক আক্ৰোশ! : দিল্লী উচ্চ ন্যায়ালয়ৰ হস্তক্ষেপৰ পিছতেই অক্সিজেন লাভ দিল্লীৰ হস্পিতালসমূহৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 21, 2021 12:04 pm
index
543
VIEWS
Share on FacebookShare on Twitter

ব্যাপকৰূপত দ্বিতীয় ঢৌৰ কৰোনাৰ সংক্ৰমণে দিল্লীৰ কোভিড পৰিস্থিতি সংকটজনক কৰি তোলাৰ সময়তে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে যোৱা মংগলবাৰে কেন্দ্ৰই অক্সিজেন বিতৰণত দিল্লীৰ প্ৰতি বৈষম্যমূলক আচৰণ কৰা বুলি অভিযোগ তুলি দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল।

দিল্লীৰ চিকিৎসালয়সমূহত কৰোনা ৰোগীক চিকিৎসাৰ বাবে অক্সিজেনৰ নাটনি হোৱা বুলি ঘোষণা কৰি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বাৰম্বাৰ কেন্দ্ৰক অক্সিজেন যোগান ধৰিবলৈ অনুৰোধ জনাই পত্ৰ প্ৰেৰণ কৰিছিল। কিন্তু কেন্দ্ৰই দিল্লী চৰকাৰৰ অনুৰোধৰ উপেক্ষা কৰি আহিছিল।

ইয়াৰ পিছতে দিল্লীৰ শোচনীয় কোভিড পৰিস্থিতিৰ বাবে অৰবিন্দ কেজৰিৱালে ৰাজ্যখনত মজুত থকা অক্সিজেন অন্য ৰাজ্যক বিতৰণ বন্ধ কৰি তেওঁলোকক প্ৰদান কৰিবলৈ উচ্চ ন্যায়ালয়ত আৰ্জি পেচ কৰিছিল।

আনকি মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে অভিযোগ কৰে যে ৰাজ্যখনৰ মূল অক্সিজেন বিক্ৰেতা ইনোক্সে দিল্লীক নিদি উত্তৰ প্ৰদেশলৈ অক্সিজেন যোগান ধৰি আছে আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে অক্সিজেন প্লান্টৰ পৰা দিল্লীলৈ অক্সিজেন যোগান ধৰা বাট বন্ধ কৰি ৰাখিছে।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু দিল্লী কিছু সংখ্যক বিশিষ্ট ব্যক্তিয়ে ইয়াৰ পিছতে দিল্লী উচ্চ ন্যায়ালয়ত এই বৈষম্যৰ বিৰুদ্ধেও অভিযোগ দাখিল কৰে।

ইয়াৰ পিছতে দিল্লী উচ্চ ন্যায়ালয়ে অক্সিজেনৰ অভাৱ আৰু সম্পদ বিতৰণত বৈষম্যমূলক আচৰণ বন্ধ কৰি বুধবাৰে কেন্দ্ৰীয় চৰকাৰক অৰ্থনৈতিক স্বাৰ্থই মানুহৰ জীৱনক অগ্ৰাহ্য কৰাতো উচিত হোৱা নাই বুলি মন্তব্য কৰি কয় যে ‘আমি দুৰ্যোগৰ দিশে আগবাঢ়িছো।’

ইয়া পিছতে যোৱা ২৪ ঘণ্টাৰ ভিতৰত দিল্লীৰ আটাইবোৰ প্ৰধান প্ৰধান কোভিড হস্পিতালে অক্সিজেন লাভ কৰিবলৈ সক্ষম হৈছে।

Tags: COVID-19

Recent News

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

টোপনিৰ অভাৱেও অৱনতি ঘটাই মানসিক স্বাস্থ্যৰ! জানক বিশেষজ্ঞৰ পৰামৰ্শ…

টোপনিৰ অভাৱেও অৱনতি ঘটাই মানসিক স্বাস্থ্যৰ! জানক বিশেষজ্ঞৰ পৰামৰ্শ…

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd