• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাৰ্ঘেৰিটা মহকুমাৰ টিৰাপত টাই আহোম জনগোষ্ঠীৰ কেন্দ্ৰীয় ৰিক-খন-মুং-খন অনুষ্ঠান সম্পন্ন

মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা by মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা
September 22, 2021 2:35 pm
36
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

টাই আহোম জনগোষ্ঠীৰ অন্যান্য ধৰ্মীয় আৰু পৰম্পৰাগত অনুষ্ঠান সমূহৰ ভিতৰত অন্যতম ধৰ্মীয় অনুষ্ঠান হৈছে ৰিক-খন-মুং-খন।

এই ৰিক-খন-মুং-খন পূজা ভাগি আহোম জনগোষ্ঠীৰ পূৰ্ব পুৰুষৰ দিনৰে পৰা বিশেষকৈ ৰাজ্য খনত যি সময়ত যুদ্ধ-বিগ্ৰহ, প্ৰাকৃতিক দুৰ্যোগ, অতিমাৰি, মহামাৰী ইত্যাদিয়ে দেখা দিয়ে সেইবিলাকৰ পৰা পৰিত্ৰাণ পাবলৈ কৰা এক ধৰ্মীয় পূজা।

Apply Now

এই পূজা ভাগিত পৰম্পৰাগত ভাৱে কুকুৰা, গাহৰি, চাউল, হাঁহ কণী আৰু জাকৈ বাই পোৱা মাছ পুঠি নৈবেদ্য হিচাপে আগবঢ়োৱা হয়।

এই ৰিক-খন-মুং-খন পূজাভাগিৰ আৰম্ভণিতে মুখ্য মলুং’ৰ দ্বাৰা এটা কুকুৰা যাদু মন্ত্ৰৰ জৰিয়তে বশ কৰি সেই কুকুৰাৰ ঠেঙেৰে মঙ্গল চোৱা হয়। এই ধৰ্মীয় অনুষ্ঠান ভাগি টাই আহোম যুৱ পৰিষদৰ উদ্যোগত অসম-অৰুণাচল সীমান্তৱৰ্তী মাৰ্ঘেৰিটা মহকুমৰ টিৰাপত দিনজোৰা কাৰ্য্যসূচীৰে মঙ্গলবাৰে কেন্দ্ৰীয় ভাৱে উদযাপন কৰা হয়।

টিৰাপৰ লংটং স্থিত টিৰাপ আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ কাৰ্য্যালয় প্ৰাংগণত টাই আহোম যুৱ পৰিষদ তিনিচুকীয়া জিলা সমিতি আৰু মাৰ্ঘেৰিটা মহকুমা সমিতিৰ উদ্যোগত মাৰ্ঘেৰিটা মহকুমাৰ বিভিন্ন আঞ্চলিক সমিতি আৰু ৰাইজৰ সহযোগত অতি সুন্দৰ ভাৱে উক্ত অনুষ্ঠান ভাগি সম্পন্ন কৰা হয়।

অনুষ্ঠানৰ আৰম্ভণিতে টাই জনগোষ্টীয় পতাকা উত্তোলন কৰে টাইপা,কেন্দ্ৰীয় সমিতিৰ সভাপতি দিলীপ গগৈয়ে, পতাকা উত্তোলনৰ পাছতেই পৰিবেশন কৰা হয় আই-চিং-লাও। অভ্যৰ্থনা সমিতিৰ পতাকা উত্তোলন কৰে সভাপতি/সম্পাদক ক্ৰমে সুশীল গগৈ আৰু তিলেশ্বৰ গায়নে।

চাওলুং চ্যুকাফা প্ৰতিমূৰ্তিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে টাই আহোম উন্নয়ন পৰিষদৰ সদস্য দেৱজিৎ বৰুৱা আৰু মাৰ্ঘেৰিটা টাই আহোম বিকাশ কেন্দ্ৰৰ, সভাপতি মনোজ ফুকনে। বৃক্ষ ৰোপণ কৰে টিৰাপ আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সভাপতি গগণ গগৈয়ে।

মৈদাম তৰ্পণ কৰে লং টং মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক হৰেশ্বৰ কোঁৱৰে।ইয়াৰ পাছতে বিভিন্ন সাংস্কৃতিক কাৰ্য্যসূচীৰ শেষত শিৱসাগৰ বকতা পাৰিজাতৰ মুখ্য ম’লুং তিলেশ্বৰ মহুঙৰ দ্বাৰা ৰিক-খন-মুং-খন(চাইফা) পূজা অনুষ্ঠিত কৰা হয়।

মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা

মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd