• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বোকাখাতত টুৰিষ্ট গাইড প্ৰশিক্ষণ কাৰ্য্যসূচী

উত্তম শইকীয়া by উত্তম শইকীয়া
September 28, 2018 5:05 pm
বোকাখাতত অনুষ্ঠিত টুৰিষ্ট গাইড প্ৰশিক্ষণ কাৰ্য্যসূচীত ভাগ লোৱা প্ৰশিক্ষাৰ্থীসকল। ছবি- নৰ্থ ইষ্ট নাও।

বোকাখাতত অনুষ্ঠিত টুৰিষ্ট গাইড প্ৰশিক্ষণ কাৰ্য্যসূচীত ভাগ লোৱা প্ৰশিক্ষাৰ্থীসকল। ছবি- নৰ্থ ইষ্ট নাও।

548
VIEWS
Share on FacebookShare on Twitter

বোকাখাতস্থিত ইউনাইটেড গ্ৰাম্য স্ব-ৰোজগাৰ প্ৰশিক্ষণ প্ৰতিষ্ঠানত শুকুৰবাৰে সামৰণি পৰে এক ১০ দিনীয়া টুৰিষ্ট গাইড প্ৰশিক্ষণ কাৰ্য্যসূচীৰ।

কাৰ্য্যসূচীটোত মুঠ ৩৩ গৰাকী প্ৰশিক্ষাৰ্থীক বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞ ব্যক্তিয়ে পৰ্য্যটন সম্বন্ধীয় প্ৰশিক্ষণ প্ৰদান কৰে।

এই প্ৰশিক্ষণত পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ ৰোহিনী বল্লভ শইকীয়া, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গৱেষণা বিষয়া ৰবীন শৰ্মা, বোকাখাতৰ জে ডি এছ জি মহাবিদ্যালয়ৰ  অধ্যাপক ড০ বিজয় শৰ্মা, গোপীকানন্দ শইকীয়া, ড০ ৰুবী বৰা, অতুল বেজবৰুৱাৰ লগতে গোলাঘাট জিলাৰ অনাৰেৰি ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়াই সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰিছিল।

অনুষ্ঠানটোৰ শেষ দিনা শুকুৰবাৰে বিয়লি প্ৰশিক্ষাৰ্থীসকলক প্ৰশিক্ষণ প্ৰতিষ্ঠানটোৰ মানপত্ৰ প্ৰদান কৰা হয়৷

প্ৰশিক্ষণ প্ৰতিষ্ঠানটোৰ সঞ্চালক বিদ্যুত খাটনিয়াৰে আঁত ধৰা মান পত্ৰ বিতৰণৰ অনুষ্ঠানটোত অংশগ্ৰহণ কৰি বোকাখাতৰ জ্যেষ্ঠ সাংবাদিক বুবুল দত্তই পৰ্য্যটন  উদ্যোগৰ যোগেদি প্ৰশিক্ষাৰ্থীসকলে উন্নতি কৰাৰ আশাৰে শুভেচ্ছা জ্ঞাপন কৰে৷

Recent News

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পাকিস্তানৰ অধ্যক্ষতা! চিন্তাৰ বিষয় হ’ব পাৰে ভাৰতৰ বাবে

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পাকিস্তানৰ অধ্যক্ষতা! চিন্তাৰ বিষয় হ’ব পাৰে ভাৰতৰ বাবে

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd