• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাৰ্ঘেৰিটাৰ বৰফাকিয়ালত শিশুৰ কৰুণ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
February 2, 2019 8:00 am
IMG-20190201-WA0072

স্থানীয় ৰাইজৰ ৰোষৰ বলি হোৱা মাৰ্ঘৰিটাৰ কেটেটং চিকিৎসালয়খন। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত কেটেতঙৰ ২নং বৰফাকিয়াল গাঁৱত শুকুৰবাৰে বিয়লি ৩.৩০ মান বজাত সংঘটিত হয় এক হৃদয় বিদাৰক ঘটনা। এই দুৰ্ঘটনাটোত এটি প্ৰায় সাত বছৰীয়া শিশুৱে খেলি থকা অৱস্থাত ওপৰৰ পৰা মাটি খহি পৰাত থিতাতে কৰুণ মৃত্যুক আকোঁৱালি ল’ব লগা হয়।

স্থানীয় ৰাইজৰ অভিযোগ মতে, ডিগবৈ বন সংমণ্ডলৰ অধীনৰ পূব মাৰ্ঘেৰিটা বন আঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত কেটেতং,ৰাজখোৱা পথাৰ,বৰফাকিয়াল আদিত দীৰ্ঘদিনৰ পৰা বন বিভাগৰ সৈতে মাৰ্ঘেৰিটাস্থিত ইটা ভাটাৰ একাংশ মালিকে উক্ত গাঁৱৰ একাংশ যুৱকক অবৈধ মাটি খননত জড়িত কৰাই বৃহৎ মুনাফা লুটি অহাৰ দীৰ্ঘদিনীয়া অভিযোগ আছে।

Apply Now

ইপিনে, এই সন্দৰ্ভত একমাত্ৰ কমিছনৰাজৰ বাবেই বন বিভাগে চকু মুদা কুলিৰ ভাও ধৰা বুলি চৰ্চিত হৈছে। দিনে নিশাই এক্সকেভেটৰৰ দ্বাৰা খনন কাৰ্য অব্যাহত ৰখাৰ বাবেই প্ৰকাণ্ড প্ৰকাণ্ড গাঁ‌তৰ সৃষ্টি হয়। শুকুৰবাৰে তেনে এটা গাঁ‌ততে পিন্টু গড় নামৰ এটি শিশুৱে খেলি থকা অৱস্থাত ওপৰৰ পৰা মাটি খহি দুৰ্ভগীয়া শিশুটো থিতাতে মৃত্যুমুখত পৰে যদিও ওচৰতে থকা কেটেতং অসামৰিক চিকিৎসালয়লৈ নিয়াত চিকিৎসালয়ত সেই সময়ত কোনো চিকিৎসক-নাৰ্ছ নথকাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

উত্তেজিত স্থানীয় ৰাইজে চিকিৎসালয় খনলৈ শিল গুটি নিক্ষেপ কৰাৰ লগতে  চিকিৎসালয়খনৰ খিৰিকি, দৰ্জাৰ আইনা ভাঙি চূৰ্ণ-বিচূৰ্ণ কৰি পৰিস্থিতি উত্তাল কৰি তোলে। অৱশ্যে, পৰৱৰ্তী সময়ত চিকিৎসালয় খনত মাৰ্ঘেৰিটা আৰক্ষীৰ এটা বৃহৎ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চেষ্টা কৰে। ঘটনাস্থলীত মাৰ্ঘেৰিটা মহকুমাধিপতি উপস্থিতি নোহোৱা লৈকে শিশুটোৰ মৃতদেহ আৰক্ষীক উদ্ধাৰ কৰিবলৈ দিয়া নহব বুলিও উত্তেজিত ৰাইজে দাবী জনায়।

উল্লেখ্য যে দীৰ্ঘদিন কেটেতং চিকিৎসালয়খনত চিকিৎসক সময়ত উপস্থিত নথকাৰ অভিযোগ উত্থাপন হৈ অহাৰ লগতে বিভিন্ন বিজুতি থকাৰ অভিযোগ কৰি আহিছে স্থানীয় ৰাইজে। বৃহৎ মাৰ্ঘেৰিটা অঞ্চলৰ চিকিৎসালয় সমূহৰ ভিতৰত কেটেতং চিকিৎসালয় খনৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে যদিও দীৰ্ঘদিন ধৰি চিকিৎসকৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপিত হৈ আহিছে।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৯৭১ৰ সলনি ১৯৭৯ হ’ব বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ! খিলঞ্জীয়াৰ নতুন সংজ্ঞাই সলনি কৰিব নেকি অসমৰ জনগাঁথনি?

১৯৭১ৰ সলনি ১৯৭৯ হ’ব বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ! খিলঞ্জীয়াৰ নতুন সংজ্ঞাই সলনি কৰিব নেকি অসমৰ জনগাঁথনি?

September 22, 2026 9:23 am
নিষেধাজ্ঞাৰ প্ৰত্যুত্তৰ বৰ্জন! ট্ৰাম্পৰ বিৰুদ্ধে আমেৰিকাৰ টেলিভিছন চেনেলসমূহৰ অভূতপূৰ্ব স্থিতি

নিষেধাজ্ঞাৰ প্ৰত্যুত্তৰ বৰ্জন! ট্ৰাম্পৰ বিৰুদ্ধে আমেৰিকাৰ টেলিভিছন চেনেলসমূহৰ অভূতপূৰ্ব স্থিতি

September 22, 2026 9:06 am
ইউক্ৰেইন সংঘাতৰ মাজতো বেলট যুদ্ধত অক্ষত মস্কোৰ দুৰ্গ! ৰাছিয়াৰ নিৰ্বাচনত পুটিন ধুমুহাত ধূলিস্যাৎ বিৰোধী

ইউক্ৰেইন সংঘাতৰ মাজতো বেলট যুদ্ধত অক্ষত মস্কোৰ দুৰ্গ! ৰাছিয়াৰ নিৰ্বাচনত পুটিন ধুমুহাত ধূলিস্যাৎ বিৰোধী

September 22, 2026 8:07 am
কামৰ চাপ আৰু একঘেয়ামি জীৱনে আপোনাকো মানসিকভাৱে ক্লান্ত কৰিছে নেকি? মন সতেজ ৰখাৰ কিছু সহজ উপায়…

কামৰ চাপ আৰু একঘেয়ামি জীৱনে আপোনাকো মানসিকভাৱে ক্লান্ত কৰিছে নেকি? মন সতেজ ৰখাৰ কিছু সহজ উপায়…

September 22, 2026 7:44 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৯৭১ৰ সলনি ১৯৭৯ হ’ব বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ! খিলঞ্জীয়াৰ নতুন সংজ্ঞাই সলনি কৰিব নেকি অসমৰ জনগাঁথনি?

১৯৭১ৰ সলনি ১৯৭৯ হ’ব বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ! খিলঞ্জীয়াৰ নতুন সংজ্ঞাই সলনি কৰিব নেকি অসমৰ জনগাঁথনি?

September 22, 2026 9:23 am
নিষেধাজ্ঞাৰ প্ৰত্যুত্তৰ বৰ্জন! ট্ৰাম্পৰ বিৰুদ্ধে আমেৰিকাৰ টেলিভিছন চেনেলসমূহৰ অভূতপূৰ্ব স্থিতি

নিষেধাজ্ঞাৰ প্ৰত্যুত্তৰ বৰ্জন! ট্ৰাম্পৰ বিৰুদ্ধে আমেৰিকাৰ টেলিভিছন চেনেলসমূহৰ অভূতপূৰ্ব স্থিতি

September 22, 2026 9:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd