DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ত্ৰিপুৰাত কোভিড-১৯ পজিটিভ ৰোগীৰ সংখ্যা ১,০৭২জনলৈ বৃদ্ধি

এন ই নাও নিউজ by এন ই নাও নিউজ
June 15, 2020 7:04 am
COVID19-positive-1140x570

প্ৰতিনিধিত্বমূলক ফটো

6.9k
VIEWS
Share on FacebookShare on Twitter

ত্ৰিপুৰাত নতুনকৈ ১৮জন কোভিড-১৯ পজিটিভ ৰোগী চিনাক্ত হোৱাৰ পাছত ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা ১,০৭২জনলৈ বৃদ্ধি পাইছে।

ৰাজ্যখনৰ নতুনকৈ চিনাক্ত হোৱা ৰোগীৰ সন্দৰ্ভত ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেবে দেওবাৰে নিশা এক টুইটৰ যোগে কয় যে চিনাক্ত হোৱা নতুন আটাইকেইজন ৰোগীয়ে ছেপাহিজলা জিলাৰ।

আটাইকেইজনৰ ৰোগীৰে ট্ৰেভেল হিষ্ট্ৰী থকা বুলিও মুখ্য মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

ত্ৰিপুৰা চৰকাৰৰ কোভিড-১৯ প’ৰ্টেল অনুসৰি, ত্ৰিপুৰাত মুঠ ১,০৭২জন পজিটিভ ৰোগী চিনাক্ত হৈছে।

More 1️⃣8️⃣ people found COVID-19 #POSITIVE in Tripura today.
All of them are from Sepahijala District and have travel history.

1485 samples have been tested today.#TripuraCOVID19Count

— Biplab Kumar Deb (@BjpBiplab) June 14, 2020

ইয়াৰ ভিতৰত সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৭৫৬জন আৰু ৩১৫জন ৰোগী সুস্থ হৈ উঠাৰ বিপৰীতে এজন লোকৰ মৃত্যু হৈছে।

মুখ্য মন্ত্ৰী দেবে দেওবাৰে জানিবলৈ দিয়ে যে মুঠ ১,৪৮৫টা নমুনা পৰীক্ষা কৰা হৈছিল।

ইয়াৰ মাজতে মুখ্য মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে যে ভগৎ সিং কোভিড কেয়াৰ চেন্টাৰত পৰীক্ষা কৰিবলৈ দিয়া ১১৮টা নমুনাৰ আটাইকেইটাৰে ফলাফল নিগেটিভ পোৱা গৈছে।

তেওঁ কয় যে সুস্থ হৈ উঠাৰ পাছতেই কোভিড-১৯ ৰোগীকেইজনক যাবলৈ দিয়া হ’ব।

দেওবাৰে ৰাতিপুৱা ত্ৰিপুৰাত ১৫জন পজিটিভ ৰোগী ধৰা পৰিছিল।

Tags: COVID-19

Recent News

ChatGPTয়ে ধ্বংস কৰিব পাৰে Google! কোনে দিলে সতৰ্কবাণী?

ChatGPTয়ে ধ্বংস কৰিব পাৰে Google! কোনে দিলে সতৰ্কবাণী?

মানুহৰ তেজৰ শিৰাৰ ভিতৰত পোৱা গৈছে খাদ্যৰ পেকেটৰ প্লাষ্টিক! বিস্ময়ত হতবাক গৱেষক

মানুহৰ তেজৰ শিৰাৰ ভিতৰত পোৱা গৈছে খাদ্যৰ পেকেটৰ প্লাষ্টিক! বিস্ময়ত হতবাক গৱেষক

আৰু কিমান বাকী! পুনৰ চৰ্চাত সাৰদা কেলেংকাৰী; প্ৰয়াত অঞ্জন দত্ত, নলিনী চিদাম্বৰমৰ সম্পত্তি জব্দ

আৰু কিমান বাকী! পুনৰ চৰ্চাত সাৰদা কেলেংকাৰী; প্ৰয়াত অঞ্জন দত্ত, নলিনী চিদাম্বৰমৰ সম্পত্তি জব্দ

Rahul Gandhi writes letter to Modi

‘জোৰ-জুলুম নকৰিব’! প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰি কাশ্মীৰী পণ্ডিতৰ পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থাৰ আহ্বান ৰাহুল গান্ধীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd