• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নগাঁও জিলাত তিনিটা সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ী হোৱাৰ বিপৰীতে কংগ্ৰেছ মহাজোঁটে লাভ কৰিলে পাঁচটা সমষ্টি

দাম্ভিকতাৰ বাবেই বটদ্ৰৱাত হাৰিল বিজেপিৰ আঙুৰলতা ডেকা!

মুৰুলী বৰুৱা by মুৰুলী বৰুৱা
May 3, 2021 12:13 pm
naga
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁও জিলাৰ আঠটা বিধান সভা সমষ্টিত ভোট গণনাৰ অন্তত বিজেপি নেতৃত্বাধীন মিত্ৰজোটে তিনিখন আসন লাভ কৰাৰ বিপৰীতে মহাজোঁটে পাঁচখন আসনত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে।

ইয়াৰে নগাঁও সদৰ বিধান সভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মা,কলিয়াবৰত অগপৰ কেশৱ মহন্ত, চামগুৰিত কংগ্ৰেছৰ ৰকিবুল হুছেইন, ৰূপহীহাটত কংগ্ৰেছৰ নুৰুল হুদা, ধিঙত এআইইউডিফৰ আমিনুল ইছলাম, বটদ্ৰৱাত কংগ্ৰেছৰ শিৱামনি বৰা, ৰহাত কংগ্ৰেছৰ শশীকান্ত দাস আৰু বঢ়মপুৰত জিতু গোস্বামীয়ে জয়লাভ কৰে।

Apply Now

এইদৰে জিলাখনৰ মুঠ আঠটা সমষ্টিৰ ভিতৰত বিজেপি নেতৃত্বাধীন মিত্ৰজোটে তিনিটা টা আৰু মহাজোটে পাচটা সমষ্টিত জয়লাভ কৰিবলৈ সক্ষম হয়। নগাঁও সদৰ সমষ্টিত প্ৰত্যাশিত ভাবে বিজেপিৰ ৰূপক শৰ্মা দ্বিতীয় বাৰৰ বাবে নিৰ্বাচিত হয়। ৰূপক শৰ্মাই ৮১০৯৮টা ভোট লাভ কৰাৰ বিপৰীতে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ শান্তনু শৰ্মাই ৭০,০১৫ভোট লাভ কৰে।

ৰূপক শৰ্মাই ১১,০৮৩ ভোটাৰ ব্যৱধানত জয়লাভ কৰিবলৈ সক্ষম হয়। চামগুৰি সমষ্টিত কংগ্ৰেছৰ ৰকিবুল হুছেইনে ৮০,০৫৪ টা ভোট লাভ কৰাৰ বিপৰীতে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী বিজেপিৰ অনিল শ‌ইকীয়াই ৫৪,৩১৯টা ভোট লাভ কৰে।

ৰকিবুল হুছেইনে ২৫,৭৩৫টা ভোটাৰ ব্যৱধানত জয়ী হয়। প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন পঞ্চম বাৰৰ বাবে বিধান সভালৈ নিৰ্বাচিত হয়। কলিয়াবৰ বিধান সভা সমষ্টিত অগপৰ কেশৱ মহন্ত ৭২,০৪৩ টা ভোট লাভ কৰাৰ বিপৰীতে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ প্ৰশান্ত শ‌ইকীয়াই ৪৪,০২৬টা ভোট লাভ কৰে।

কেশৱ মহন্তই ২৮,০২০টা ভোটাৰ ব্যৱধানত জয়ী হৈ চতুৰ্থ বাৰলৈ বিধান সভালৈ নিৰ্বাচিত হয়। ৰূপহীহাট সমষ্টিত কংগ্ৰেছৰ নুৰুল হুদাই তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী বিজেপিৰ নাজিৰ হুছেইনক পৰাস্ত কৰে।

নুৰুল হুদাই ১,৩২,০৯১টা ভোট পোৱাৰ বিপৰীতে নাজিৰ হুছেইনে ২৫,৭৩৯টা ভোট লাভ কৰে। নুৰুল হুদাই দ্বিতীয় বাৰৰ বাবে ১,০৬,৩৫২ টা ভোটৰ ব্যৱধানত পুনৰ ৰূপহী বিধান সভা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হয়।

ধিং সমষ্টিত এআইইউডিএফৰ আমিনুল ইছলামে ১,৪৫,৪৪৪টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপিৰ প্ৰাৰ্থী সঞ্জীৱ কুমাৰ বৰাই ২৫,৭৩৯টা ভোট লাভ কৰে।

তৃতীয় বাৰৰ বাবে নিৰ্বাচিত হোৱা আমিনুল ইছলামে ১,৩৬,৮৪০টা ভোটাৰ ব্যৱধানত জয়ী হয়। বটদ্ৰৱা সমষ্টিত কংগ্ৰেছৰ শিবামনি বৰাই বিজেপিৰ বৰ্তমানৰ বিধায়িকা আঙুৰলতা ডেকাক ৩২,৮২০টা ভোটাৰ ব্যৱধানত পৰাস্ত কৰি নিৰ্বাচিত হয়।

angurদাম্ভিকতাৰ বাবেই আঙুৰলতা ডেকাক সমষ্টিটোৰ ৰাইজে প্ৰত্যাখান কৰা বুলি বিভিন্ন জনে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰা পৰিলক্ষিত হৈছে।সমষ্টি উন্নয়নৰ প্ৰতিও আঙুৰলতা ডেকাই পিঠি দিয়াৰ গুৰুতৰ অভিযোগ উঠিছে।

শিবামনি বৰাই ৮৪,২৭৮টা ভোট লাভ কৰাৰ বিপৰীতে আঙুৰলতা ডেকাই ৫১,৪৫৮টা ভোট লাভ কৰে।

শিবামনি বৰা প্ৰথমবাৰৰ বাবে এইবাৰ বিধায়ক হিচাপে নিৰ্বাচিত হয় ।  ৰহা সমষ্টিত কংগ্ৰেছৰ শশীকান্ত দাসে ৮৯,৫৯৯টা ভোট লাভ কৰাৰ বিপৰীতে অগপৰ বিঞ্চু দাসে ৭৬,৪৫৩টা ভোট লাভ কৰে।

ফলত কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকীয়ে ১৩,১৪৬ টা ভোটাৰ ব্যৱধানত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয়। তেওঁ প্ৰথম বাৰৰ বাবে নিৰ্বাচিত হয়।

মুঠতে নগাঁও জিলাৰ আঠটা বিধান সভা সমষ্টিত এইবাৰ তিনিটাত বিজেপিৰ মিত্ৰজোটে নিজৰ দখলত ৰখাৰ বিপৰীতে পাঁচটা সমষ্টিত কংগ্ৰেছ মহাজোটে নিজৰ দখলত ৰাখিবলৈ সক্ষম হয় ।

মুৰুলী বৰুৱা

মুৰুলী বৰুৱা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd