• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অৰুণাচলত উদ্ধাৰ লখিমপুৰৰ সাত বছৰীয়া কন্যা শিশু

এন ই নাও নিউজ এন ই নাও নিউজ
গুৱাহাটী , April 22, 2019 6:38 pm

1 min read

lakhimpur girl

অৰুণাচলত উদ্ধাৰ কৰা অসমৰ কন্যা শিশুগৰাকী

411
VIEWS
Share on FacebookShare on Twitter

চাৰিমাহ পূৰ্বে অসমৰ লখিমপুৰ জিলাৰ পৰা সন্ধানহীন হৈ থকা সাত বছৰীয়া কন্যা শিশু এগৰাকীক অৰুণাচল প্ৰদেশৰ মানুহ এঘৰৰ পৰা উদ্ধাৰ কৰা হয়।

লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত ম’ৰি দীৰ্ঘ গাঁওৰ সাত বছৰীয়া কন্যা শিশুগৰাকীক  চৰাইমৰীয়া গাঁওৰ ভোলা গগৈ আৰু চিলনীবাৰি আৰক্ষী চকীৰ দুই নং বালিজান গাঁওৰ অঞ্জনা নায়কে বিগত ৫ জানুৱাৰীত অপহৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছিল শিশুগৰাকীৰ পিতৃয়ে।

আনহাতে,  পিতৃৰ এজাহাৰৰ ভিত্তিত যদিও অঞ্জনা নায়কক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল যদিও সৰবৰাহ কৰা শিশুগৰাকীৰ সন্ধান লাভ কৰা নাছিল।

পৰৱৰ্তী সময়ত লখিমপুৰৰ উপ আৰক্ষী অধীক্ষক ৰুনা নেওগৰ তৎপৰতাত বগীনদী আৰক্ষীয়ে অৰুণাচল আৰক্ষীৰ সহযোগত শনিবাৰে অৰুণাচল প্ৰদেশৰ গংগা বস্তিৰ পৰা শিশুগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

উল্লেযোগ্য যে, উত্তৰ লখিমপুৰত থকা শিশু কেন্দ্ৰত শিশুগৰাকীক এৰাটি ৰখাৰ পাছত বৰ্তমান অধিক তথ্যৰ বাবে আৰক্ষীৰ জিম্মাত ৰখা হৈছে।

Recent News

Sivasagar

শিৱসাগৰত মন্ত্ৰী হিমন্ত বিশ্বৰ নিৰ্বাচনী টোপ! : বিবেকানন্দ যুৱ সৱলীকৰণ যোজনাৰ স্বয়ম আঁচনিৰ অনুমোদন পত্ৰ বিতৰণ

a mori

এইবাৰ অসমৰ ল’ৰাই পাব বুলেট! শিৱসাগৰত এই মন্তব্য কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক’লে, ‘Who is সত্যৰঞ্জন? বিজেপিত কোনো সত্যৰঞ্জন নাই!’

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক’লে, ‘Who is সত্যৰঞ্জন? বিজেপিত কোনো সত্যৰঞ্জন নাই!’

a job

অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত ওলাইছে চাকৰি, কোনে ,কেতিয়ালৈ কৰিব পাৰিব আবেদন? পঢ়ক সৱিশেষ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd