DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 21, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কলিতা জনগোষ্ঠী যৌথ সংগ্ৰাম সমিতিৰ অসম বন্ধৰ প্ৰভাৱ ভাৰত-ভূটান সীমান্তত সৰ্বাত্মক

কলিতা জনগোষ্ঠীক জনজাতিকৰণৰ দাবী

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
October 10, 2020 6:06 pm
a kalita
4.5k
VIEWS
Share on FacebookShare on Twitter

কলিতা সকলক জনজাতিকৰণ কৰাৰ দাবীত কলিতা জনগোষ্ঠী যৌথ সংগ্ৰাম সমিতিয়ে আজি পুৱা ৫ বজাৰ পৰা আহ্বান জনোৱা ১২ ঘন্টা জোৰা অসম বন্ধৰ ব্যাপক প্ৰভাৱ পৰে তামুলপুৰ মহকুমাৰ বিভিন্ন অঞ্চলৰ লগতে বৃহত্তৰ নাগ্ৰীজুলি অঞ্চলত।

বন্ধৰ সময়ত তামুলপুৰ মহকুমা সদৰ, ঘগ্ৰাচক, দিমিলাপৰা, কুমাৰীকাটা, দৰঙামেলা, নাগ্ৰীজুলি, গুৱাবাৰী, লাউপাৰা, ৰামেচুবুৰী, সাহপুৰ, কাচুৱাৰী, দ্বাৰকুচি, লতিবাৰী, গান্ধীবাৰী আদিকে ধৰি বিভিন্ন অঞ্চলৰ লগতে ভূটান সীমান্তৰ বিভিন্ন অঞ্চলত দোকান-পোহাৰ, ব্যৱসায়িক অনুষ্ঠান প্ৰতিষ্ঠান আদি বন্ধ থাকে।

ইয়াৰ উপৰিও অঞ্চলটোত যান বাহনৰ চলাচল ও বন্ধ হৈ পৰে।

তামুলপুৰ মহকুমাৰ ঠায়ে ঠায়ে বন্ধৰ সমৰ্থক সকলে পথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ৰঙিয়া- তামুলপুৰ- ভূটান পথত টায়াৰ জ্বলাই কলিতা জনগোষ্ঠীক জনজাতি কৰক, কলিতা জনগোষ্ঠী যৌথ সংগ্ৰাম সমিতি জিন্দাবাদ, নো এছ টি নো ৰেষ্ট আদি শ্লোগান দি  বন্ধৰ সমৰ্থক সকলে প্ৰতিবাদ সাব্যস্ত কৰে।

বন্ধৰ ফলত তামুলপুৰৰ মটঙা চকত বহু সংখ্যক বাহন আবদ্ধ হৈ পৰে।

বাতৰি লিখাৰ পৰলৈকে অঞ্চলটোত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা ঘটাৰ খবৰ পোৱা হোৱা নাই।

Recent News

হাজোত কিশোৰীৰ সৈতে থকা গোপন মুহূৰ্তৰ ফটো ভাইৰেল কৰি গ্ৰেপ্তাৰ দৰ্জী

হাজোত কিশোৰীৰ সৈতে থকা গোপন মুহূৰ্তৰ ফটো ভাইৰেল কৰি গ্ৰেপ্তাৰ দৰ্জী

Gangetic dolphin

বৰপেটাত মৃত অৱস্থাত গাঙ্গেতিক ডলফিন উদ্ধাৰ: জালত লাগি মৃত্যু হোৱাৰ সন্দেহ

বঙাইগাঁৱত নাও চলাচলত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ

বঙাইগাঁৱত নাও চলাচলত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ

Mentally Ill Man Thrashed

‘নাম কি? মহম্মদ নেকি?’: মানসিক ৰোগত আক্ৰান্ত ব্যক্তিৰ ধৰ্মীয় পৰিচয় বিচাৰি শাৰীৰিক আক্ৰমণ; মৃতদেহ উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd