• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, March 7, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

যোৰহাটত ব্ৰহ্মপুত্ৰৰ বুকুত নাও দুৰ্ঘটনাগ্ৰস্ত, এগৰাকী শিশুৰ মৃতদেহ উদ্ধাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 27, 2021 1:16 pm

1 min read

যোৰহাটত ব্ৰহ্মপুত্ৰৰ বুকুত নাও দুৰ্ঘটনাগ্ৰস্ত, এগৰাকী শিশুৰ মৃতদেহ উদ্ধাৰ
142
VIEWS
Share on FacebookShare on Twitter

মঙলবাৰে যোৰহাট জিলাৰ ব্ৰহ্মপুত্ৰৰ বুকুত ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হয়।

এই নাও দুৰ্ঘটনাৰ ফলত বৰ্তমানলৈ এগৰাকী শিশুৰ মৃত্যু হৈছে।

যোৰহাট জিলাৰ বাঘমৰালৈ বনভোজ খাবলৈ নাৱেৰে গৈ থকা অৱস্থাতে যাত্ৰীবাহী নাওখন ব্ৰহ্মপুত্ৰৰ সোঁতত দুৰ্ঘটনাগ্ৰস্ত হয়।

নাও দুৰ্ঘটনাৰ ফলত চাৰিগৰাকী যাত্ৰী ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন হৈ পৰে।

স্থানীয় লোকে দুৰ্ঘটনা সম্পৰ্কে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষীৰ লগতে এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ এটা উদ্ধাৰকাৰী দল উপস্থিত হৈ উদ্ধাৰ অভিযান চলায়।

উদ্ধাৰকাৰী দলটোৱে ব্ৰহ্মপুত্ৰৰ পৰা এগৰাকী ৯ বছৰীয়া শিশুৰ মৃতদেহ উদ্ধাৰ কৰে।

আৰক্ষীয়ে বনভোজ খাবলৈ যোৱা নাৱখনত ১৩-১৪ গৰাকী লোকে যাত্ৰা কৰি আছিল বুলি প্ৰকাশ কৰে।

মঙলবাৰে নিশালৈ এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখে।

Recent News

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

নতুন কৃষি আইনৰ সংশোধন কৰিবলৈ সাজু কেন্দ্ৰ চৰকাৰ : কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ

index.jpgk

এইবাৰ আসনক লৈ কংগ্ৰেছ আৰু আঞ্চলিক গণ মৰ্চাৰ মতানৈক্য! : দাবী কৰা দুয়োখন আসনৰ পৰা বঞ্চিত মৰ্চা!

মাহীয়েকে শ্বেয়াৰ কৰিলে মাক-দেউতাকৰ স’তে টাইমুৰ আলি খানৰ সুন্দৰ মুহূৰ্তৰ ফটো, চাওক!

মাহীয়েকে শ্বেয়াৰ কৰিলে মাক-দেউতাকৰ স’তে টাইমুৰ আলি খানৰ সুন্দৰ মুহূৰ্তৰ ফটো, চাওক!

index-12-750x376

অগপই প্ৰকাশ কৰিলে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা : তেজপুৰত বৃন্দাবন বাহিৰ; বিষ্ণু ৰাভাৰ পুত্ৰ পৃথিৰাজ ৰাভাক প্ৰাৰ্থীত্ব

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd