• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তিনি দশকৰ পিছত ওভতিল আলফা(স্বা)ৰ শীৰ্ষ নেতা জীৱন মৰাণ, বৰ্তমান সেনাৰ জিম্মাত মৰাণ

অভীক চক্ৰৱৰ্তী by অভীক চক্ৰৱৰ্তী
April 29, 2021 7:41 am
Jibon-Moran-750x375
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আলফা(স্বা) সংগঠনৰ পৰা অব্যাহতি দিয়া শীৰ্ষ নেতা জীৱন মৰাণ অৱশেষত তিনিটা দশকৰ পিছত ওভতি আহিল মূলসুঁতিলৈ।

এক বিশেষ সূত্ৰই কৰা দাবী অনুসৰি ম্যানমাৰৰ ঘন অৰণ্যৰ শিবিৰৰ পৰা স্বগৃহৰ অভিমুখে ওভতি অহা আলফা(স্বা)ৰ অন্যতম শীৰ্ষ নেতাগৰাকী বৰ্তমান ভাৰতীয় সেনাৰ জিম্মাত আছে।

Apply Now

অৱশ্যে এই সম্পৰ্কে আনুষ্ঠানিকভাৱে কোনো বিবৃতি প্ৰকাশ কৰা নাই ভাৰতীয় সেনাই।

মেজৰ জেনেৰেল জীৱণ মৰাণে স্বাস্থ্য আৰু বয়সজনিত কাৰণত আলফা(স্বা)ৰ পৰা অব্যাহতি বিচাৰে বুলি জানিব পৰা গৈছে। ইয়াৰ পিছতে আলফা(স্বা)ৰ বয়োজ্যেষ্ঠ নেতাগৰাকীক সংগঠনটোৰ পৰা অব্যাহতি প্ৰদান কৰিছে।

সূদীৰ্ঘ প্ৰায় চাৰিটা দশক উত্তৰ পূৱ ভাৰতৰ অন্যতম বিদ্ৰোহী সংগঠনটোৰ নেতৃত্ব দি অহা ৬৭ বছৰীয়া জীৱন মৰাণক সম্পূৰ্ণ স্বাস্থ্যজনিত কাৰণত আলফা(স্বা)ৰ পৰা অব্যাহিত দিয়াৰ কথা সংগঠনটোৱে এক বিবৃতিৰ যোগে প্ৰকাশ কৰিছিল।

উল্লেখ্য যে ১৯৮৪ চনত আলফাত যোগদান কৰি দ্বিতীয় বেটচৰ সদস্য হিচাপে ম্যানমাৰ কাচিন আৰ্মিৰ প্ৰশিক্ষণ গ্ৰহণ কৰা জীৱন মৰাণ ওৰফে গুণড ডাঙৰীয়াই সুদীৰ্ঘ ৩৭ বছৰ ধৰি বিদ্ৰোহী সংগঠনটোৰ বিভিন্ন গুৰুত্বপূৰ্ণ পদবীত সুচাৰুৰূপে দায়িত্ব পালন কৰি আহিছে।

আলফাত থকা অৱস্থাত জীৱন মৰাণে ১৯৯০ চনৰ ভাৰতীয় সেনাৰ বৰজং অপাৰেশ্যন পিছতে অৰুণাচল প্ৰদেশৰ মানভূম অঞ্চলত আলফাৰ নতুনকৈ নিৰ্মাণ কৰা শিবিৰৰ দায়িত্বত আছিল।

বজৰং অপাৰেশ্যনৰ আৰু ভূটানৰ অপাৰেশ্যন অল ক্লীয়াৰ পিছত পূৰ্বৰ তুলনাত ভাঙি পৰা আলফাক পুনৰ শক্তিশালী কৰাৰ দায়িত্বত নিজকে নিয়োজিত কৰি আহিছিল জীৱন মৰাণে।

যুদ্ধ বিৰতি তথা আলোচনাপন্থী আলফাৰ বিপৰীতে অৱস্থান গ্ৰহণ কৰি জীৱন মৰাণে আলফা(স্বা) বিত্ত সম্পাদকৰ দায়িত্ব পালন কৰি বিদ্ৰোহী সংগঠনটোৰ নেতৃত্ব দিয়াতহে মনোনিৱেশ কৰে।

প্ৰায় ৩৭ বছৰৰ পিছত সংগঠনটোৰ পৰা অব্যাহতি লোৱাৰ আলফা(স্বা)ৰ জ্যেষ্ঠ নেতা মেজৰ জেনেৰেল জীৱন মৰাণে অসুখীয়া স্বাস্থ্যৰ চিকিৎসা গ্ৰহণ কৰাৰ লগতে তিনিচুকীয়া জিলাৰ কাকপথাৰৰ উবনত থকা নিজ গৃহত জীৱনৰ বাকী কালছোৱা পৰিয়ালৰ সৈতে কটাব বুলি জানিব পৰা গৈছে।

অভীক চক্ৰৱৰ্তী

অভীক চক্ৰৱৰ্তী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am
বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

August 20, 2026 7:39 am
বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd