• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চাহপাতৰ দুটা নতুন ব্ৰেণ্ড উন্মোচন টোকলাই চাহ গৱেষণা কেন্দ্ৰৰ

NE NOW NEWS এন ই নাও নিউজ
যোৰহাট , October 10, 2018 3:29 pm

2 min read

Tocklai-Tea-Research-Association-TRA
574
VIEWS
Share on FacebookShare on Twitter

টোকলাই চাহ গৱেষণা কেন্দ্ৰই ইয়াৰ অপাৰেটিং বাজেটৰ পৰিপূৰক হিচাপে দুটা নতুন চাহৰ ব্ৰেণ্ড উন্মোচন কৰিছে।
টোকলাইত অলপতে এটা নতুন চাহ পৰ্যটন কেন্দ্ৰৰ উন্মোচন কৰিবলৈ অহাৰ সময়ত মুখ্য মন্ত্ৰী সোণোৱালে এই নতুন ব্ৰেণ্ডদুটা উন্মোচন কৰে।
য়েল্ল’ আৰু গ্ৰীন টী নামৰ ব্ৰেণ্ডদুটা মুখ্য মন্ত্ৰীগৰাকীয়ে আনুষ্ঠানিকভাৱে উন্মোচন কৰে। চাহৰ এই নতুন প্ৰকাৰ দুটা টোকলাই আৰু বৰভিটাৰ দুখন পৰীক্ষামূলক বাগিচাৰ প্ৰচলিত চাহৰ কলমৰ পৰা উৎপাদন কৰা হৈছে।
এই ব্ৰেণ্ডদুটাক টোকলাই চাহ না দিয়া হৈছে। গৱেষকসকলে জোৰ দি কৈছে যে বিষদ গৱেষণাৰ পাছত উৎপাদন কৰা বাবে এই চাহৰ গুণগত মান উন্নত হ’ব।
ওটকলাইৰ সঞ্চালক একে বৰুৱাই কৈছে যে আন্তৰ্জাতিক বজাৰত বিশেষ কদৰ থকা স্পেচিয়েলিটী চাহপাত প্ৰস্তুত কৰাৰ বাবে অসমৰ উদ্যোগ মন্ত্ৰীগৰাকীয়ে গৱেষণা প্ৰতিষ্ঠানটোক নিৰ্দেশ দিয়াৰ পাছত এই উদ্যোগ গ্ৰহণ কৰা হয়।
তেওঁ আৰু কৈছে যে স্পেচিয়েলিটী চাহপাতৰ কাৰ্যকুশলভাৱে প্ৰক্ৰিয়াকৰণৰ কাম টোকলাইত চলি আছে। জৈৱ-ৰসায়ন, চাহপাত প্ৰক্ৰিয়াকৰণ আৰু প্ৰস্তুতি উপদেষ্টা বিভাগে এই প্ৰক্ৰিয়াকৰণৰ কাম কৰি আছে।
ৱৰ্ড টী নিউজত প্ৰকাশিত এটা প্ৰতিৱেদনত কোৱা হৈছে যে বিশ্বৰ ভিতৰতে বৃহত্তম আৰু প্ৰচীনতম চাহ গৱেষণা কেন্দ্ৰই অসমৰ চাহপাতক বিশ্বৰ ভিতৰতে এটা প্ৰিমিয়াম প্ৰকাৰৰ চাহপাত বুলি প্ৰতিপন্ন কৰাত এটা নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰি আহিছে।
উল্লেখ্য যে জনপ্ৰিয় আইৰিছ ব্ৰেকফাষ্ট আৰু ইংলিছ ব্ৰেকফাষ্ট চাহপাত অসমৰ ব্লেক টী মিশ্ৰণ কৰি প্ৰস্তুত কৰা হৈছে।

Recent News

WhatsApp Image 2021-01-19 at 12.33.02 PM

ধোনীৰ অভিলেখ ভংগ; দ্ৰুততম ভাৰতীয় উইকেটকীপাৰ হিচাপে মাইলষ্ট’ন স্পৰ্শ ঋষভ পন্টৰ

Aditya singh airport4

কৰ’নাৰ আতংক! তিনিমাহ ধৰি এয়াৰপ’ৰ্টতে লুকাই থাকিল এইগৰাকী ব্যক্তি

TOI-561b

সৌৰজগতৰ বাহিৰত নতুন গ্ৰহৰ সন্ধান! পৃথিৱীৰ সৈতে ইয়াক কিদৰে তুলনা কৰিছে বিজ্ঞানীয়ে?

Dilip Saikia

জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীয়েহে পাব টিকট: বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd